• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

5 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

5 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

5 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

5 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

6 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

6 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

9 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

10 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

11 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

12 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

13 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ১২ এপ্ৰিল দিনটো...

editor by editor
April 12, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
144
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ— আয় উন্নতিৰ বাবে দিনটো শুভ হ’লেও ব্যয়ৰ কাৰণে সঞ্চয় নহ’ব৷ বাধা-বিপত্তি থকা সত্ত্বেও লক্ষ্যত উপনীত হ’ব পাৰিব৷ আকস্মিকভাৱে প্ৰাপ্তি যোগ হ’ব পাৰে৷ মানসিক অশান্তিত ভুগিব৷ প্ৰেমত শুভ৷

বৃষ— কৰ্মক্ষেত্ৰত সুনাম লাভ৷ ভাতৃৰ লগত মত-অমিল হ’ব পাৰে৷ চকুৰ সমস্যাত ভুগিব পাৰে৷ অযথা অৰ্থনাশ হ’ব পাৰে৷ ব্যৱসায়-বাণিজ্যত ভাল দেখা নাযায়৷ উচ্চ বিদ্যাৰ্থীৰ উন্নতিৰ যোগ৷

মিথুন— নিজৰ ভুলৰ কাৰণে ভাল সুযোগ হেৰুৱাব পাৰে৷ দৈনন্দিন কাম-কাজত বাধাৰ মাজেৰে অগ্ৰগতি লাভ আকস্মিক কোনো অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন৷ সাৱধানতা অৱলম্বন কৰিব৷ আৰ্থিক মধ্যম ফল৷

SEE MORE: কোন বলিউদৰ পৰিচালকে মডেল মান্দনা কৰিমীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰালে?

কৰ্কট— নিজৰ কোনোবাৰ লগত বিবাদৰ সূত্ৰপাত ঘটিব পাৰে৷ বুধৰ শুভ প্ৰভাৱৰ ফলত ব্যৱসায়-বাণিজ্যত শুভ প্ৰভাৱ পৰিব৷ গৃহ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিব পাৰে৷ বিনা কাৰণত অপবাদৰ ভয় আছে, গতিকে সতৰ্ক থাকক৷

সিংহ— অশুভ ৰাহুৰ কাৰণে কৰ্মত বাধা৷ শত্ৰুৰ বেয়া নজৰ পৰিব৷ পাৰিবাৰিক ক্ষেত্ৰত অশান্তি৷ বিদ্যাত বাধা৷

কন্যা— বুধৰ প্ৰভাৱত সম্পদ লাভৰ যোগ৷ কৰ্মসূত্ৰে বাহিৰলৈ যোৱাৰ যোগ৷ দাম্পত্যত সুখ আৰু শান্তি বজাই ৰাখিব৷ খং নিয়ন্ত্ৰণত ৰাখিব৷ বিনা কাৰণত মান হানিৰ যোগ৷ গতিকে সতৰ্কতা অৱলম্বন কৰিব৷

SEE MORE: ৰাণু মণ্ডলক বিয়া কৰাই বিপদত এক যুৱক! কিয় বিপদত পৰিছে যুৱকজন?

তুলা— আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যোগ৷ কিবা কাৰণত মানসিক পীড়াত ভুগিব পাৰে৷ যোগ্যতা অনুসৰি নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ৷ বন্ধু বিয়োগৰ যোগ৷ কিবা কাৰণত মনত ভয়ৰ সঞ্চাৰ হ’ব পাৰে৷ প্ৰেমত অশুভ৷

বৃশ্চিক— যোগ্যতা অনুযায়ী কৰ্ম পৰিৱৰ্তনৰ যোগ আছে৷ শিক্ষকতাৰ লগত জড়িত ব্যক্তিসকলৰ শুভ বুলি ক’ব নোৱাৰি৷ ঘৰুৱা দিশত সমস্যাই দেখা দিব পাৰে৷ বিদ্যাৰ্থীৰ মধ্যম৷

ধনু— নিবনুৱাৰ কৰ্মলাভৰ যোগ৷ কৰ্মক্ষেত্ৰত বিশৃংখলতাই দেখা দিব পাৰে৷ আত্মীয়ৰ কাৰণে ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ মূৰৰ বিষত কষ্ট পাব পাৰে৷ আকস্মিকভাৱে কোনো বিতৰ্কত সোমাব পাৰে৷ প্ৰেম আৰু দাম্পত্যত অশুভ৷

SEE MORE: বিমানবন্দৰত বলিউদৰ অভিনেত্ৰীক যৌন আতিশয্য! স্বামীও বৰ্ণবৈষম্যৰ বলি!

মকৰ— অন্য ব্যক্তিৰ সহায়ত উন্নতিৰ যোগ৷ কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব যদিও আৰ্থিক ক্ষেত্ৰ ভাল নহয়৷ সন্তানৰ কৰ্মপ্ৰাপ্তিৰ যোগ৷ শৰীৰ-স্বাস্থ্য সম্পৰ্কে সচেতন থাকক৷ বিদ্যাৰ্থীৰ শুভ৷

কুম্ভ— পৰিকল্পিত কামত ব্যাঘাত ঘটিব পাৰে৷ বাধাৰ সত্ত্বেও বিদ্যাৰ্থীৰ সাফল্য৷ যান-বাহন চলোৱাৰ পৰা সতৰ্ক থাকক৷ আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যোগ আছে যদিও অপ্ৰত্যাশিতভাৱে বাধা দেখা দিব পাৰে৷

মীন— কৰ্মক্ষেত্ৰত একাধিক সুযোগ-সুবিধা আহিব গুপ্ত শত্ৰুৰ পৰা সতৰ্ক থাকিব৷ বস্তু কিনা-বেচাৰ বাবে দিনটো শুভ৷ গুৰুজনৰ লগত কিবা কাৰণত মতানৈক্যই দেখা দিব পাৰে৷

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কি ক’লে কবি নীলমণি ফুকনে? (সম্পূৰ্ণ ভাষণ)

৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কি ক'লে কবি নীলমণি ফুকনে? (সম্পূৰ্ণ ভাষণ)

শোকাৱহ! ৰে’লে মহতীয়াই নিলে যাত্ৰীক, অসমৰ দুইসহ থিতাতে নিহত ৫ যাত্ৰী

শোকাৱহ! ৰে’লে মহতীয়াই নিলে যাত্ৰীক, অসমৰ দুইসহ থিতাতে নিহত ৫ যাত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.