• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

4 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

5 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

5 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

6 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

6 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

7 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

8 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

9 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

9 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

10 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

10 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

11 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

editor by editor
April 11, 2022
in অপৰাধ, ভাৰত
0
জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ
0
SHARES
81
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰে দিল্লী আৰক্ষীয়ে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ শিক্ষাৰ্থীক হিংসাত্মক আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰিছে৷ বিশ্ববিদ্যালয়খনৰ সংশ্লিষ্ট হোষ্টেলটোৰ আৱাসীৰ অভিযোগৰ ভিত্তিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰা বুলি প্ৰকাশ কৰিছে৷

‘‘জেএনইউএছইউ, এছএফআই, ডিএছএফ আৰু আইএছএৰ সদস্যসকলে এবিভিপিৰ অচিনাক্ত সদস্যৰ বিৰুদ্ধে সোমবাৰে পুৱা ঘটনাৰ সন্দৰ্ভত অভিযোগ দাখিল কৰিছে৷’’ দিল্লী আৰক্ষীৰ উপ আয়ুক্ত (দক্ষিণ পশ্চিম) মনোজ চিয়ে সংবাদ মাধ্যমৰ আগত কয়৷

ইতিমধ্যে দিল্লী আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩২৩, ৩৪১, ৫০৯, ৫০৬ আৰু ৩৪ অধীনত গোচৰ কৰিছে৷ গোচৰ ৰুজু কৰিয়ে দিল্লী আৰক্ষীয়ে অভিযুক্তসকলক চিনাক্ত কৰিবলৈ হিংসাত্মক ঘটনাটোৰ প্ৰমাণিক আৰু বিজ্ঞানসন্মত তথ্য প্ৰমাণসহ ফুটেজ সংগ্ৰহ কৰি থকা বুলিও প্ৰকাশ কৰিছে৷ ঘটনাৰে জড়িতসকল এবিভিপিৰ সদস্য হ’লেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰিছে দিল্লী আৰক্ষীয়ে৷

লগতে পঢ়ক কোনজন ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহিত লিখিলে, পুষ্পা…পুষ্পাৰাজ…আপোন কভী লিখেগা নহী ছল্লা!

উল্লেখ্য যে দেওবাৰে সন্ধিয়া সন্দেহজনক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যই বিশ্ববিদ্যালয়খনৰ চৌদহত প্ৰৱেশ কৰি কাবেৰী আৱাসত আক্ৰমণ সংঘটিত কৰিছিল৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে উক্ত আক্ৰমণত ষোল্লগৰাকীকৈ শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হৈছে৷

অভিযোগ অনুসৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ছাত্ৰ সংগঠন এবিভিপিৰ সদস্যই ৰাম নৱমীত শিক্ষাৰ্থীসকলে আমিষ খাদ্য খোৱাক কেন্দ্ৰ কৰি এই হিংসাত্মক আক্ৰমণ সংঘটিত কৰিছিল৷ ইতিমধ্যে আক্ৰমণকাৰী দলটোৱে কিমান ভয়াৱহ আক্ৰমণ সংঘটিত কৰিছিল তাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

লগতে পঢ়ক শ্বেতা আগৰৱালাৰ হত্যাকাণ্ড : নৃশংস হত্যাকাণ্ডৰ দুই অভিযুক্তক দোষমুক্ত উচ্চ ন্যায়ালয়ৰ

ইপিনে এটা ভিডিঅ’ত আখতাৰিষ্টা আনছাৰী নামৰ এগৰাকী শিক্ষাৰ্থীৰ মূৰৰ পৰা ৰক্তক্ষৰণ হৈ দেখা গৈছে যদিও কৰ্তৃপক্ষই উক্ত ভিভিড’টো দেওবাৰৰ ঘটনাৰ নহয় বুলি নিশ্চিত কৰিছে৷

ইফালে এবিভিপিৰ সদস্যসকলে এই অভিযোগ নস্যাৎ কৰি দাবী কৰিছে যে তেওঁলোকে আয়োজন কৰা ৰামনৱমী পূজাত বাঁওপন্থী শিক্ষাৰ্থীসকলে বাধা প্ৰদানহে কৰিছিল আৰু ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ABVPaisaasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDSFJNUJNU attackJNU Students' UnionJNUSUsfi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব
বাণিজ্য

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

October 1, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

October 1, 2026
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ
ভাৰত

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

October 1, 2026
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
Next Post
ৰ’পৱেত উঠাৰ পূৰ্বে সাৱধান! ৰ’পৱেত ভয়ংকৰ দুৰ্ঘটনা, ২ জনৰ মৃত্যু, অৰ্ধশতাধিক আৱদ্ধ

ৰ’পৱেত উঠাৰ পূৰ্বে সাৱধান! ৰ’পৱেত ভয়ংকৰ দুৰ্ঘটনা, ২ জনৰ মৃত্যু, অৰ্ধশতাধিক আৱদ্ধ

বিমানবন্দৰত বলিউদৰ অভিনেত্ৰীক যৌন আতিশয্য! স্বামীও বৰ্ণবৈষম্যৰ বলি!

বিমানবন্দৰত বলিউদৰ অভিনেত্ৰীক যৌন আতিশয্য! স্বামীও বৰ্ণবৈষম্যৰ বলি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.