• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অত্যধিক কীটনাশক ব্যৱহাৰ! বহু দেশে উভতাই দিছে ভাৰতৰ চাহ!

অত্যধিক কীটনাশক ব্যৱহাৰ! বহু দেশে উভতাই দিছে ভাৰতৰ চাহ!

4 years ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

26 minutes ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

55 minutes ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

1 hour ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

2 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

3 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

17 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

18 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

18 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

18 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

20 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

20 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অত্যধিক কীটনাশক ব্যৱহাৰ! বহু দেশে উভতাই দিছে ভাৰতৰ চাহ!

editor by editor
June 3, 2022
in বিশ্ব, ভাৰত
0
অত্যধিক কীটনাশক ব্যৱহাৰ! বহু দেশে উভতাই দিছে ভাৰতৰ চাহ!
0
SHARES
231
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কীটনাশক আৰু ৰাসায়নিক দ্ৰব্যৰ অনুমোদিত সীমা অতিক্ৰম কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰেতাই ধাৰাবাহিক চাহ ঘূৰাই দিছে বুলি ভাৰতীয় চাহ ৰপ্তানিকাৰক সন্থাৰ সভাপতি অংশুমান কানেৰিয়াই জনাইছে।

বিশ্ব চাহ বজাৰত শ্ৰীলংকাৰ অৱস্থান দুৰ্বল হোৱাৰ লগে লগে ভাৰতীয় চাহ ব’ৰ্ডে ৰপ্তানি বৃদ্ধি কৰিবলৈ বিচাৰিছে যদিও বহু দেশে চালান প্ৰত্যাখ্যান কৰাৰ বাবে ৰপ্তানিৰ পৰিমাণ হ্ৰাস পাইছে।

কানেৰিয়াই পিটিআইক জনোৱা মতে দেশত বিক্ৰী হোৱা সকলো চাহ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণৰ নীতি-নিয়ম মানি চলিব লাগে। কিন্তু বেছিভাগ ক্ৰেতাই এনে চাহ ক্ৰয় কৰিছে য’ত অস্বাভাৱিকভাৱে অধিক ৰাসায়নিক পদাৰ্থ থাকে।

লগতে পঢ়ক বয়সৰ চাপ ৰোধ আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে মল-মূত্ৰ খাবলৈ সাজু কোন এই তাৰকা?

কানেৰিয়াই আৰু আঙুলিয়াই দিয়ে যে আইন মানি চলাৰ পৰিৱৰ্তে বহু লোকে চৰকাৰক এফএছএছএ আইৰ নীতি-নিয়মসমূহ অধিক উদাৰ কৰি তুলিবলৈ আহ্বান জনাইছে যদিও ই ভুল সংকেত দিব কাৰণ এই পানীয়টোক স্বাস্থ্যসন্মত পানীয় বুলি গণ্য কৰা হয়।

কানেৰিয়াই লগতে আৰু কয় যে বহু দেশে চাহৰ ক্ষেত্ৰত কঠোৰ নিয়ম মানি চলিছে। বেছিভাগ দেশেই ইউৰোপীয় ইউনিয়নৰ মানদণ্ড মানি চলে যিবোৰ FSSAIৰ নিয়মতকৈ অধিক কঠোৰ।

লগতে পঢ়ক যৌন সম্পৰ্কৰ সময়ত হয় নেকি তীব্ৰ বিষ? এণ্ডোমেট্ৰিয়াছিছৰ লক্ষণ নহয়তো!

কানেৰিয়াই কয় যে ২০২১ চনত ভাৰতে ১৯৫.৯০ মিলিয়ন কেজি চাহ ৰপ্তানি কৰিছিল। প্ৰধান ক্ৰেতা আছিল কমনৱেলথ অৱ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ (CIS) দেশ আৰু ইৰাণ। এইবাৰ ৩০ কোটি কেজি চাহ ৰপ্তানি কৰাৰ লক্ষ্য লৈছে ব’ৰ্ডৰ। ২০২১ চনত ভাৰতে ৫২৪৬.৮৯ কোটি টকাৰ চাহ ৰপ্তানি কৰিছে।

ইফালে তুৰস্কে ৫৬৮৭৭ টন ভাৰতীয় ঘেঁহু ঘূৰাই দিছে। তুৰস্কই ফাইটোচেনিটেৰী চিন্তাৰ ভিত্তিত ভাৰতীয় ঘেঁহুৰ চালান নাকচ কৰি ভাৰতলৈ ঘূৰাই পঠিয়াই দিয়ে। তুৰস্কই ইয়াৰ আঁৰৰ কাৰণ দাঙি ধৰিছে যে ভাৰতীয় ঘেঁহুত ৰুবেলা ভাইৰাছ পোৱা গৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamIndian Tea
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে
ভাৰত

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

September 23, 2026
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…
প্ৰযুক্তি

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

September 23, 2026
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ
ৰাজনীতি

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

September 23, 2026
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা
অপৰাধ

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

September 22, 2026
Next Post
কে কেৰ মৃত্যুৰ কাৰণ বাহিৰ! কি হৈ হঠাতে মৃত্যু হৈছিল শিল্পী কে কেৰ?

কে কেৰ মৃত্যুৰ কাৰণ বাহিৰ! কি হৈ হঠাতে মৃত্যু হৈছিল শিল্পী কে কেৰ?

১০৮ ঘণ্টাত নিৰ্মাণ হ’ব ৭৫ কিলোমিটাৰ পথ! স্থান লাভ কৰিব গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত!

১০৮ ঘণ্টাত নিৰ্মাণ হ’ব ৭৫ কিলোমিটাৰ পথ! স্থান লাভ কৰিব গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.