• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খুঁটি লৰিছে ভাৰতৰ! ৰাছিয়াৰ সপক্ষে ভোটদান নকৰি ফল ভুগিব নেকি ভাৰতে?

খুঁটি লৰিছে ভাৰতৰ! ৰাছিয়াৰ সপক্ষে ভোটদান নকৰি ফল ভুগিব নেকি ভাৰতে?

4 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

7 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

7 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

8 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

8 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

9 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

9 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

9 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

10 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

11 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

13 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

13 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

খুঁটি লৰিছে ভাৰতৰ! ৰাছিয়াৰ সপক্ষে ভোটদান নকৰি ফল ভুগিব নেকি ভাৰতে?

editor by editor
April 9, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
খুঁটি লৰিছে ভাৰতৰ! ৰাছিয়াৰ সপক্ষে ভোটদান নকৰি ফল ভুগিব নেকি ভাৰতে?
0
SHARES
260
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ সময়ৰে পৰা ভাৰতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত এক কৌশলপূৰ্ণ স্থিতি গ্ৰহণ কৰি আহিছে৷ বিশ্ব সম্প্ৰদায়ৰ বিভিন্ন হেঁচাৰ পিছতো ভাৰতে দুয়োকূল ৰক্ষা কৰি আহিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আহিছে৷ অৰ্থাৎ আমেৰিকা আৰু ৰাছিয়াৰ মাজত ভাৰসাম্য ৰক্ষাৰ চেষ্টা কৰি আহিছে৷

কিন্তু সময় যোৱাৰ লগে লগে যেন ভাৰতৰ পূৰ্বৰ স্থিতি ক্ৰমশঃ সলনি হোৱাৰ উপক্ৰম হৈছে৷ ৰাছিয়াৰ বুছাৰ গণহত্যাৰ পিছতে ভাৰতৰ স্থিতি অধিক দোদুল্যমান হৈ পৰা বুলি কূটনৈতিক বিশেষজ্ঞসকলে দাবী কৰিছে৷

অৰ্থাৎ বুছাৰ গণহত্যাৰ পিছত ৰাষ্ট্ৰসংঘৰ মজিয়াত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ পৰা নিলম্বনৰ সময়ত ভাৰতে ৰছিয়াৰ সপক্ষে ভোটদান নকৰাটোৱে ইয়াকে সূচাইছে বুলি ধাৰণা কৰিছে কূটনৈতিক মহলে৷

লগতে পঢ়ক যাত্ৰীবাহী ৰে’লত ঘোঁৰা উঠাই গ্ৰেপ্তাৰ হ’ল এজন লোক, ক’ত?

উল্লেখ্য যে ডেৰ মাহ পূৰ্বে আমেৰিকা আৰু পশ্চিমীয়া দেশসমূহৰ তীব্ৰ হেঁচাৰ মাজতো ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৰাছিয়াৰ বিৰুদ্ধে ভোটদান কৰিবলৈ সন্মত হোৱা নাছিল৷ ৰাছিয়াৰ বিৰুদ্ধে ভাৰতে অৱস্থান নল’লে আমেৰিকাই ভাৰতৰ বিৰুদ্ধে অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰাৰো ভাবুকি প্ৰদান কৰিছিল৷ ইয়াৰ পিছতো যুদ্ধৰ মাজতে ভাৰতে ৰাছিয়াৰ পৰা অশোধিত খাৰুৱা তেল আমদানিৰ বাবে বাৰ্তালাপ চলাই নিয়ে৷

কিন্তু যোৱা বৃহস্পতিবাৰে ভাৰতে ৰাছিয়াৰ সপক্ষে ভোটদান নকৰি ৰাছিয়াৰ বিৰুদ্ধে একা কাঢ়া বাৰ্তা প্ৰদান কৰা বুলি কূটনৈতিক মহলে ধাৰণা কৰিছে৷ কূটনৈতিক শিবিৰৰ মতে ৰাছিয়াৰ ক্ষেত্ৰত ভাৰতে সঠিক কৌশলগত নীতি গ্ৰহণ কৰি আহিলেও বৃহস্পতিবাৰে যেন সেই কৌশল ৰক্ষা নপৰিল!

লগতে পঢ়ক ভাৰতৰ প্ৰশংসাত গদগদ হৈ কি ক’লে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে?

উল্লেখ্য যে ভাৰতে প্ৰতিৰক্ষা সা-সৰঞ্জামৰ বাবে সৰ্বাধিক নিৰ্ভৰ কৰা বিশ্বৰ দেশখনেই হৈছে ৰাছিয়া৷ প্ৰতিৰক্ষা সা-সৰঞ্জামৰ ক্ষেত্ৰত ভাৰতে ৭০%ৰো অধিক ৰাছিয়াৰ ওপৰতেই নিৰ্ভৰ কৰে৷ ৰাছিয়াৰ বিৰুদ্ধে অৱস্থান কৰিলে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতে সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱাৰ  সম্ভাৱনা আছে৷

কিন্তু বৃহস্পতিবাৰে ৰাছিয়াৰ সপক্ষে ভোটদান নকৰাৰ পিছতে ভাৰত আৰু ৰাছিয়াৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত বিৰূপ প্ৰভাৱ পৰা সম্ভাৱনা আছে বুলি কূটনৈতিক মহলে আশংকা কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIndo-Russia relationsRussia Ukraine invasionRussia Ukraine WarUN
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে
ভাৰত

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

September 5, 2026
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…
ভাৰত

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

September 5, 2026
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত
ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

September 5, 2026
Next Post
হনিমুনত গৈ গম পালে স্বামী সমকামী! ইয়াৰ পিছত কি কৰিলে নৱবিবাহিতা পত্নীয়ে?

হনিমুনত গৈ গম পালে স্বামী সমকামী! ইয়াৰ পিছত কি কৰিলে নৱবিবাহিতা পত্নীয়ে?

ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ! ভাৰতৰ প্ৰাঃ প্ৰধানমন্ত্ৰী বাজপেয়ীক কিয় স্মৰণ?

ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ! ভাৰতৰ প্ৰাঃ প্ৰধানমন্ত্ৰী বাজপেয়ীক কিয় স্মৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.