• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিমানবন্দৰত বলিউদৰ অভিনেত্ৰীক যৌন আতিশয্য! স্বামীও বৰ্ণবৈষম্যৰ বলি!

বিমানবন্দৰত বলিউদৰ অভিনেত্ৰীক যৌন আতিশয্য! স্বামীও বৰ্ণবৈষম্যৰ বলি!

4 years ago
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

5 hours ago
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

5 hours ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

6 hours ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

6 hours ago
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

7 hours ago
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

8 hours ago
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

8 hours ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

10 hours ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

11 hours ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

11 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

13 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিমানবন্দৰত বলিউদৰ অভিনেত্ৰীক যৌন আতিশয্য! স্বামীও বৰ্ণবৈষম্যৰ বলি!

editor by editor
April 11, 2022
in অপৰাধ, ভাৰত
0
বিমানবন্দৰত বলিউদৰ অভিনেত্ৰীক যৌন আতিশয্য! স্বামীও বৰ্ণবৈষম্যৰ বলি!
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ এগৰাকী মোহময়ী অভিনেত্ৰী আয়েশা টাকিয়া বিমানবন্দৰত নিয়োজিত নিৰাপত্তাৰক্ষীৰ দ্বাৰা যৌন আতিশয্যৰ বলি হৈছিল৷ এই গুৰুতৰ অভিযোগ কৰিছে অভিনেত্ৰীগৰাকীৰ স্বামী ফাৰহান আজমীয়ে৷

ঘটনাটো চলিত মাহৰ প্ৰথমটো সপ্তাহতে সংঘটিত হৈছিল যদিও এতিয়াহে সংবাদ মাধ্যমত চৰ্চালৈ আহিছে৷

অভিনেত্ৰীগৰাকীৰ স্বামীয়ে টুইটাৰত উল্লেখ কৰা মতে গোৱাৰ পৰা মুম্বাইলৈ যাত্ৰা কৰাৰ পূৰ্বে গোৱা বিমানবন্দৰত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ বিষয়াই এই কাণ্ড সংঘটিত কৰিছিল৷

লগতে পঢ়ক জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

বিমানবন্দৰটোত নিয়োজিত বাহিনীটোৰ কৰ্তব্যৰত বিষয়াই কৰ্তব্যৰ নামত অভিনেত্ৰী আয়েশা টাকিয়াৰ ওপৰত যৌন আতিশয্য চলোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে বৰ্ণবিদ্ধেষী গালি গালাজ কৰাৰো গুৰুতৰ অভিযোগ কৰিছে ফাৰহান আজমীয়ে৷

ফাৰহান আজমীৰ অভিযোগ অনুসৰি পত্নী পুত্ৰৰ সৈতে গোৱাৰ পৰা মুম্বাইলৈ যাত্ৰা কৰাৰ সময়ত বিমানবন্দৰত নিৰাপত্তাৰক্ষীয়ে তালাচী চলোৱাৰ নামত বিষয়া আৰ পি যাদৱ, ৰাউট নামৰ এজন কামাণ্ডাৰ আৰু বাহাদুৰ নামৰ এজন জ্যেষ্ঠ বিষয়াই তেওঁলোকক আতিশয্য চলাইছিল৷

Dear @CISFHQrs
I was boarding for Mumbai on @IndiGo6E 6386, 18:40 hrs flight & these racist officers R P Singh, A K Yadav, commander Rout & senior officer (SP category) Bahadur purposely singled me & my family (wife & son) immediately after they read out my name out loud to team pic.twitter.com/gjHdnFajDN

— Farhan Azmi (@abufarhanazmi) April 4, 2022

‘‘মোৰ পত্নীৰ শৰীৰত আপত্তিজনকভাৱে হাত দি পুত্ৰ আৰু মোক পৃথকে পৃথকে শাৰী হ’বলৈ নিৰ্দেশ দিয়ে, যদিও বাকীববোৰ পৰিয়াল একেটা শাৰীতে থিয় দি আছিল৷ মোৰ পত্নীক এনেকৈ স্পৰ্শ কৰাৰ বাবে আপত্তি কৰাত বাহাদুৰ নামৰ জ্যেষ্ঠ বিষয়াজনে মোক যৌনগন্ধী আৰু বৰ্ণবিদ্বেষী গালি গালাজ কৰে৷’’ ফাৰহান আজমীয়ে টুইটত কয়৷

লগতে পঢ়ক ঠিকেই- ;ৰজা ডাঙৰ, নে পায়খানা ডাঙৰ…;

এই ঘটনাৰ বিৰুদ্ধে অভিনেত্ৰী আয়েশাৰ স্বামীয়ে চিচিটিভৰ ফুটেজ পৰীক্ষা কৰি তদন্তৰ দাবীৰে আইনী পদক্ষেপ গ্ৰহণ কৰিব বুলিও ঘোষণা কৰিছে৷

ফাৰহান আজমীৰ টুইটৰ এদিনৰ পিছতে গোৱা বিমানবন্দৰ কৰ্তৃপক্ষই টুইট কৰি ঘটনাটোক দুৰ্ভাগ্যজনক বুলি আখ্যা দি ক্ষমা ভিক্ষা কৰিছে৷

আনহাতে, কেন্দ্ৰীয় নিৰাপত্তা বাহিনীটোৱে ফাৰহান আজমীৰ অভিযোগ নস্যাৎ কৰিছে৷ বাহিনীটোৰ ডিআইজি অণিল পাণ্ডেই ফাৰহান আজমীৰ দাবীক নস্যাৎ কৰি কয় যে কেন্দ্ৰীয় ঔদ্যোগিক বাহিনী এটা ‘পেচাদাৰী বাহিনী’৷

‘‘আমি প্ৰতিদিনে বিমানবন্দৰসমূহত ৭ লাখ বিমান যাত্ৰীৰে সন্মুখীন হওঁ৷ কিন্তু এনে অভিযোগ কেইটা আহিছে? তেওঁক মাত্ৰ নিৰাপত্তা বিধি মানি চলিবলৈ কোৱা হৈছিল৷ কোনো বিষয়াই তেওঁলোকৰ বিৰুদ্ধে বৰ্ণ বিদ্বেষী তথা অন্য আতিশয্য চলোৱা নাছিল৷’’ ডিআইজি অণিল পাণ্ডেই কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazzza khabarassam live 24axom live 24axom live 24 digitalAyesha Takiabest news channel in assamBest news channel of assamBest News Portal in Assambollywood actressbollywood actress Ayesha TakiaFarhan Azmi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ
উত্তৰ-পূব

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

July 30, 2026
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?
অপৰাধ

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

July 30, 2026
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ
ৰাজনীতি

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

July 30, 2026
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’
ৰাজনীতি

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

July 30, 2026
Next Post
ৰাণু মণ্ডলক বিয়া কৰাই বিপদত এক যুৱক! কিয় বিপদত পৰিছে যুৱকজন?

ৰাণু মণ্ডলক বিয়া কৰাই বিপদত এক যুৱক! কিয় বিপদত পৰিছে যুৱকজন?

দুবছৰৰ পিছত বহাগ বিহু : এইবাৰো হেঁপাহৰ বহাগ বিহুৰ আশাভংগ হ’ব অসমীয়াৰ!

দুবছৰৰ পিছত বহাগ বিহু : এইবাৰো হেঁপাহৰ বহাগ বিহুৰ আশাভংগ হ’ব অসমীয়াৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.