• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছাত্ৰসমাজৰ প্ৰতিবাদ…প্ৰতিবাদৰ পাছতেই পদত্যাগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ পাৰ্থপ্ৰতিম বৰুৱাৰ

ছাত্ৰসমাজৰ প্ৰতিবাদ…প্ৰতিবাদৰ পাছতেই পদত্যাগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ পাৰ্থপ্ৰতিম বৰুৱাৰ

4 years ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

1 hour ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

2 hours ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

2 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

3 hours ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

4 hours ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

5 hours ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

6 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

6 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

7 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

7 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

8 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

ছাত্ৰসমাজৰ প্ৰতিবাদ…প্ৰতিবাদৰ পাছতেই পদত্যাগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ পাৰ্থপ্ৰতিম বৰুৱাৰ

editor by editor
April 24, 2022
in অসম, গুৱাহাটী, শিক্ষা
0
ছাত্ৰসমাজৰ প্ৰতিবাদ…প্ৰতিবাদৰ পাছতেই পদত্যাগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ পাৰ্থপ্ৰতিম বৰুৱাৰ
0
SHARES
101
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ছাত্ৰসমাজৰ প্ৰতিবাদৰ পাছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ পাৰ্থপ্ৰতিম বৰুৱাৰ পদত্যাগ। উপাচাৰ্যলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰৰ পাছতেই তেখেতক শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব পদৰ পৰা অব্যাহতি দিয়া হয়। এক জাননীযোগে এই কথা জনালে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। উল্লেখ্য যে, শিক্ষাৰ্থীৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰিছিল বিশ্ববিদ্যালয়ৰ চৌহদ।

SEE MORE: ক’ত পলাবি…এইবাৰ ৰক্ষা নাই ইছলামিক জেহাদীৰ!

হোষ্টেল সংক্ৰান্তীয় এখন বিশেষ জাননীক শিক্ষাৰ্থীসকলে সাৱ্যস্ত কৰিছিল প্ৰতিবাদ। ক্ষোভত জ্বলি উঠিছিল GU PGSUৰ লগতে ULCSUৰ বিষয়ববীয়াসকলো। ৩ দিন পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হোষ্টেলসমূহৰ বাবে জাৰি কৰিছিল এখন জাননী। সেই জাননীত কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ সপ্তাহত থকা আন্তঃআৱাস প্ৰতিযোগিতা তথা ব্যক্তিগত আন্তঃআৱাস প্ৰতিযোগিতাসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল।

SEE MORE: জম্মুলৈ প্ৰধানমন্ত্ৰী। মোদীৰ সভাৰ কাষতে কোনে ঘটালে বিস্ফোৰণ?

লগতে বিশ্ববিদ্যালয়ৰ আৱাসত প্ৰাক্তন আৱাসী আৰু যিকোনো অতিথি থকাত নিষেধাজ্ঞা জাৰি কৰিছিল। এই সংক্ৰান্তত আৱাসৰ ছাত্ৰাধীক্ষকসকলে এক লিখিত প্ৰতিশ্ৰুতি দিব লাগিব বুলিও উল্লেখ কৰা হৈছিল। এই নিৰ্দেশনা ভংগকাৰী প্ৰাক্তন আৱাসী তথা অকৰ্তৃত্বশীল লোকৰ বিৰুদ্ধে কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জাননীখনত উল্লেখ আছিল। বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ পাৰ্থপ্ৰতিম বৰুৱাৰ স্বাক্ষৰিত এই জাননীৰ পাই লৈ জাঙুৰ খাই উঠিছিল ছাত্ৰসমাজ।

SEE MORE: CBSEৰ পাঠ্যক্ৰমত বৃহৎ পৰিৱৰ্তন : আঁতৰিল মোগল ইতিহাসসহ কে’বটাও অধ্যায়

এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ কৰ্তৃপক্ষলৈ PGSUৰ লগতে ULCSUএ আনকি পত্ৰও প্ৰেৰণ কৰিছিল। নিৰ্দেশনা প্ৰত্যাহাৰ নকৰিলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিছিল। কিন্তু এই দাবীৰ প্ৰতি কোনো কাণসাৰ নিদিয়াত আজি দিনৰ ভাগত তেওঁলোকে এক বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে। বিক্ষোভ কাৰ্যসূচীৰ পাছতেই ছাত্ৰসমাজৰ কাষলৈ আহে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈ।

তেওঁলোকৰ সৈতে বাৰ্তালাপৰ পাছতেই উপাচাৰ্যগৰাকীয়ে উক্ত নিৰ্দেশনা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে। মন কৰিবলগীয়া যে, নিৰ্দেশনা বাতিলৰ পাছতো ছাত্ৰসমাজ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড৹ পাৰ্থপ্ৰতিম বৰুৱাৰ পদত্যাগৰ দাবীত অটল থাকে। যাৰ পৰিপ্ৰেক্ষিততেই ড৹ বৰুৱাই নিজৰ পদৰ পৰা পদত্যাগ কৰে। ইফালে নতুন শ্ৰেণীসমূহৰ সচিব নিযুক্ত নোহোৱা পৰ্যন্ত পঞ্জীয়ক ড৹ হেমন্ত কুমাৰ নাথে শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্ব পালন কৰিব।

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assamassam ka newsassam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamgu news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

March 22, 2026
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
Next Post
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন… মহানগৰবাসীলৈ অগপৰ ধন্যবাদ জ্ঞাপন

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন... মহানগৰবাসীলৈ অগপৰ ধন্যবাদ জ্ঞাপন

সমাপ্ত হ’ল দুবছৰীয়া প্ৰেমৰ সম্বন্ধ। দুখত ভাগিছে অনুৰাগী!

সমাপ্ত হ'ল দুবছৰীয়া প্ৰেমৰ সম্বন্ধ। দুখত ভাগিছে অনুৰাগী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.