মেঘ- দাম্পত্যত সুখ। সৰু-সুৰা দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবৰ কাৰণে সাৱধানতা অৱলম্বন কৰিব। প্ৰেমত অশান্তি।
বৃষ- সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব। কৰ্মত শুভ৷ বিদেশ ভ্ৰমণ হ’ব পাৰে। খৰচৰ মাত্ৰা বৃদ্ধি। বিদ্যাৰ্থীৰ শুভ।
মিথুন- শৰীৰত আঘাত পাব। খৰচৰ মাত্ৰা বৃদ্ধি। বিদ্যাৰ্থীৰ শুভ।
SEE MORE: মহানগৰীৰ মহিলাৰ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল কৰি জেইল হাজোতলৈ গ’ল এক যুৱক
কৰ্কট- ব্যৱসায়ৰ ক্ষেত্ৰত কিছু জটিলতা থাকিব। সামাজিক কৰ্মত উত্সাহ। প্ৰেম-প্ৰণয়নত শুভ।
সিংহ- বিদ্যাৰ্থীসকলে যত্ন কৰিলে ভাল ফল পাব। প্ৰেমত শান্তি। মনৰ আশা পূৰণ হ’ব।
কন্যা- আইন সমস্যাত জড়িত হ’ব পাৰে। আৰ্থিক সমস্যাই দেখা দিব। প্ৰেমত শুভ।
SEE MORE: পিতৃৰে সম্পৰ্ক নৰখা কন্যাই পিতৃৰ সম্পত্তিৰ পৰা হ’ব বঞ্চিত!
তুলা- চিকিত্সকসকলৰ শুভ। ব্যৱসায়ীসকলৰ আয় বৃদ্ধি পাব। বিদ্যাৰ্থীৰ শুভ।
বৃশ্চিক- চাকৰিৰ ক্ষেত্ৰত শুভ ফল আশা কৰিব পাৰি। অৰ্থ ব্যয়ৰ যোগ। প্ৰেমত শুভ।
ধনু- বিভিন্ন ক্ষেত্ৰত সুযোগ আহিব। বন্ধুৰ পৰা সহায় লাভ কৰিব। পুৰণি হেৰোৱা বস্তু ঘূৰাই পাব।
SEE MORE: ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাৰতত কি কি সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব?
মকৰ- খৰচৰ মাত্ৰা বৃদ্ধি। মাতৃৰ কাৰণে চিন্তা। দূৰ ভ্ৰমণ নকৰিব। প্ৰেমত মধ্যম ।
কুম্ভ- শৰীৰ ভাল দেখা নাযায়। সন্তানৰ কাৰণে চিন্তা। আজি ঘৰলৈ আলহী আগমন হ’ব পাৰে। প্ৰেমত শুভ।
মীন- বিদ্যাৰ্থীসকলৰ শুভ। প্ৰেমত সুখ। চুটি ভ্ৰমণ হ’ব পাৰে। শত্ৰুৰ পৰা সাৱধান।
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ