• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহানগৰীৰ মহিলাৰ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল কৰি জেইল হাজোতলৈ গ’ল এক যুৱক

মহানগৰীৰ মহিলাৰ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল কৰি জেইল হাজোতলৈ গ’ল এক যুৱক

4 years ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

14 minutes ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

42 minutes ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

1 hour ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

2 hours ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

3 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

3 hours ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

4 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

5 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

6 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

6 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

7 hours ago
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মহানগৰীৰ মহিলাৰ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল কৰি জেইল হাজোতলৈ গ’ল এক যুৱক

editor by editor
March 18, 2022
in অপৰাধ, অসম
0
মহানগৰীৰ মহিলাৰ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল কৰি জেইল হাজোতলৈ গ’ল এক যুৱক
0
SHARES
477
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহানগৰীৰ এগৰাকী সম্ভ্ৰান্ত মহিলাৰ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল কৰি গ্ৰেপ্তাৰ হৈছে এগৰাকী যুৱকসহ এগৰাকী যুৱতী৷

মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে মমী বিশ্বাস নামৰ যুৱতীগৰাকীৰ লগতে অনুপ কুমাৰ দাস নামৰ এগৰাকী যুৱকক আটক কৰিছে৷

আৰক্ষীয়ে অনুপ কুমাৰ দাস নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেইল হাজোতলৈ প্ৰেৰণ কৰিছে৷ আনহাতে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আটকাধীন যুৱতীগৰাকীক জেৰা অব্যাহত ৰাখিছে৷

লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাৰতত কি কি সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব?

মহিলাগৰাকীৰ অভিযোগ অনুসৰি আটকাধীন মমী বিশ্বাস নামৰ যুৱতীগৰাকী মহিলাগৰাকীৰ প্ৰতিষ্ঠানত কৰ্মৰত আছিল৷ প্ৰতিষ্ঠানৰ পৰা ধন হৰলুকি কৰাৰ অভিযোগত মহিলাগৰাকীয়ে যুৱতীগৰাকীক কামৰ পৰা অব্যাহতি দিয়ে৷

ইয়াৰ পিছতে মহিলাগৰাকীৰ চৰিত্ৰহনন কৰিবলৈ যুৱতীগৰাকীয়ে অনুপ কুমাৰ দাস নামৰ যুৱকগৰাকীৰ যোগেদি ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল কৰোৱায়৷

লগতে পঢ়ক বাংলাদেশত পুনৰ হিন্দু মন্দিৰত আক্ৰমণ ২০০ জনীয়া মুছলমানৰ : লুটি নিলে মূল্যৱান সামগ্ৰী!

মহিলাগৰাকীয়ে ঘটনাৰ সন্দৰ্ভত গীতানগৰ আৰক্ষীৰ থানাত এক অভিযোগ দাখিল কৰে৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৫৫/৩৫৪(চি)/৫০০/৫০৬/৩৪ আইপি আৰ ডব্লিউ ৬৬(ই)/৬৭ আইটি এক্টৰ আইনৰ অধীনত ৭৪/২২ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷

ইয়াৰ পিছতে গীতানগৰ আৰক্ষীয়ে মমী বিশ্বাস আৰু অনুপ কুমাৰ দাসক আটক কৰি গ্ৰেপ্তাৰ কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamintimate video viral
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ
অসম

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

March 23, 2026
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা
অসম

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

March 23, 2026
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!
অসম

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

March 23, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

সাগৰৰ পাৰত ২ ডজনতকৈ অধিক তিমিৰ মৃত্যু

সাগৰৰ পাৰত ২ ডজনতকৈ অধিক তিমিৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.