• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ বোমা বিস্ফোৰণ : শিশু-মহিলাসহ ৩৩ গৰাকীৰ মৃত্যু, আহত ৪৩ গৰাকী

ভয়ংকৰ বোমা বিস্ফোৰণ : শিশু-মহিলাসহ ৩৩ গৰাকীৰ মৃত্যু, আহত ৪৩ গৰাকী

4 years ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

27 minutes ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

1 hour ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

2 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

4 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

4 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

5 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

6 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

6 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

7 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

7 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

9 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভয়ংকৰ বোমা বিস্ফোৰণ : শিশু-মহিলাসহ ৩৩ গৰাকীৰ মৃত্যু, আহত ৪৩ গৰাকী

editor by editor
April 23, 2022
in অপৰাধ, বিশ্ব
0
ভয়ংকৰ বোমা বিস্ফোৰণ : শিশু-মহিলাসহ ৩৩ গৰাকীৰ মৃত্যু, আহত ৪৩ গৰাকী
0
SHARES
371
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পবিত্ৰ ৰমজান মাহতে সংঘটিত এক ভয়ংকৰ বোমা বিস্ফোৰণত অতি কমেও ৩৩ গৰাকী লোক নিহত হোৱাৰ লগতে ৪৩ গৰাকী লোক আহত হৈছে৷

যোৱা শুকুৰবাৰে তালিবান শাসিত আফগানিস্তানৰ কুন্দজ জিলাৰ ইমাম চাহিব মছজিদত এই ভয়ংকৰ বোমা বিস্ফোৰণটো সংঘটিত হয়৷

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি মছজিদত নামাজ পঢ়ি থকাৰ সময়তে বিস্ফোৰণটো সংঘটিত হোৱাৰ ফলতে অতি কমেও ৩৩ জন লোক নিহত হৈছে৷ ইফালে আহত ৪৩ গৰাকীৰ ভিতৰত শিশু আৰু মহিলাও আছে বুলি জানিব পৰা গৈছে৷

লগতে পঢ়ক আকাশলংঘী ইন্ধন! কেনেকৈ বৈদ্যুতিক সংস্কৰণ কৰিব আপোনাৰ দুচকীয়া বাহন?

ইফালে আফগানিস্তানৰ সংবাদ মাধ্যম ট’ল’নিউজ-এ কুন্দুজ ইমাম চাহিব জিলাৰ আৰক্ষী মুৰব্বী হাফিজ ওমৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে শুকুৰবাৰে আবেলি মাওলাৱী ছিকন্দৰ মছজিদত সংঘটিত হোৱা বিস্ফোৰণটো অতি ভয়ংকৰ আছিল৷ নিৰাপত্তা সূত্ৰ আৰু প্ৰত্যক্ষদৰ্শীৰ মতে বিস্ফোৰণটোত অতি কমেও ৩০ জন লোক নিহত হৈছে৷

বিস্ফোৰণ আহতসকলক ততাতৈয়াকৈ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

আনহাতে, এই ভয়ংকৰ বিস্ফোৰণটোক ইছলামিক এমিৰেটছৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে বিস্ফোৰণটোত জড়িত থকা লোকসকলক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰখা হৈছে।

লগতে পঢ়ক ‘চুপ থাকক,’ পুত্ৰ হেৰুওৱা মাতৃক আঙুলি দেখুওৱাই দুৰ্ব্যৱহাৰ জিলা দণ্ডাধীশৰ

উল্লেখ্য যে আফগানিস্তানৰ ক্ষমতা তালিবানে হস্তগত কৰাৰ পিছৰে পৰা দেশখনত বোমা বিস্ফোৰণ পুনৰ এক নৈমিত্তিক ঘটনা হৈ পৰা দেখা গৈছে৷

ইফালে এই ভয়ংকৰ বিস্ফোৰণটো কোনে সংঘটিত কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ এতিয়ালৈকে দেশখনৰ কোনো সন্ত্ৰাসবাদী সংগঠনে বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambomb blastbomb blast in afghanistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!
বিশ্ব

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

July 17, 2026
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ
বিনোদন

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

July 17, 2026
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’
বিশ্ব

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

July 17, 2026
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
Next Post
আপুনি নিচাসক্ত নেকি? নিচাসক্তিৰ পৰা কেনেকৈ মুক্তি লাভ কৰিব?

আপুনি নিচাসক্ত নেকি? নিচাসক্তিৰ পৰা কেনেকৈ মুক্তি লাভ কৰিব?

গৃহমন্ত্ৰী অমিত শ্বাহৰ মূৰত ফুল ছটিয়ালে মুছলমান মহিলাই, কিন্তু কিয়?

গৃহমন্ত্ৰী অমিত শ্বাহৰ মূৰত ফুল ছটিয়ালে মুছলমান মহিলাই, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.