• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঠিকেই- “ৰজা ডাঙৰ, নে পায়খানা ডাঙৰ”

ঠিকেই- “ৰজা ডাঙৰ, নে পায়খানা ডাঙৰ”

4 years ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

30 minutes ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

44 minutes ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

1 hour ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

1 hour ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

2 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

3 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

5 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

5 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

5 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

6 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ঠিকেই- “ৰজা ডাঙৰ, নে পায়খানা ডাঙৰ”

editor by editor
April 10, 2022
in ক্ৰীড়া, বিনোদন, ভাৰত
0
ঠিকেই- “ৰজা ডাঙৰ, নে পায়খানা ডাঙৰ”
0
SHARES
837
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰজা যিমানেই কঠোৰ নহওক কিয়, যেতিয়া শৌচ কৰিব লাগে তেতিয়া পায়খানাই কিন্তু চিনি নাপায় তেওঁ ৰজা নে আন কোনবা। যেতিয়া পাইখানা-প্ৰচাব লাগে লাজ বুলি কোনো কথা নাথাকে, ধৈৰ্য বুলিও কোনো কথা নাথাকে। শৌচ লগা মাত্ৰকেই আপুনি য’তেই আছে যেনেকৈয়ে আছে শৌচালয়লৈ কানি-কাপোৰ খুলি দৌৰিবই লাগিব আপুনি।

SEE MORE: কোনজন ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহিত লিখিলে, পুষ্পা…পুষ্পাৰাজ…আপোন কভী লিখেগা নহী ছল্লা!

 

এই পাইখানই কাৰোৰে কথা নুবুজে বা পৰিস্থিতি যিমানেই জটিল নহওক কাৰোৰে কথা নুশুনে। আৰু এইবাৰ তেনে এক আমোদজনক ঘটনাই ঘটিল চলিত আইপিএল সংস্কৰণত। আইপিএলৰ শনিবাৰৰ দিনটোত খেল আছিল পঞ্জাৱ কিংছ বনাম গুজৰাট টাইটানছৰ মাজত। সকলোফালে ঠিকেই চলি আছিল খেলখন। কিন্তু চলি থকা খেলখনৰ আঠ নম্বৰ অভাৰত লাগিল অথন্তৰ।

SEE MORE: হনিমুনত গৈ গম পালে স্বামী সমকামী! ইয়াৰ পিছত কি কৰিলে নৱবিবাহিতা পত্নীয়ে?

কিয়নো অশেষ ধৈৰ্য ধৰি শেষত নোৱাৰিলেগৈ গুজৰাট টাইটানছৰ বেটিঙত থকা নৱাগত খেলুৱৈ ছাই সুদৰ্শনে। আৰু তীব্ৰ বেগত লগা পাইখানক বাধা দিব নোৱাৰি খেলৰ মাজতে হেলমেট, পেড, বেট পেলাই পাইখানা কৰিবলৈ দৌৰ মাৰে ছাই সুদৰ্শনে। যাৰ বাবে খেলৰ পূৰ্ব নিৰ্ধাৰিত সময়ৰ মাজত খেলিমেলি লাগে খেল আয়োজক সমিতিৰ মাজত। ইফালে ছাই সুদৰ্শনে পাইখানা কৰিবলৈ মৰা এই দৃশ্য ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamiplIPL 2022SAI SUDARSHAN TOILET BREAK
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!
বিনোদন

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

September 29, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.