• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

3 months ago
পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

3 hours ago
বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

4 hours ago
ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

4 hours ago
আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

5 hours ago
দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

7 hours ago
কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

8 hours ago
জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

9 hours ago
ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

9 hours ago
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

1 day ago
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

1 day ago
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

1 day ago
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

1 day ago
  • About
  • Advertise
  • Careers
Wednesday, July 6, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ১১ এপ্ৰিল দিনটো...

editor by editor
April 11, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
136
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ— মঙলৰ শুভ প্ৰভাৱত ধন আৰু ভূ-সম্পত্তি লাভৰ যোগ৷ দিনটোত কিবা কাৰণত মানসিক দুখ পাব৷ প্ৰেম-প্ৰণয়ত শুভ৷ শাৰীৰিক দুৰ্বলতা৷ আৰ্থিক ক্ষেত্ৰ মধ্যম৷

বৃষ— পাৰিবাৰিক সুখ-শান্তিত থাকিব৷ অৰ্থক্ষতিৰ সম্ভাৱনা৷ সম্পদপ্ৰাপ্তিৰ যোগ৷ পুত্ৰ-কন্যাৰ উন্নতিৰ যোগ৷ শাৰীৰিক কষ্ট ভোগ কৰিব পাৰে৷ বিদ্যাৰ্থীৰ মধ্যম৷

মিথুন— বুধৰ শুভ প্ৰভাৱত কৰ্মত সুখ্যাতি লাভ৷ হিংস্ৰ জীৱ-জন্তুৰ পৰা সতৰ্কতা অৱলম্বন কৰিব৷ সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি৷ অৰ্থ ব্যয় হ’ব পাৰে৷ ব্যৱসায়ত মধ্যম ফল৷ বিদ্যাৰ্থীৰ শুভ৷

SEE MORE: ঠিকেই- “ৰজা ডাঙৰ, নে পায়খানা ডাঙৰ”

 

কৰ্কট— পিতৃ-মাতৃৰ কাৰণে চিন্তা থাকিব৷ মিছা অপবাদ উঠাব পাৰে৷ যান-বাহন লাভৰ যোগ৷ হতাশাত ভুগিব পাৰে৷ শুভ সংবাদ প্ৰাপ্তিৰ ফলত মনত আনন্দ৷ পৰীক্ষাৰ্থীৰ শুভ ফল৷

সিংহ— অশুভ ৰাহুৰ কাৰণে ন্যায্য ধনপ্ৰাপ্তিত বাধা৷ চোৰৰ পৰা সতৰ্ক থাকক৷ ভাতৃৰ কাৰণে ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যোগ যদিও ৰাহুৰ বাধা থাকিব৷ বিদ্যাৰ্থীৰ মানসিক চঞ্চলতা বৃদ্ধি৷

কন্যা— বুধৰ প্ৰভাৱত ব্যৱসায়-বাণিজ্য আৰু আৰ্থিক ক্ষেত্ৰত প্ৰভাৱ আহিব৷ ঘৰত প্ৰিয়জনৰ আগমন৷ মনত আনন্দ৷ কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ৷ চাকৰিয়ালসকলে কৰ্তব্য পালনৰ ক্ষেত্ৰত সতৰ্ক থাকক৷

SEE MORE: কোনজন ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহিত লিখিলে, পুষ্পা…পুষ্পাৰাজ…আপোন কভী লিখেগা নহী ছল্লা!

 

তুলা— সন্তানৰ কাৰণে পিতৃ-মাতৃৰ চিন্তা৷ দিনটো মধ্যমেৰে পাৰ হ’ব৷ সাৱধানেৰে চলা-ফুৰা কৰিব৷ পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল৷ উচ্চ বিদ্যাৰ বাবে বাহিৰলৈ যোৱাৰ যোগ৷ প্ৰেমত অশুভ৷

বৃশ্চিক— কাৰোবাৰ লগত বিবাদ হ’ব পাৰে৷ কৰ্মক্ষেত্ৰত পদপ্ৰাপ্তিৰ যোগ আছে যদিও বাধা আহিব পাৰে৷ আৰ্থিক মধ্যম৷

ধনু— কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ৷ পাৰিবাৰিক ক্ষেত্ৰত খেলিমেলি৷ মনৰ কোনো আশা পূৰণ হোৱাৰ যোগ৷ বন্ধুৰ লগত মত-বিৰোধ হ’ব পাৰে৷ শৰীৰৰ প্ৰতি লক্ষ্য ৰাখিব৷

মকৰ— শনিৰ প্ৰভাৱৰ ফলত আৰ্থিক সংকট হ’ব পাৰে৷ ব্যৱসায়ত ক্ষতিৰ সম্ভাৱনা৷ আত্মীয়-স্বজনৰ লগত বিবাদ হ’ব পাৰে৷ পেট সংক্ৰান্তত কিবা সমস্যাই দেখা দিব পাৰে৷ বিদ্যাৰ্থীৰ শুভ৷

কুম্ভ— পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল৷ ভ্ৰমণত সমস্যাই দেখা দিব পাৰে৷ গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে৷ আৰ্থিক সংকটত ভুগিব পাৰে৷ ব্যৱসায়-বাণিজ্যত ভবামতে ফল নাপাব৷ বিদ্যাৰ্থীৰ মধ্যম৷

মীন— কৰ্মক্ষেত্ৰত সন্মানবৃদ্ধিৰ যোগ৷ পাৰিবাৰিক বিবাদ৷ ভ্ৰমণত শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ আয় উন্নতিৰ বাবে দিনটো মধ্যম৷ প্ৰেম-প্ৰীতিৰ ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে৷

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ
ভাৰত

ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

July 6, 2022
আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?
বিবিধ

আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

July 6, 2022
দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…
ভাৰত

দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

July 6, 2022
কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?
ভাৰত

কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

July 6, 2022
Next Post
জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

ৰ’পৱেত উঠাৰ পূৰ্বে সাৱধান! ৰ’পৱেত ভয়ংকৰ দুৰ্ঘটনা, ২ জনৰ মৃত্যু, অৰ্ধশতাধিক আৱদ্ধ

ৰ’পৱেত উঠাৰ পূৰ্বে সাৱধান! ৰ’পৱেত ভয়ংকৰ দুৰ্ঘটনা, ২ জনৰ মৃত্যু, অৰ্ধশতাধিক আৱদ্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.