• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বেতা আগৰৱালাৰ হত্যাকাণ্ড : নৃশংস হত্যাকাণ্ডৰ দুই অভিযুক্তক দোষমুক্ত উচ্চ ন্যায়ালয়ৰ

শ্বেতা আগৰৱালাৰ হত্যাকাণ্ড : নৃশংস হত্যাকাণ্ডৰ দুই অভিযুক্তক দোষমুক্ত উচ্চ ন্যায়ালয়ৰ

4 years ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

5 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

6 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

6 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

6 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

7 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

7 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

7 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

8 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

8 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

9 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

10 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শ্বেতা আগৰৱালাৰ হত্যাকাণ্ড : নৃশংস হত্যাকাণ্ডৰ দুই অভিযুক্তক দোষমুক্ত উচ্চ ন্যায়ালয়ৰ

editor by editor
April 9, 2022
in অপৰাধ, অসম
0
শ্বেতা আগৰৱালাৰ হত্যাকাণ্ড : নৃশংস হত্যাকাণ্ডৰ দুই অভিযুক্তক দোষমুক্ত উচ্চ ন্যায়ালয়ৰ
0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটী শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ গোচৰে নতুন মোৰ লৈছে৷ শনিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্বেতা হত্যাকাণ্ডৰ জড়িত থকা অভিযোগত নিম্ন আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহা দুই অভিযুক্তক দোষমুক্ত বুলি ঘোষণা কৰিছে৷

উল্লেখ্য যে ২০১৭ চনত গুৱাহাটীৰ কে ছি দাস কমাৰ্ছ কলেজৰ পঞ্চম ছেমিষ্টাৰৰ ছাত্ৰী শ্বেতাক আগৰৱালাক অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল৷

শ্বেতা আগৰৱালাৰ ক্ষত বিক্ষত মৃতদেহটো গুৱাহাটীৰ গোবিন্দ সিংঘলৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছিল।

লগতে পঢ়ক হনিমুনত গৈ গম পালে স্বামী সমকামী! ইয়াৰ পিছত কি কৰিলে নৱবিবাহিতা পত্নীয়ে?

এই ঘটনাৰ পিছতে সমগ্ৰ দেশৰ সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰে আৰু আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত গোবিন্দ সিংঘলৰ লগতে তেওঁৰ মাতৃ কমলা দেৱী আৰু ভগ্নী ভৱানীক গ্ৰেপ্তাৰ কৰে৷

শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ বিচাৰ কৰি নিম্ন আদালতে অভিযুক্তসকলক ২০১৯ চনৰ ডিচেম্বৰ মাহত দোষী সাব্যস্ত কৰি প্ৰেমিক গোবিন্দ সিংঘলক ফাঁচিৰ হুকুম দিয়াৰ লগতে মাক-ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ড দিয়ে।

কিন্তু আজি শ্বেতা আগৰৱালা হত্যাকাণ্ডই নতুন মোৰ লৈছে৷ নিম্ন আদালতে দোষী সাব্যস্ত কৰা গোবিন্দৰ মাতৃ আৰু ভগ্নীক উচ্চ ন্যায়লয়ে দোষমুক্ত বুলি ঘোষণা কৰিলে৷

লগতে পঢ়ক খুঁটি লৰিছে ভাৰতৰ! ৰাছিয়াৰ সপক্ষে ভোটদান নকৰি ফল ভুগিব নেকি ভাৰতে?

উচ্চ ন্যায়ালয়ে মাতৃ আৰু ভগ্নীক দোষমুক্তৰ ঘোষণা কৰি মূল অভিযুক্ত প্ৰেমিকৰ পূৰ্বৰ ৰায়দানৰো পুনৰ শুনানি হ’ব বুলিও প্ৰকাশ কৰিছে।

উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে শ্বেতাৰ পিতৃয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ ‘‘এয়া কেতিয়াও ন্যায় নহয়; অন্যায় হৈছে আমাৰ লগত। আমি ন্যায়ৰ বাবে যুঁজি যাম।’’ শ্বেতাৰ পিতৃয়ে এইদৰে কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamguwahati high courtSweta Agrawal murder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!
উত্তৰ-পূব

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

August 19, 2026
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?
অসম

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

August 19, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

কোনজন ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহিত লিখিলে, পুষ্পা…পুষ্পাৰাজ…আপোন কভী লিখেগা নহী ছল্লা!

কোনজন ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহিত লিখিলে, পুষ্পা...পুষ্পাৰাজ...আপোন কভী লিখেগা নহী ছল্লা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.