• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

5 years ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

36 minutes ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

57 minutes ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

2 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

3 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

20 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

20 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

21 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

22 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

22 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

23 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

24 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ১২ এপ্ৰিল দিনটো...

editor by editor
April 12, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
145
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ— আয় উন্নতিৰ বাবে দিনটো শুভ হ’লেও ব্যয়ৰ কাৰণে সঞ্চয় নহ’ব৷ বাধা-বিপত্তি থকা সত্ত্বেও লক্ষ্যত উপনীত হ’ব পাৰিব৷ আকস্মিকভাৱে প্ৰাপ্তি যোগ হ’ব পাৰে৷ মানসিক অশান্তিত ভুগিব৷ প্ৰেমত শুভ৷

বৃষ— কৰ্মক্ষেত্ৰত সুনাম লাভ৷ ভাতৃৰ লগত মত-অমিল হ’ব পাৰে৷ চকুৰ সমস্যাত ভুগিব পাৰে৷ অযথা অৰ্থনাশ হ’ব পাৰে৷ ব্যৱসায়-বাণিজ্যত ভাল দেখা নাযায়৷ উচ্চ বিদ্যাৰ্থীৰ উন্নতিৰ যোগ৷

মিথুন— নিজৰ ভুলৰ কাৰণে ভাল সুযোগ হেৰুৱাব পাৰে৷ দৈনন্দিন কাম-কাজত বাধাৰ মাজেৰে অগ্ৰগতি লাভ আকস্মিক কোনো অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন৷ সাৱধানতা অৱলম্বন কৰিব৷ আৰ্থিক মধ্যম ফল৷

SEE MORE: কোন বলিউদৰ পৰিচালকে মডেল মান্দনা কৰিমীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰালে?

 

কৰ্কট— নিজৰ কোনোবাৰ লগত বিবাদৰ সূত্ৰপাত ঘটিব পাৰে৷ বুধৰ শুভ প্ৰভাৱৰ ফলত ব্যৱসায়-বাণিজ্যত শুভ প্ৰভাৱ পৰিব৷ গৃহ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিব পাৰে৷ বিনা কাৰণত অপবাদৰ ভয় আছে, গতিকে সতৰ্ক থাকক৷

সিংহ— অশুভ ৰাহুৰ কাৰণে কৰ্মত বাধা৷ শত্ৰুৰ বেয়া নজৰ পৰিব৷ পাৰিবাৰিক ক্ষেত্ৰত অশান্তি৷ বিদ্যাত বাধা৷

কন্যা— বুধৰ প্ৰভাৱত সম্পদ লাভৰ যোগ৷ কৰ্মসূত্ৰে বাহিৰলৈ যোৱাৰ যোগ৷ দাম্পত্যত সুখ আৰু শান্তি বজাই ৰাখিব৷ খং নিয়ন্ত্ৰণত ৰাখিব৷ বিনা কাৰণত মান হানিৰ যোগ৷ গতিকে সতৰ্কতা অৱলম্বন কৰিব৷

SEE MORE: ৰাণু মণ্ডলক বিয়া কৰাই বিপদত এক যুৱক! কিয় বিপদত পৰিছে যুৱকজন?

 

তুলা— আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যোগ৷ কিবা কাৰণত মানসিক পীড়াত ভুগিব পাৰে৷ যোগ্যতা অনুসৰি নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ৷ বন্ধু বিয়োগৰ যোগ৷ কিবা কাৰণত মনত ভয়ৰ সঞ্চাৰ হ’ব পাৰে৷ প্ৰেমত অশুভ৷

বৃশ্চিক— যোগ্যতা অনুযায়ী কৰ্ম পৰিৱৰ্তনৰ যোগ আছে৷ শিক্ষকতাৰ লগত জড়িত ব্যক্তিসকলৰ শুভ বুলি ক’ব নোৱাৰি৷ ঘৰুৱা দিশত সমস্যাই দেখা দিব পাৰে৷ বিদ্যাৰ্থীৰ মধ্যম৷

ধনু— নিবনুৱাৰ কৰ্মলাভৰ যোগ৷ কৰ্মক্ষেত্ৰত বিশৃংখলতাই দেখা দিব পাৰে৷ আত্মীয়ৰ কাৰণে ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ মূৰৰ বিষত কষ্ট পাব পাৰে৷ আকস্মিকভাৱে কোনো বিতৰ্কত সোমাব পাৰে৷ প্ৰেম আৰু দাম্পত্যত অশুভ৷

SEE MORE: বিমানবন্দৰত বলিউদৰ অভিনেত্ৰীক যৌন আতিশয্য! স্বামীও বৰ্ণবৈষম্যৰ বলি!

 

মকৰ— অন্য ব্যক্তিৰ সহায়ত উন্নতিৰ যোগ৷ কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব যদিও আৰ্থিক ক্ষেত্ৰ ভাল নহয়৷ সন্তানৰ কৰ্মপ্ৰাপ্তিৰ যোগ৷ শৰীৰ-স্বাস্থ্য সম্পৰ্কে সচেতন থাকক৷ বিদ্যাৰ্থীৰ শুভ৷

কুম্ভ— পৰিকল্পিত কামত ব্যাঘাত ঘটিব পাৰে৷ বাধাৰ সত্ত্বেও বিদ্যাৰ্থীৰ সাফল্য৷ যান-বাহন চলোৱাৰ পৰা সতৰ্ক থাকক৷ আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যোগ আছে যদিও অপ্ৰত্যাশিতভাৱে বাধা দেখা দিব পাৰে৷

মীন— কৰ্মক্ষেত্ৰত একাধিক সুযোগ-সুবিধা আহিব গুপ্ত শত্ৰুৰ পৰা সতৰ্ক থাকিব৷ বস্তু কিনা-বেচাৰ বাবে দিনটো শুভ৷ গুৰুজনৰ লগত কিবা কাৰণত মতানৈক্যই দেখা দিব পাৰে৷

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ
অসম

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

October 20, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

October 20, 2026
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!
বিশ্ব

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

October 20, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

October 20, 2026
Next Post
৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কি ক’লে কবি নীলমণি ফুকনে? (সম্পূৰ্ণ ভাষণ)

৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কি ক'লে কবি নীলমণি ফুকনে? (সম্পূৰ্ণ ভাষণ)

শোকাৱহ! ৰে’লে মহতীয়াই নিলে যাত্ৰীক, অসমৰ দুইসহ থিতাতে নিহত ৫ যাত্ৰী

শোকাৱহ! ৰে’লে মহতীয়াই নিলে যাত্ৰীক, অসমৰ দুইসহ থিতাতে নিহত ৫ যাত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.