• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কে কেৰ মৃত্যুৰ কাৰণ বাহিৰ! কি হৈ হঠাতে মৃত্যু হৈছিল শিল্পী কে কেৰ?

কে কেৰ মৃত্যুৰ কাৰণ বাহিৰ! কি হৈ হঠাতে মৃত্যু হৈছিল শিল্পী কে কেৰ?

4 years ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

2 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

2 hours ago
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

4 hours ago
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

5 hours ago
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

5 hours ago
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

6 hours ago
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

6 hours ago
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

7 hours ago
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

7 hours ago
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

8 hours ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

10 hours ago
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কে কেৰ মৃত্যুৰ কাৰণ বাহিৰ! কি হৈ হঠাতে মৃত্যু হৈছিল শিল্পী কে কেৰ?

‘মায়োকাৰ্ডিয়াল ইনফাৰ্কচন’ৰ ফলত মৃত্যু! কি এই ৰোগ?

editor by editor
June 4, 2022
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
কে কেৰ মৃত্যুৰ কাৰণ বাহিৰ! কি হৈ হঠাতে মৃত্যু হৈছিল শিল্পী কে কেৰ?
0
SHARES
843
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ জনপ্ৰিয় কণ্ঠটশিল্পী কে কে মৃত্যুৰ ৩ দিন পাৰ হৈ গ’ল। কিন্তু প্ৰিয় কণ্ঠশিল্পীগৰাকীৰ এই আকস্মিক মৃত্যু এতিয়াও কোনেও মানি ল’ব পৰা নাই। দুটাকৈ প্ৰজন্ম কে কে গীতৰ প্ৰেমত মছগুল আছিল।

যোৱা মঙলবাৰে সন্ধিয়া কে কে নিজৰ কাৰ্যসূচী শেষ কৰি মধ্য কলকাতাৰ এখন বিলাসী হোটেললৈ উভতি আহি অসুস্থ হৈ পৰিছিল। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ প্ৰকৃত কাৰণ সন্দৰ্ভত চিকিৎসকৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি চিকিৎসকে অনুমান কৰিছে যে ‘মায়োকাৰ্ডিয়াল ইনফাৰ্কচন’ৰ বাবেই কে কেৰ মৃত্যু হৈছে। যাক সাধাৰণতে হাৰ্ট এটেক বুলি জনা যায়।

সমগ্ৰ বিশ্বতে হৃদৰোগ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। কেৱল হৃদৰোগত আক্ৰান্ত হৈ প্ৰতি বছৰে প্ৰায় ৭৫ শতাংশ লোকৰ মৃত্যু হয়। অস্বাস্থ্যকৰ জীৱনশৈলী, অনিয়মীয়া খাদ্যাভ্যাস, মানসিক উদ্বেগ আদিৰ বাবে হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি হয়।

লগতে পঢ়ক প্ৰশান্ত মহাসাগৰৰ পাৰত মহিলাই জন্ম দিলে সন্তান! কেনেকৈ জন্ম দিছিল চাওক ভিডিঅ’

কিন্তু কে কে অতি অনুশাসিত জীৱন যাপন কৰা বুলি জনা যায়। নিয়মীয়া ব্যায়ামৰ উপৰিও খোৱা বোৱাই নিয়মো মানি চলিছিল। ইয়াৰ পিছতো চিকিৎসকৰ মতে হাৰ্ট এটেকৰ ফলত হঠাৎ মৃত্যু হোৱাটোৱেই অনুৰাগীসহ চিকিৎসককো আচম্বিত কৰি তুলিছে।

মায়োকাৰ্ডিয়াল ইনফাৰ্কচন কি?

চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনচনৰ মতে, হৃদযন্ত্ৰৰ পেশীৰ এটা অংশই প্ৰায়ে পৰ্যাপ্ত তেজ নাপায়। কিন্তু তেজৰ সোঁত ঘূৰি অহাৰ লগে লগে হৃদযন্ত্ৰৰ মাংসপেশীৰ ক্ষতি হ’বলৈ ধৰে। এই অৱস্থাক মায়োকাৰ্ডিয়াল ইনফাৰ্কচন বোলা হয়।

ইয়াৰ লক্ষণসমূহ কি কি ?

১. উশাহ লোৱাত অসুবিধা পোৱা।

২. অত্যন্ত ভাগৰুৱা অনুভৱ কৰা।

৩. বুকুৰ বিষ।

৪. পেটৰ তলৰ অংশ আৰু ডিঙিত বিষ হয়।

৫. চকুৰে অন্ধকাৰ দেখা।

লগতে পঢ়ক বয়সৰ চাপ ৰোধ আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে মল-মূত্ৰ খাবলৈ সাজু কোন এই তাৰকা?

এই ৰোগৰ কাৰণ কি?

উচ্চ ৰক্তচাপ, ক’লেষ্টেৰল, ধূমপান আৰু মেদবহুলতা আদি কিছুমান কাৰকে মায়োকাৰ্ডিয়াল ইনফাৰ্কচন বা হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে। তদুপৰি যিকোনো দীৰ্ঘম্যাদী মানসিক চাপৰ বাবেও হাৰ্ট এটেক হ’ব পাৰে।

কে কেৰ উচ্চ ৰক্তচাপ, ক’লেষ্টেৰল আদিৰ দৰে সমস্যা আছিল নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। সকলো শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰাৰ পূৰ্বে আৰু কৰি থকা সময়ত দৰ্শক-শ্ৰোতাৰ আশা পূৰণক লৈ একধৰণৰ মানসিক চাপত থাকে। কে কেৰ ক্ষেত্ৰতো নিশ্চিতভাৱে ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল৷ প্ৰকাশ পোৱা মতে মনটো সুস্থিৰ কৰি ৰাখিবলৈ তেওঁ মাজে মাজে ধূমপান কৰিছিল।

মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট অহাৰ লগে লগে চিকিৎসকৰ কপালত চকু উঠা পৰিলক্ষিত হৈছে৷ কে কেৰ হৃদযন্ত্ৰৰ চাৰিওকাষে এটা ডাঠ চৰ্বিৰ তৰপ পোৱা গৈছে। আৰু ই সম্পূৰ্ণ বগা অৰ্থা ঢেলা পৰাৰ দৰে হৈ গৈছে। হৃদযন্ত্ৰৰ ভাঁজবোৰ খুলিলে দেখা যায় যে ভালভবোৰ অস্বাভাৱিকভাৱে কঠিন হৈ পৰিছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে এই খবৰ পোহৰলৈ আহে।

লগতে পঢ়ক যৌন সম্পৰ্কৰ সময়ত হয় নেকি তীব্ৰ বিষ? এণ্ডোমেট্ৰিয়াছিছৰ লক্ষণ নহয়তো!

কেৱল সেয়াই নহয়, কেকৰ শৰীৰত পোৱা ১০ টা ভিন্ন পাচন ঔষধ আৰু ভিটামিন চি পোৱা গৈছে। ইয়াৰ উপৰিও কে কে নিয়মিতভাৱে পাচনতন্ত্ৰৰ সমস্যাৰ বাবে এন্টাচিড আৰু গেষ্ট্ৰিকৰ ঔষধ খাইছিল বুলিও জানিব পৰা গৈছে। সেই নমুনাও তেওঁৰ তেজত পোৱা গৈছে। কেৱল এলোপেথী নহয়, আয়ুৰ্বেদিক আৰু হোমিঅ’পেথিক ঔষধৰ নমুনাও প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ পেটত পোৱা গৈছে।

চিকিৎসকে কয় যে সময়ৰ লগে লগে হৃদযন্ত্ৰ কঠিন হোৱা দেখা যায়। কিন্তু কে কেৰ হাৰ্টৰ ৰূপটো সাধাৰণ নহয়। কোৱা হৈছে যে সেয়া জানিবলৈ হ’লে ধমনীৰ পথ ক’ত বন্ধ হৈ গৈছিল সেয়া স্পষ্ট হ’ব লগিব।

আৰক্ষীৰ সূত্ৰ অনুসৰি ৩১ মে’ৰ পুৱা কে কেয়ে তেওঁৰ মেনেজাৰক জনাইছিল যে তেওঁৰ মনটো ভাল লাগি থকা নাই। সেই নিশা মৃত্যুৰ কেইঘণ্টামান আগতে তেওঁ পত্নীক কৈছিল, ‘‘কান্ধ আৰু হাত ধপধপাই আছে।’’ ইয়াৰ পিছতে তেওঁ অনুষ্ঠানৰ শেষত অসুস্থ হৈ পৰে। হোটেললৈ উভতি আহি গায়কজনে চোফাত বহি থাকোতে মজিয়াত ঢলি পৰিল। চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambollywood singerK Kmayocardial infarction
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

October 17, 2026
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ
অপৰাধ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

October 17, 2026
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

October 17, 2026
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!
জীৱনশৈলী

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

October 17, 2026
Next Post
১০৮ ঘণ্টাত নিৰ্মাণ হ’ব ৭৫ কিলোমিটাৰ পথ! স্থান লাভ কৰিব গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত!

১০৮ ঘণ্টাত নিৰ্মাণ হ’ব ৭৫ কিলোমিটাৰ পথ! স্থান লাভ কৰিব গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত!

একেলগে ৩ টা কন্যা সন্তান জন্ম দি গৰ্বিত কোন মাতৃ?

একেলগে ৩ টা কন্যা সন্তান জন্ম দি গৰ্বিত কোন মাতৃ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.