• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেলগে ৩ টা কন্যা সন্তান জন্ম দি গৰ্বিত কোন মাতৃ?

একেলগে ৩ টা কন্যা সন্তান জন্ম দি গৰ্বিত কোন মাতৃ?

4 years ago
ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

4 hours ago
বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

5 hours ago
তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

6 hours ago
মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

6 hours ago
বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

7 hours ago
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

7 hours ago
ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

8 hours ago
‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

9 hours ago
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

9 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!

11 hours ago
কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

11 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈ কেনে যাব আপোনাৰ দিনটো? পঢ়ক ১২টা ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যদ্বাণী

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

একেলগে ৩ টা কন্যা সন্তান জন্ম দি গৰ্বিত কোন মাতৃ?

২০ কোটিৰ মহিলাৰ ভিতৰত মাত্ৰ এগৰাকী মহিলাই একেলগে তিনিটা সন্তানৰ মাতৃ হ’ব পাৰে!

editor by editor
June 4, 2022
in বিবিধ, বিশ্ব
0
একেলগে ৩ টা কন্যা সন্তান জন্ম দি গৰ্বিত কোন মাতৃ?
0
SHARES
286
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণতে কোনো মাতৃয়ে যমজ সন্তান জন্ম দিয়াতো বিশেষ গুৰুত্বপূৰ্ণ কথা নহয়৷ কিন্তু এগৰাকী মাতৃয়ে একেলগে তিনিটা সন্তান জন্ম দিয়াটো সাধাৰণ কথা নহয়, ই বিশেষভাৱে গুৰুত্ব লাভ কৰিবলগীয়া কথাই৷

কাৰণ, সমীক্ষাৰ মতে প্ৰায় ২০০ মিলিয়ন অৰ্থাৎ ২০ কোটি মহিলাৰ মাজৰ এগৰাকী মহিলাই এনে কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয়৷ সেয়ে ব্ৰিটেইনৰ এহাল দম্পতীয়ে একেলগে তিনিটা সন্তানৰ পিতৃ-মাতৃ হৈ আচৰিত হোৱাৰ লগতে নিজকে গৌৰৱান্বিত বুলি আখ্যা দিছে৷

ব্ৰিটেইনৰ নটিংহামৰ ২৮ বছৰীয়া জাহৰা আমিৰবাগীয়ে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত একেলগে তিনিটি কন্যা সন্তান জন্ম দিয়ে৷ প্ৰথমাৱস্থাত আচম্বিত হ’লেও ৰিয়া, আদিনা আৰু চেফিয়াক জন্ম দি অতি সুখী হোৱা জাহৰাই তেওঁৰ এই অনন্য অভিজ্ঞতাৰ কথা দ্য মিৰ’ৰত প্ৰকাশ কৰিছে৷

লগতে পঢ়ক কে কেৰ মৃত্যুৰ কাৰণ বাহিৰ! কি হৈ হঠাতে মৃত্যু হৈছিল শিল্পী কে কেৰ?

দ্য মিৰ’ৰত দিয়া এক সাক্ষাৎকাৰত তিনিটি কন্যা সন্তানৰ মাতৃ জাহৰাই কয় যে তেওঁৰ স্বামী আশ্ৰফ (২৯)এ তেওঁ গৰ্ভধাৰণ কৰাৰ ১২ সপ্তাহত কৰা স্কেনতে তেওঁলোকে একেলগে আগন্তুক তিনিটি কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ব বুলি জানিব পাৰিছিল৷

সেই অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰি জাহৰাই কয়, ‘‘আমি স্কেনলৈ যোৱাৰ পথত ধেমালি কৰি আছিলো, ‘যমজ সন্তান হ’লে কল্পনা কৰাচোন!’ কিন্তু আশ্ৰফে কৈছিল যে সেয়া হ’বই নোৱাৰে৷’’ তেওঁলোকৰ দুয়োৰে পৰিয়ালত যমজ সন্তান আছে যদিও আশ্ৰফে কেতিয়া একেলগে তিনিটা সন্তান হ’ব পাৰে বুলি কল্পনাই কৰা নাছিল৷

‘‘ডাক্তৰে স্কেন আৰম্ভ কৰি ক’লে, ‘মই তোমাক কিবা এটা কওঁ, যিটো হয়তো শুনি আচৰিত হ’ব পাৰা’৷ লগে লগে মোৰ মনটো বেয়া লাগি গ’ল, মই ভাবি আছিলো হয়তো গৰ্ভস্থ সন্তানৰ হৃদস্পন্দন নাই বা তেনেকুৱা কিবা ক’ব! কিন্তু যেতিয়া তাই আমাক ক’লে যে ই ট্ৰিপলেট, আমি বিশ্বাস কৰিব পৰা নাছিলো!’’ মিৰ’ৰ আগত নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি জাহৰাই কয়৷

লগতে পঢ়ক অত্যধিক কীটনাশক ব্যৱহাৰ! বহু দেশে উভতাই দিছে ভাৰতৰ চাহ!

জাহৰাই পুনৰ কয়, ‘‘এনে এটা শ্বক আছিল… ই আমাৰ মনটো উৰুৱাই নিলে। আমি দুয়ো মাত্ৰ হাঁহিছিলো আৰু কান্দিছিলো, আৰু তাৰ পিছত যেতিয়া তাই আমাক স্কেনত দেখুৱাবলৈ চেষ্টা কৰি আছিল মই দেখা নাপালো, কাৰণ মোৰ গৰ্ভস্থ সন্তান তিনিটিয়েও হাঁহি হাঁহি পেটৰ ভিতৰত লৰচৰ কৰি আছিল।’’

‘‘চিকিৎসকে প্ৰথমে ভাবিছিল যে দুটা ল’ৰা আৰু এগৰাকী কন্যা সন্তান হ’ব৷ কিন্তু ১৭ টা স্কেনৰ পিছত তেওঁলোক নিশ্চিত হয় যে তিনিওটি সন্তানে কন্যাই হয়৷’’ জাহৰাই কয়৷

‘‘যেতিয়া সিহঁতৰ জন্ম হৈছিল সিহঁতৰ দেখাত ইমান মিল আছিল, গতিকে আমি এটা পৰীক্ষা কৰিলোঁ আৰু দেখা গ’ল সিহঁত সকলো একে।’’ অতি সুখেৰে জাহৰাই আৰু কয়৷

তিনিটা কন্যা সন্তান জন্ম দি জাহৰাই অতি সুখী বুলি উল্লেখ কৰি লগতে কয় যে সন্তান জন্ম দিয়া দিনটো তেওঁৰ জীৱনৰ আটাইতকৈ সুখৰ তথা ভাল দিন আছিল৷

উল্লেখ্য যে জাহৰা আৰু আশ্ৰফে ২০ কোটি মানুহৰ ভিতৰত একেলগে তিনিটা সন্তান জন্ম দি অতি সুখী বুলিও প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamtriplets
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!
অসম

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

August 3, 2026
বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!
বিনোদন

বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

August 3, 2026
তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ
জীৱনশৈলী

তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

August 3, 2026
মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা
জীৱনশৈলী

মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

August 3, 2026
Next Post
ব্যক্তিত্ব পৰীক্ষা : শুই থকাৰ কি অৱস্থাই ব্যক্তিত্বৰ কি বৈশিষ্ট্যবোৰ উন্মোচন কৰে?

ব্যক্তিত্ব পৰীক্ষা : শুই থকাৰ কি অৱস্থাই ব্যক্তিত্বৰ কি বৈশিষ্ট্যবোৰ উন্মোচন কৰে?

উগাণ্ডাৰ মহিলাৰ শৰীৰত ৩ কোটি মূল্যৰ ড্ৰাগছ, মুম্বাইত গ্ৰেপ্তাৰ এনচিবিৰ

উগাণ্ডাৰ মহিলাৰ শৰীৰত ৩ কোটি মূল্যৰ ড্ৰাগছ, মুম্বাইত গ্ৰেপ্তাৰ এনচিবিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.