• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন বলিউদৰ পৰিচালকে মডেল মান্দনা কৰিমীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰালে?

কোন বলিউদৰ পৰিচালকে মডেল মান্দনা কৰিমীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰালে?

4 years ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

4 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

4 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

5 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

5 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

6 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

7 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

8 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

9 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

9 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

9 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কোন বলিউদৰ পৰিচালকে মডেল মান্দনা কৰিমীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰালে?

editor by editor
April 11, 2022
in চিনেমা, ভাৰত
0
কোন বলিউদৰ পৰিচালকে মডেল মান্দনা কৰিমীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰালে?
0
SHARES
672
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ বলিউদৰ এজন পৰিচালকৰ বাতৰিয়ে বি টাউন, সামাজিক মাধ্যম আৰু দেশৰ সংবাদ মাধ্যমতো তোলপাৰ লগাইছে৷ বাতৰিটো হৈছে নাৰী অধিকাৰ হকে কাম কৰা মাত মাতি অহা বলিউদৰ এগৰাকী যশস্বী চলচ্চিত্ৰ পৰিচালকে এগৰাকী মডেলক গৰ্ভপাত কৰিবলৈ বাধ্য কৰাইছিল৷

গৰ্ভপাত কৰিবলৈ বাধ্য হোৱা মডেলগৰাকীৰ হৈছে ইৰাণী মূলৰ মান্দনা কৰিমী৷ লক’আপ নামৰ এক ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰি বলিউদৰ বিৰ্তকিত অভিনেত্ৰী তথা শ্ব’টোৰ হোষ্ট কংগণা ৰাণাৱট আগত মান্দনাই এই সমস্ত কাহিনী বিৱৰি কয়৷

মান্দনাৰ মতে লকডাউনৰ সময়ত তেওঁৰ স্বামীৰে বিচ্ছেদ হোৱাৰ পিছতে তেওঁ মানসিকভাৱে ভাগি পৰিছিল৷ ঠিক তেনে সময়তে নাৰী অধিকাৰ প্ৰতি সচেষ্ট বলিউদৰ এগৰাকীৰ যশস্বী ছবি পৰিচালকেৰে তেওঁৰ বন্ধুত্ব আৰম্ভ হয়৷ পৰিচালকগৰাকীয়ে ভগ্ন মান্দনাক মানসিকভাৱে সাহস দিয়াৰ লগতে জীৱনটোক নতুনকৈ জীবলৈ সাজু কৰি তোলে৷

 

লগতে পঢ়ক কি জঘন্য কাণ্ড! তিনি সতীৰ্থসহ নিজ কন্যাক গণধৰ্ষণ পিতৃৰ!

তেওঁলোকে দুয়ো একেলগে থাকিবলৈ লয়৷ এই সম্পৰ্কটো তেওঁলোকে সম্পূৰ্ণ গোপনীয়ভাৱে ৰাখে৷ ইয়াৰ মাজতে তেওঁলোকে এটা সন্তানৰ পৰিকল্পনা কৰে৷ সেই মতেই মান্দনা গৰ্ভৱতীও হয়৷ কিন্তু ইয়াৰ পিছতে হঠাতে পৰিচালকগৰাকীয়ে মন সলনি কৰি মান্দনাক গৰ্ভপাত কৰিবলৈ হেঁচা প্ৰয়োগ কৰে৷

‘‘আমি সন্তানৰ পৰিকল্পনা কৰো আৰু পৰিকল্পনাৰ মতে আগবাঢ়ো৷ তেনেতে তেওঁ মন সলনি কৰে৷ তেওঁ কয় যে মানসিকভাৱে পুনৰ পিতৃ হ’বলৈ সাজু হ’ব পৰা নাই৷ ইতিমধ্যে তেওঁ এটা সন্তানৰ পিতৃ৷ তেওঁ কয়, ‘মই বিশ্বাস কৰিব পৰা নাই যে ৩৩ বছৰ বয়সতো তুমি সহজে গৰ্ভৱতী হ’বা’৷’’

পৰিচালকগৰাকীৰ হেঁচাৰ বাবেই মান্দনাই গৰ্ভপাত কৰে৷ কিন্তু মান্দনাই পৰিচালকগৰাকীৰ নাম প্ৰকাশ কৰা নাই৷ এই কথা মডেলগৰাকীয়ে শ্বেয়াৰ কৰাৰ পিছতে সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছে৷ বহুতে পৰিচালকগৰাকী অনুৰাগ কাশ্যপ বুলিও অভিহিত কৰিছে৷ কোনো কোনো টুইটাৰ ইউজাৰে অনুৰাগ কাশ্যপ আৰু মান্দনাৰ যুগ্ম ফ’টো শ্বেয়াৰ কৰি বিভিন্ন ধৰণৰ মন্তব্য কৰিছে৷

 

লগতে পঢ়ক দুবছৰৰ পিছত বহাগ বিহু : এইবাৰো হেঁপাহৰ বহাগ বিহুৰ আশাভংগ হ’ব অসমীয়াৰ!

উল্লেখ্য যে যোৱা বছৰ পশ্চিমবংগৰ এগৰাকী অভিনেত্ৰী পায়েল ঘোষে অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপন কৰোতে মান্দনাই অনুৰাগ কাশ্যপৰ কাষত থিয় দিছিল৷ মান্দনাই আনকি কৈছিল যে অনুৰাগ কাশ্যপে নাৰীৰ অধিকাৰ হকে মাত মতাই নহয় নাৰীক সন্মান কৰিবও জানে, তেনে এজন লোকে কেতিয়াও নাৰীক যৌন আতিশয্য কৰাতো সম্ভৱ নহয়৷

এই সকলোবোৰ দিশ লক্ষ্য কৰি মান্দনাই পৰিচালকগৰাকীৰ নাম ৰাজহুৱা নকৰিলেও সামাজিক মাধ্যমত বিভিন্ন লোকে অনুৰাগ কাশ্যপৰ নাম লোৱা দেখা গৈছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Anurah kashyapasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamkangana ranautMandana Karimi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!
বিনোদন

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

September 29, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কি ক’লে কবি নীলমণি ফুকনে? (সম্পূৰ্ণ ভাষণ)

৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কি ক'লে কবি নীলমণি ফুকনে? (সম্পূৰ্ণ ভাষণ)

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.