• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ! ভাৰতৰ প্ৰাঃ প্ৰধানমন্ত্ৰী বাজপেয়ীক কিয় স্মৰণ?

ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ! ভাৰতৰ প্ৰাঃ প্ৰধানমন্ত্ৰী বাজপেয়ীক কিয় স্মৰণ?

4 years ago
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

4 hours ago
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

5 hours ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

5 hours ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

6 hours ago
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

6 hours ago
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

7 hours ago
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

8 hours ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

9 hours ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

10 hours ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

11 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

12 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ! ভাৰতৰ প্ৰাঃ প্ৰধানমন্ত্ৰী বাজপেয়ীক কিয় স্মৰণ?

editor by editor
April 9, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ! ভাৰতৰ প্ৰাঃ প্ৰধানমন্ত্ৰী বাজপেয়ীক কিয় স্মৰণ?
0
SHARES
268
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদানৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন কৌশল গ্ৰহণ কৰি থকাৰ মাজতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ এটা ভাষণ ট্ৰেণ্ডিঙত থকা পৰিলক্ষিত হৈছে।

পাকিস্তানৰ ৰাজনৈতিক অচলাৱস্থা আজি নিশা ৮ বজাৰ পিছতে অন্ত পৰা সম্ভাৱনা আছে৷ পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অনুষ্ঠিত হোৱা শনিবাৰে নিশা ৮ বজাত অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

ইয়াৰ পূৰ্বে ৩ এপ্ৰিলত পাকিস্তানৰ সংসদত ইমৰানৰ বিৰুদ্ধে আস্থা প্ৰস্তাৱো অনা হৈছিল। কিন্তু উপাধ্যক্ষজনে ৭ মিনিটৰ ভিতৰত সেই বিৰোধীৰ প্ৰস্তাৱ নাকচ কৰিছিল।

লগতে পঢ়ক খুঁটি লৰিছে ভাৰতৰ! ৰাছিয়াৰ সপক্ষে ভোটদান নকৰি ফল ভুগিব নেকি ভাৰতে?

জ্যেষ্ঠ পাকিস্তানী সাংবাদিক হামিদ মীৰৰ মতে, ভাৰতৰ প্ৰশংসা কৰা ইমৰান খানৰ মন্তব্য আৰু অনাস্থা প্ৰস্তাৱ এৰাই চলিবলৈ চেষ্টা কৰাৰ মাজত এক ডাঙৰ বিৰোধ আছে৷

জিঅ’ টিভিত হামিদ মীৰে কয়, ‘‘ইমৰান খানে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পৰা শিকিব লাগে, যেতিয়া বাজপেয়ী চাহেবে জানিব পাৰিছিল যে তেওঁৰ চৰকাৰ এটা ভোটত পিছ পৰি আছিল  তেতিয়া তেওঁ ৰাষ্ট্ৰপতিৰ ওচৰলৈ গৈ পদত্যাগ পত্ৰ প্ৰদান কৰে৷ ইমৰান খান চাহেবে ভাৰতৰ ইমান প্ৰশংসা কৰিছে, তেন্তে তেওঁলোকে এইবোৰ কিয় কাৰ্যকৰী কৰা নাই?’’

ইমৰান খানৰ ভাষণৰ কথা উল্লেখ কৰি হামিদ মীৰে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কথা উল্লেখ কৰি কয় যে ইমৰান খানে বাৰে বাৰে ভাৰতৰ কথা উল্লেখ কৰি ইয়াৰ বৈদেশিক নীতিৰ প্ৰশংসা কৰি আহিছে।

লগতে পঢ়ক অৱশেষত স্বীকাৰ ৰাছিয়াৰ : ইউক্ৰেইনত মৃত্যু হৈছে প্ৰায় ২০ হাজাৰ সেনাৰ!

কিন্তু তেওঁ পাহৰি গৈছে যে কিছু সময় আগতে, তেওঁহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হিটলাৰৰ সৈতে তুলনা কৰিছিল৷

উল্লেখ্য যে শনিবাৰে দিনটোত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে লোকসভাত অনাস্থা প্ৰস্তাৱৰ বিতৰ্কত দিয়া এটা ভাষণৰ শেষাংশ সামাজিক মাধ্যম টুইটাৰৰ ট্ৰেণ্ডত আছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24atal bihari vajpayeeaxom live 24axom live 24 digitalBest Channel in AssamBest news channel of assamBest News Portal in Assamimran khanPak PM Imran Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং
বিনোদন

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

July 30, 2026
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ
উত্তৰ-পূব

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

July 30, 2026
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?
অপৰাধ

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

July 30, 2026
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ
ৰাজনীতি

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

July 30, 2026
Next Post
শ্বেতা আগৰৱালাৰ হত্যাকাণ্ড : নৃশংস হত্যাকাণ্ডৰ দুই অভিযুক্তক দোষমুক্ত উচ্চ ন্যায়ালয়ৰ

শ্বেতা আগৰৱালাৰ হত্যাকাণ্ড : নৃশংস হত্যাকাণ্ডৰ দুই অভিযুক্তক দোষমুক্ত উচ্চ ন্যায়ালয়ৰ

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.