• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ওভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই

এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ওভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই

4 years ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

13 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

13 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

14 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

14 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

15 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

16 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

16 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

17 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

17 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

18 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

19 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ওভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই

editor by editor
March 26, 2022
in অসম, ভাৰত, ৰাজনীতি
0
এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ওভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই
0
SHARES
189
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ দ্য কাশ্মীৰ ফাইলছক লৈ কৰা এক মন্তব্যৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ওভতি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷

উল্লেখ্য যে বিজেপি দল শাসিত ৰাজ্যসমূহত দ্য কাশ্মীৰ ফাইলছক কৰমুক্ত কৰাৰ পিছতে দিল্লীৰ এগৰাকী বিজেপি বিধায়কে দিল্লী বিধানসভাৰ বাজেট অধিবেশনৰ মাজতে ছবিখন দিল্লীতো কৰমুক্ত কৰাৰ দাবী জনাইছিল৷

ইয়াৰ প্ৰত্যুত্তৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছিল যে যদি ছবিখনক কৰমুক্তই কৰিব লাগে তেনে বিবেক অগ্নিহোত্ৰীয়ে ছবিখন ইউটিউভত আপলোড কৰিলেই হ’ল৷ তেতিয়া  একেদিনাই দেশৰ জনতাই ছবিখন চাব পাৰিব৷

লগতে পঢ়ক ধৰিত্ৰী ঘণ্টা! ৮.৩০ বজাৰপৰা ৯.৩০ বজালৈ আজি নিশা বিদ্যুতৰ ছুইচ বন্ধ কৰক

দিল্লীৰ মুখ্যমন্ত্ৰী অৰিবন্দ কেজৰিৱালে এইদৰে দ্য কাশ্মীৰ ফাইলছক কৰ ৰেহাই দিয়াৰ বিৰোধিতা কৰাই নহয়, কাশ্মীৰৰ পণ্ডিতৰ নামত ছবি নিৰ্মাণ কৰি শ শ কোটি কোটি টকা উপাৰ্জন কৰা প্ৰসংগটোকো উত্থাপন কৰে৷

দিল্লী মুখ্যমন্ত্ৰীগৰাকীয়ে দ্য কাশ্মীৰ ফাইলছৰ বিৰুদ্ধে এনে অৱস্থান লোৱাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ অৰবিন্দ কেজৰিৱালৰ এই সংক্ৰান্তীয় ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমত কাশ্মিৰী পণ্ডিতসকলক কৰি অহা নিৰন্তৰ উপহাস বন্ধ কৰিবলৈ কেজৰিৱালক আহ্বান জনাইছে৷

লগতে পঢ়ক ‘RRR’ৰ সন্মুখনত নিষ্প্ৰভ ‘দ্য কাশ্মীৰ ফাইলছ’ : এদিনতে সংগ্ৰহ ২৫৭ কোটিৰো অধিক

‘‘যদি আপুনি দ্য কাশ্মীৰ ফাইলছ কৰ-মুক্ত কৰিব নিবিচাৰে, নকৰিব। কিন্তু কাশ্মিৰী পণ্ডিতসকলক কৰা এই নিৰন্তৰ উপহাস বন্ধ কৰক। তেওঁলোকৰ দুখ-কষ্ট ধৰ্মনিৰপেক্ষতাবাদীসকলৰ এনে নিঃকিন মনোভাৱ আৰু তোষণৰ ৰাজনীতিৰ ফল।’’ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লিখিছে৷

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে লিখিছে যে হিন্দুসকলৰ ঘাঁত নিমখ ঘঁহিবলৈ বিধানসভা ব্যৱহাৰ কৰাটো এজন মুখ্যমন্ত্ৰীৰ বাবে উচিত হোৱা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Assam CM Himanta Biswa Sarmaassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDelhi CM Aravind Kejriwalhbs
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

অস্কাৰৰ মঞ্চত অঘটন; ক্ৰিছৰ গালত প্ৰচণ্ড চৰ সোধালে অভিনেতা স্মিথে, কিন্তু কিয়?

অস্কাৰৰ মঞ্চত অঘটন; ক্ৰিছৰ গালত প্ৰচণ্ড চৰ সোধালে অভিনেতা স্মিথে, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.