• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০৮ ঘণ্টাত নিৰ্মাণ হ’ব ৭৫ কিলোমিটাৰ পথ! স্থান লাভ কৰিব গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত!

১০৮ ঘণ্টাত নিৰ্মাণ হ’ব ৭৫ কিলোমিটাৰ পথ! স্থান লাভ কৰিব গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত!

4 years ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

26 minutes ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

1 hour ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

2 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

16 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

16 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

17 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

17 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

18 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

20 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

21 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

22 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১০৮ ঘণ্টাত নিৰ্মাণ হ’ব ৭৫ কিলোমিটাৰ পথ! স্থান লাভ কৰিব গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত!

 ভাৰতৰ ক’ত নিৰ্মাণ কৰা হৈছে এই পথ?  

editor by editor
June 4, 2022
in প্ৰযুক্তি, ভাৰত
0
১০৮ ঘণ্টাত নিৰ্মাণ হ’ব ৭৫ কিলোমিটাৰ পথ! স্থান লাভ কৰিব গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত!
0
SHARES
335
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাত্ৰ ১০৮ ঘন্টা অৰ্থাৎ চাৰে চাৰিদিনৰ ভিতৰতে সাজু হ’ব কৰি তোলা হ’ব ৭৫ কিলোমিটাৰ পথ। মহাৰাষ্ট্ৰৰ অমৰাৱতিৰ পৰা আকোলালৈ মহাৰাষ্ট্ৰ ৰাজ্যিক ঘাইপথৰ এই নিৰ্মাণ কাৰ্য চলি আছে।

যদি চাৰে চাৰিদিনত এই কাম সম্পূৰ্ণ হয়, তেন্তে এই পথটোৱে গিনিজ বুক অৱ ৰেকৰ্ডত নিজৰ নাম লিখিবলৈ সক্ষম হ’ব। ৩ জুন শুকুৰবাৰৰ পৰা এই ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ৬ জুনৰ ভিতৰত এই পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

অমৰাৱতিৰ লনী গাঁৱৰ পৰা আকোলাৰ মানোলা গাঁৱলৈকে পথটো সময়মতে সম্পূৰ্ণ কৰাৰ বাবে নিৰ্মাণ শ্ৰমিকসকলে দিনে-নিশাই কাম কৰি আছে। পথ নিৰ্মাণৰ দায়িত্বত থকা কোম্পানীটোও সক্ৰিয় হৈ আছে। ইতিমধ্যে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ এটা দলে সেই স্থানত উপস্থিত হৈ পথ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰি আছে।

লগতে পঢ়ক অত্যধিক কীটনাশক ব্যৱহাৰ! বহু দেশে উভতাই দিছে ভাৰতৰ চাহ!

সূত্ৰ অনুসৰি, আধুনিক নিৰ্মাণ কৌশল ব্যৱহাৰ কৰি বিটুমিনাছ কংক্ৰিট ব্যৱহাৰ কৰি এই ঘাইপথটো নিৰ্মাণ কৰা হৈছে। প্ৰায় ৮০০ৰ পৰা ১০০০ নিৰ্মাণ শ্ৰমিকে পথটোত কাম কৰি আছে।

ইয়াৰ পূৰ্বে কাটাৰে ইমান দ্ৰুত পথ নিৰ্মাণৰ বাবে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল। কাটাৰৰ দোহাত ১০ দিনত ২৫ কিলোমিটাৰ পথ নিৰ্মাণ কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল।

আমৰাৱতিৰ পৰা আকোলালৈকে ঘাইপথটোৰ দায়িত্বত থকা নিৰ্মাণ কোম্পানীটোৱে চাৰিদিনত এই পথটো নিৰ্মাণ কৰি নিজৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত পঞ্জীয়ন কৰাৰ আশা সাকাৰ কৰিবলৈ শ্ৰমিকসকলেও তৎপৰতাৰে কাম কৰি আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGuinness World Recordmaharastra state highway
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি
বিশ্ব

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

June 11, 2026
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা
ভাৰত

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

June 10, 2026 - Updated on June 11, 2026
Next Post
একেলগে ৩ টা কন্যা সন্তান জন্ম দি গৰ্বিত কোন মাতৃ?

একেলগে ৩ টা কন্যা সন্তান জন্ম দি গৰ্বিত কোন মাতৃ?

ব্যক্তিত্ব পৰীক্ষা : শুই থকাৰ কি অৱস্থাই ব্যক্তিত্বৰ কি বৈশিষ্ট্যবোৰ উন্মোচন কৰে?

ব্যক্তিত্ব পৰীক্ষা : শুই থকাৰ কি অৱস্থাই ব্যক্তিত্বৰ কি বৈশিষ্ট্যবোৰ উন্মোচন কৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.