• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নগাঁৱত চাঞ্চল্যৰ সৃষ্টি : কলেজ অধ্যক্ষ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দুই অধ্যাপিকাৰ!

নগাঁৱত চাঞ্চল্যৰ সৃষ্টি : কলেজ অধ্যক্ষ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দুই অধ্যাপিকাৰ!

4 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

7 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

8 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

8 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

9 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

10 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

10 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

11 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

12 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

12 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

13 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

14 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নগাঁৱত চাঞ্চল্যৰ সৃষ্টি : কলেজ অধ্যক্ষ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দুই অধ্যাপিকাৰ!

editor by editor
April 11, 2022
in অসম
0
নগাঁৱত চাঞ্চল্যৰ সৃষ্টি : কলেজ অধ্যক্ষ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দুই অধ্যাপিকাৰ!
0
SHARES
291
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নগাঁৱৰ আগশাৰী উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে দুগৰাকীকৈ সহকাৰী অধ্যাপিকাই যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ এই অভিযোগৰ পিছতে সমগ্ৰ নগাঁৱৰ শৈক্ষিক মহলতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে যোৱা শনিবাৰে মহাবিদ্যালয়খনৰ এগৰাকী ঠিকাভিত্তিক অধ্যাপিকাই অধ্যক্ষ ডঃ সুৰজিত কুমাৰ ভাগৱতীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল৷ যোৱা ৪ বছৰে ঠিকাভিত্তিকৰূপে কৰ্মৰত অধ্যাপিকাগৰাকীয়ে অভিযোগ কৰা মতে অধ্যক্ষ ডঃ ভাগৱতীয়ে চাকৰি নিয়মীয়াকৰণৰ প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাবে জোৰ দি আহিছিল৷

ইতিমধ্যে অধ্যাপিকাগৰাকীয়ে ডঃ ভাগৱতীৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে৷

লগতে পঢ়ক দুবছৰৰ পিছত বহাগ বিহু : এইবাৰো হেঁপাহৰ বহাগ বিহুৰ আশাভংগ হ’ব অসমীয়াৰ!

ইফালে অধ্যক্ষ ডঃ সুৰজিত কুমাৰ ভাগৱতীয়ে এক ফে’চবুক প’ষ্ট যোগে তেওঁৰ বিৰুদ্ধে অধ্যাপিকাগৰাকীয়ে ভুৱা অভিযোগ অনা বুলি দাবী কৰিছে৷ অধ্যক্ষ ডঃ ভাগৱতীয়ে অলপতে অধ্যাপক পদৰ বাবে অনুষ্ঠিত সাক্ষাৎকাৰত উত্তীৰ্ণ নোহাৱাৰ বাবেই আক্ৰোশমূলকভাৱে অধ্যাপিকাগৰাকীয়ে এই অভিযোগ উত্থাপন কৰা বুলি দাবী কৰিছে৷ অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে অধ্যক্ষ ডঃ ভাগৱতীয়েও সদৰ থানাত এক গোচৰ দাখিল কৰিছে৷

এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই একেগৰাকী অধ্যক্ষৰ বিৰুদ্ধে পুনৰ যৌন আতিশয্যৰ অন্য এক অভিযোগ উত্থাপন কৰিছে মহাবিদ্যালয়খনৰ আন এগৰাকী অধ্যাপিকাই৷ ছাত্ৰী হোষ্টেলৰ ৱাৰ্ডেনৰ দায়িত্বত থকা অধ্যাপিকাগৰাকীয়ে এইবাৰ অধ্যক্ষ ডঃ ভাগৱতীৰ বিৰুদ্ধে আৰু ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে৷

দ্বিতীয়গৰাকী অধ্যাপিকাৰ অভিযোগ মতে অধ্যক্ষ ডঃ ভাগৱতীয়ে নিশা হঠাতে ছোৱালী হোষ্টেলত প্ৰৱেশ কৰি ছাত্ৰীসকলক অশ্লীল ইংগিত প্ৰদান কৰে৷ ইমানেই নহয় অধ্যক্ষগৰাকীয়ে নৈশ ক্লাছ পৰিদৰ্শনৰ নামত ক্লাছ ৰুমত হঠাতে প্ৰৱেশ কৰি শ্ৰেণীটো তদ্ৰূপ আচৰণ কৰে বুলি অধ্যাপিকাগৰাকীয়ে বিস্ফোৰক অভিযোগ কৰিছে৷

লগতে পঢ়ক ৰাণু মণ্ডলক বিয়া কৰাই বিপদত এক যুৱক! কিয় বিপদত পৰিছে যুৱকজন?

ইতিমধ্যে দ্বিতীয়গৰাকী অধ্যাপিকাইও অধ্যক্ষ ডঃ সুৰজিত কুমাৰ ভাগৱতীৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে৷

কলেজখনৰ দুগৰাকীকৈ অধ্যাপিকাই অধ্যক্ষ ডঃ সুৰজিত কুমাৰ ভাগৱতীৰ বিৰুদ্ধে উত্থাপন কৰা যৌন নিৰ্যাতনৰ অভিযোগক লৈ এতিয়া সমগ্ৰ নগাঁও চহৰতে চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্তত কোন সঁচা কোন মিছা স্পষ্ট হ’ব যদিও অধ্যক্ষ ডঃ সুৰজিত কুমাৰ বৰুৱাৰ বিৰুদ্ধে উত্থাপন হোৱা এই গুৰুতৰ অভিযোগে এতিয়া মহাবিদ্যালয়খনৰ গৰিমাকো ম্লান কৰিছে বুলি চৰ্চা চলিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamsexual abusesexual abused by college principal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!
অসম

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

October 5, 2026
Next Post
কোন বলিউদৰ পৰিচালকে মডেল মান্দনা কৰিমীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰালে?

কোন বলিউদৰ পৰিচালকে মডেল মান্দনা কৰিমীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰালে?

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.