• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুবছৰৰ পিছত বহাগ বিহু : এইবাৰো হেঁপাহৰ বহাগ বিহুৰ আশাভংগ হ’ব অসমীয়াৰ!

দুবছৰৰ পিছত বহাগ বিহু : এইবাৰো হেঁপাহৰ বহাগ বিহুৰ আশাভংগ হ’ব অসমীয়াৰ!

4 years ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

21 minutes ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

1 hour ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

2 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

4 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

5 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

5 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

6 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

6 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

19 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

19 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দুবছৰৰ পিছত বহাগ বিহু : এইবাৰো হেঁপাহৰ বহাগ বিহুৰ আশাভংগ হ’ব অসমীয়াৰ!

editor by editor
April 11, 2022
in অসম
0
দুবছৰৰ পিছত বহাগ বিহু : এইবাৰো হেঁপাহৰ বহাগ বিহুৰ আশাভংগ হ’ব অসমীয়াৰ!
0
SHARES
383
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোভিড অতিমাৰীৰ বাবে যোৱা দুটা বছৰ বহাগ বিহু উদযাপন কৰিবলৈ নাপালে অসমীয়াই৷ যোৱা দুটা বছৰে বাসতিসাহোন বহাগৰ বিহু উদযাপন কৰিবলৈ নোপোৱা অসমীয়াই এইবাৰ বহাগ বিহু উদযাপনৰ বাবে সাজু হৈ আছে৷

কিন্তু এইবোৰো অসমীয়াই আশাহত হোৱাৰ আশংকাই দেখা দিছে৷ এইবাৰ অসমীয়াই হাততে পোৱা বিহুটোক যেন বতৰৰ বাবেই হেৰুওৱাৰ উপক্ৰম হৈছে!

হয়, যোৱা দুটা বছৰ অন্তত অসমীয়াই সাদৰৰ বহাগ বিহুটোক আদৰিবলৈ সাজু হৈ থকাৰ সময়তে বতৰে যেন সকলোবোৰতে কেণা লগাবলৈ আগবাঢ়ি আহিছে৷

লগতে পঢ়ক বিমানবন্দৰত বলিউদৰ অভিনেত্ৰীক যৌন আতিশয্য! স্বামীও বৰ্ণবৈষম্যৰ বলি!

বহাগ বিহুলৈ মাজত মাত্ৰ আৰু দুটামান দিন থকাৰ সময়তে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অহা বুধবাৰৰ পৰা দেওবাৰ পৰ্যন্ত ৰাজ্যৰ প্ৰায়বোৰ প্ৰান্ততে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ মতে সেই দিনকেইটাত ৰাজ্যত তাপমাত্ৰাও হ্ৰাস পাব৷ সৰ্বোচ্চ ২৬ ডিগ্ৰীৰ হোৱাৰ বিপৰীতে সৰ্বনিম্ন তাপমান ১৯ৰপৰা ২১ ডিগ্ৰীলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷

লগতে পঢ়ক ৰ’পৱেত উঠাৰ পূৰ্বে সাৱধান! ৰ’পৱেত ভয়ংকৰ দুৰ্ঘটনা, ২ জনৰ মৃত্যু, অৰ্ধশতাধিক আৱদ্ধ

আজি দিনটোৰ পুৱাৰ ভাগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ লগতে ঠাই ভেদে বতৰ ডাৱৰীয়া হৈ আছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে কাইলৈ দিনটোও আকাশ প্ৰায় ডাৱৰীয়া হৈয়ে থাকিব৷

ইফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যত উক্ত দিনকেইটাত বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা থকা বুলি প্ৰকাশ কৰি হাই এলাৰ্ট জাৰি কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambohag bihurongali bihu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত
অসম

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

September 14, 2026
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’
অপৰাধ

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

September 14, 2026
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী
অপৰাধ

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

September 14, 2026
Next Post
কি জঘন্য কাণ্ড! তিনি সতীৰ্থসহ নিজ কন্যাক গণধৰ্ষণ পিতৃৰ!

কি জঘন্য কাণ্ড! তিনি সতীৰ্থসহ নিজ কন্যাক গণধৰ্ষণ পিতৃৰ!

নগাঁৱত চাঞ্চল্যৰ সৃষ্টি : কলেজ অধ্যক্ষ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দুই অধ্যাপিকাৰ!

নগাঁৱত চাঞ্চল্যৰ সৃষ্টি : কলেজ অধ্যক্ষ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দুই অধ্যাপিকাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.