• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হনিমুনত গৈ গম পালে স্বামী সমকামী! ইয়াৰ পিছত কি কৰিলে নৱবিবাহিতা পত্নীয়ে?

হনিমুনত গৈ গম পালে স্বামী সমকামী! ইয়াৰ পিছত কি কৰিলে নৱবিবাহিতা পত্নীয়ে?

4 years ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

4 minutes ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

28 minutes ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

47 minutes ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

1 hour ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

3 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

4 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

4 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

5 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

5 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

6 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হনিমুনত গৈ গম পালে স্বামী সমকামী! ইয়াৰ পিছত কি কৰিলে নৱবিবাহিতা পত্নীয়ে?

editor by editor
April 9, 2022
in অপৰাধ, ভাৰত
0
হনিমুনত গৈ গম পালে স্বামী সমকামী! ইয়াৰ পিছত কি কৰিলে নৱবিবাহিতা পত্নীয়ে?
0
SHARES
605
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী সমকামী পুৰুষে পত্নীৰ আগত নিজৰ সমকামী যৌনতাক লুকুৱাই ৰাখি কিছুদিন ধৰি ফাঁকি দি আহিছিল৷ অৱশেষত পত্নীয়ে স্বামীৰ সমকামী যৌনতাৰ বিষয়ে জানিব পাৰি আইনৰ আশ্ৰয় লয়৷

ঘটনাটো মহাৰাষ্ট্ৰৰ৷ ঘটনাৰ বিৱবৰণীৰ মতে মহাৰাষ্ট্ৰৰ থানেৰ ৩২ বছৰীয়া এজন লোকে ২০২১ চনৰ নৱেম্বৰত তেওঁতকৈ তিনি বছৰ সৰু এগৰাকী যুৱতীক বিবাহ কৰায়৷ স্বামীয়ে পত্নীক বিবাহৰ পূৰ্বে প্ৰতিবছৰে ১৪ লাখ টকাৰ দৰমহাৰ চেলাৰীৰ শ্লীপ দেখওৱাই বিয়া কৰোৱা বুলিও পত্নীয়ে অভিযোগ কৰিছে৷

বিবাহিত জীৱনৰ আৰম্ভণিৰ দিনবোৰ কিছু ভালদৰেই গৈছিল যদিও স্বামীৰ কিছুমান আচৰণত পত্নীৰ মনত সন্দেহৰ বীজ অংকুৰণ হয়৷

লগতে পঢ়ক অৱশেষত স্বীকাৰ ৰাছিয়াৰ : ইউক্ৰেইনত মৃত্যু হৈছে প্ৰায় ২০ হাজাৰ সেনাৰ!

বিয়াৰ দুটা মাহৰ ভিতৰতে দুয়ো স্বামী-স্ত্ৰীয়ে হনিমুনলৈ যায়৷ তেনে সময়তে স্বামীৰ মোবাইলৰ হোৱাটছএপ মেচেজবোৰ প্ৰত্যক্ষ কৰি পত্নীৰ মনৰ সন্দেহ কিছু গাঢ় হয়৷ মূলত মেচেজবোৰ আছিল অপ্ৰাকৃতিক যৌনতাৰ৷ হোৱাটছএপৰ মেচেছবোৰ প্ৰত্যক্ষ কৰি পত্নীয়ে স্বামীৰ বিৰুদ্ধে সন্দেহ হোৱাত আইনী পদক্ষেপ গ্ৰহণ কৰে৷

ইয়াৰ ভিত্তিতে স্বামীৰ মোবাইলটো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়৷ ফৰেনছিক পৰীক্ষাত স্বামীগৰাকীৰ উক্ত সমগ্ৰ মেচেজসমূহ সমকামী যৌনতাৰ সম্পৰ্কীয় মেচেজ বুলি নিশ্চিত হয়৷ লগতে, এইটো প্ৰমাণ হয় যে স্বামীগৰাকীৰ বহু সমকামী পুৰুষৰ সৈতে যৌন সম্পৰ্ক আছে৷

স্বামী গৰাকীয়ে অনলাইন ডেটিং এপচৰ জৰিয়তেও বিভিন্ন সমকামী পুৰুষৰ সৈতে সম্পৰ্কলৈ অহাৰ প্ৰমাণ পোৱা যায়৷ এই সমগ্ৰ কথাবোৰ পোহৰলৈ অহাৰ পিছতে পত্নীয়ে এই বিষয়ে স্বামী প্ৰশ্ন কৰোতে স্বামীয়ে পত্নীক ছুৰীৰে আঘাত কৰে৷

লগতে পঢ়ক যাত্ৰীবাহী ৰে’লত ঘোঁৰা উঠাই গ্ৰেপ্তাৰ হ’ল এজন লোক, ক’ত?

ইয়াৰ পিছতে পত্নীয়ে স্বামীৰ বিৰুদ্ধে বিবাহ পূৰ্ব আৰু বিবাহিত জীৱনত প্ৰতাৰণা কৰাৰ অভিযোগ আনি গোচৰ ৰুজু কৰে৷ স্বামীয়ে এই গোচৰটোৰ গ্ৰেপ্তাৰৰ পৰা বাচিবলৈ অগ্ৰিম জামিন বিচাৰি আদালতত আবেদন দাখিল কৰে৷

কিন্তু যোৱা বুধবাৰে আদালতে এই গোচৰৰ  শুনানি গ্ৰহণ কৰি স্বামীগৰাকীৰ জামিন আবেদন খাৰিজ কৰে৷ আৰু লোকজনৰ জে’ল গমন অৱধাৰিত হৈ পৰে৷

See MOre

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in Assamgay dating appshomosexual relationshipsnest news channel in assamsame sex relationship
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং
অসম

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ
অসম

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

September 29, 2026
Next Post
ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ! ভাৰতৰ প্ৰাঃ প্ৰধানমন্ত্ৰী বাজপেয়ীক কিয় স্মৰণ?

ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ! ভাৰতৰ প্ৰাঃ প্ৰধানমন্ত্ৰী বাজপেয়ীক কিয় স্মৰণ?

শ্বেতা আগৰৱালাৰ হত্যাকাণ্ড : নৃশংস হত্যাকাণ্ডৰ দুই অভিযুক্তক দোষমুক্ত উচ্চ ন্যায়ালয়ৰ

শ্বেতা আগৰৱালাৰ হত্যাকাণ্ড : নৃশংস হত্যাকাণ্ডৰ দুই অভিযুক্তক দোষমুক্ত উচ্চ ন্যায়ালয়ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.