• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনজন ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহিত লিখিলে, পুষ্পা…পুষ্পাৰাজ…আপোন কভী লিখেগা নহী ছল্লা!

12 months ago
ৰঙালী উদযাপনৰ বাবে অসমলৈ আহি আছে ৰবীনা টেণ্ডন! বেলতলা বিহুৰ বহাগী উৎসৱত ভাগ ল’ব অভিনেত্ৰীগৰাকীয়ে

8 hours ago
ভাৰতৰ প্ৰধানমন্ত্ৰী শিক্ষিত নোহোৱাৰ বাবে দেশত কি কি অসুবিধা হৈছে দেশত? সবিশেষ বুজাই ক’লে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে…

11 hours ago
মোবাইল ফোন আৱিষ্কাৰৰ ৫০ বছৰ! আৱিষ্কাৰক কুপাৰে ক’লে মোবাইল সৃষ্টি কৰাটোৱেই জীৱনত ডাঙৰ এটা ভুল হ’ল…

শিষ্যৰ হাততেই গুৰুৰ পৰাজয়! আইপিএলৰ প্ৰথম মেচত হাৰ্দিকৰ গুজৰাটৰ হাতত ধোনীৰ চেন্নাই পৰাস্ত হোৱাৰ বিশেষ ৫টা কাৰণ…

13 hours ago
বয়সৰ সৈতে নাৰীৰ শাৰীৰিক চাহিদা কিয় কমি যায়? কি কয় সমীক্ষাই…

14 hours ago
পেৰাছিটামলৰ পৰা গৰ্ভনিৰোধক বড়ি! আজিৰে পৰা দাম বাঢ়িব এইকেইবিধ ঔষধৰ…

15 hours ago
IPLৰ উদ্বোধনী অনুষ্ঠানত বলীউড আউট! উদ্বোধনী অনুষ্ঠানত অৰিজিতৰ লগতে দাক্ষিণাত্যৰ অভিনেত্ৰীয়েহে কোবালে ছিক্স

1 day ago
ফাগুনে লঠঙা কৰা বিৰিখত ন কুঁহিপাত! সৰুসজাইতেই নহয়, বসন্ত আহিব অসমৰ প্ৰতিখন চহা গাঁৱতো…

গেৰুৱা নহয়, নীলা হ’ল বিজেপি! বিধানসভাত নীলা ছবি চোৱাৰ বাবেই দলটোৰেই নাম সলাই দিলে এইগৰাকী অভিনেতাই…

পৰিণীতি নহয় ৰাজনীতিৰ কথা সুধিবলৈ কৈ গোপনেই বিয়াত বহিল ৰাঘৱ! পৰিণীতি-ৰাঘৱৰ বিবাহৰ খবৰ জনালে ঘনিষ্ঠ সূত্ৰই

৪১ বছৰতেই ৫০০ সন্তানৰ পিতৃ! ‘দয়া কৰি আৰু পিতৃ নহ’ব’ বুলি আদালতে পঠিয়ালে জাননী

টোল গেটসমূহ মডাৰ্ণ আৰু মুক্ত ছিণ্ডিকেট! টোল গেটৰ টকাৰেই সৰুসজাইত বিহু পাতিব নেকিঃ সত্যৰঞ্জন বৰা

  • About
  • Advertise
  • Careers
Sunday, April 2, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোনজন ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহিত লিখিলে, পুষ্পা…পুষ্পাৰাজ…আপোন কভী লিখেগা নহী ছল্লা!

editor by editor
April 10, 2022
in চিনেমা, বিনোদন, বিবিধ
0
কোনজন ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহিত লিখিলে, পুষ্পা…পুষ্পাৰাজ…আপোন কভী লিখেগা নহী ছল্লা!
0
SHARES
229
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দক্ষিণৰ ছবিৰ জনপ্ৰিয়তাই ক্ৰমাত ম্লান পেলাইছে দেশৰ মূল ছবি উদ্যোগ বলিউডক। এতিয়া যেন লাহে লাহে দক্ষিণৰ ছবিৰ প্ৰতি “ক্ৰেজীনেছ” বাঢ়িছে সমগ্ৰ ভাৰততে। মুক্তিৰ লগে লগে সৰ্বভাৰতীয় পৰ্যায়ত নিজৰ জনপ্ৰিয়তাই মোহাচ্ছন্ন কৰিছে দক্ষিণৰ ছবিয়ে দৰ্শক সমাজক। আৰু দেশত আলোড়ন সৃষ্টি কৰা দক্ষিণৰ এখন চুপাৰহিট চিনেমাৰ নাম হৈছে “পুষ্পা”।

SEE MORE: হনিমুনত গৈ গম পালে স্বামী সমকামী! ইয়াৰ পিছত কি কৰিলে নৱবিবাহিতা পত্নীয়ে?

এই পুষ্পাৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পাইছিল যে ভাৰতৰ সীমা চেৰাই বিদেশটো বিপুল সমাদৰ লাভ কৰিছিল পুষ্পা ছবিখনে। এই পুষ্পা ছবিখনৰে এটা চিগনেটাৰ সংলাপ আছিল – পুষ্পা…পুষ্পাৰাজ…মে কভী ঝুকেগা নহী। আৰু ছবিখনৰ এই সংলাপটোৱে সমগ্ৰ এছিয়াতেই জনপ্ৰিয় হৈ পৰিছিল। পিছে এই জনপ্ৰিয় সংলাপ এইবাৰ পৰীক্ষাৰ উত্তৰ বহীত লিখিলে এজন ছাত্ৰই। য’ত তেওঁ লিখিলে – “পুষ্পা…পুষ্পাৰাজ… আপোন কভী লিখেগা নহী ছাল্লা”।

SEE MORE: খুঁটি লৰিছে ভাৰতৰ! ৰাছিয়াৰ সপক্ষে ভোটদান নকৰি ফল ভুগিব নেকি ভাৰতে?

আৰু পৰীক্ষাৰ্থীয়ে উত্তৰ বহীত লিখা এই সংলাপ এতিয়া ধুমুহাৰ গতিত ভাইৰেল হৈ পৰিছে সমগ্ৰ দেশতেই। আচলতে এই ঘটনা সংগঠিত হৈছে পশ্চিমবংগৰ এখন বিদ্যালয়ত। যিখন বিদ্যালয়ত এগৰাকী ছাত্ৰই পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি সমগ্ৰ বহীখনতে ফুলবাছি লিখি আহিল “পুষ্পা…পুষ্পাৰাজ…আপোন কভী লিখেগা নহী ছাল্লা”।

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assampushpa filmPUSHPA SONGSOUTH INDIAN FILM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰঙালী উদযাপনৰ বাবে অসমলৈ আহি আছে ৰবীনা টেণ্ডন! বেলতলা বিহুৰ বহাগী উৎসৱত ভাগ ল’ব অভিনেত্ৰীগৰাকীয়ে
অসম

April 1, 2023
শিষ্যৰ হাততেই গুৰুৰ পৰাজয়! আইপিএলৰ প্ৰথম মেচত হাৰ্দিকৰ গুজৰাটৰ হাতত ধোনীৰ চেন্নাই পৰাস্ত হোৱাৰ বিশেষ ৫টা কাৰণ…
ক্ৰীড়া

শিষ্যৰ হাততেই গুৰুৰ পৰাজয়! আইপিএলৰ প্ৰথম মেচত হাৰ্দিকৰ গুজৰাটৰ হাতত ধোনীৰ চেন্নাই পৰাস্ত হোৱাৰ বিশেষ ৫টা কাৰণ…

April 1, 2023
IPLৰ উদ্বোধনী অনুষ্ঠানত বলীউড আউট! উদ্বোধনী অনুষ্ঠানত অৰিজিতৰ লগতে দাক্ষিণাত্যৰ অভিনেত্ৰীয়েহে কোবালে ছিক্স
ক্ৰীড়া

IPLৰ উদ্বোধনী অনুষ্ঠানত বলীউড আউট! উদ্বোধনী অনুষ্ঠানত অৰিজিতৰ লগতে দাক্ষিণাত্যৰ অভিনেত্ৰীয়েহে কোবালে ছিক্স

March 31, 2023
পৰিণীতি নহয় ৰাজনীতিৰ কথা সুধিবলৈ কৈ গোপনেই বিয়াত বহিল ৰাঘৱ! পৰিণীতি-ৰাঘৱৰ বিবাহৰ খবৰ জনালে ঘনিষ্ঠ সূত্ৰই
চিনেমা

Next Post
ঠিকেই- “ৰজা ডাঙৰ, নে পায়খানা ডাঙৰ”

ঠিকেই- "ৰজা ডাঙৰ, নে পায়খানা ডাঙৰ"

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন