• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উগাণ্ডাৰ মহিলাৰ শৰীৰত ৩ কোটি মূল্যৰ ড্ৰাগছ, মুম্বাইত গ্ৰেপ্তাৰ এনচিবিৰ

উগাণ্ডাৰ মহিলাৰ শৰীৰত ৩ কোটি মূল্যৰ ড্ৰাগছ, মুম্বাইত গ্ৰেপ্তাৰ এনচিবিৰ

4 years ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

29 minutes ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

17 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

18 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

19 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

19 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

20 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

20 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

22 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

22 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

23 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

23 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

উগাণ্ডাৰ মহিলাৰ শৰীৰত ৩ কোটি মূল্যৰ ড্ৰাগছ, মুম্বাইত গ্ৰেপ্তাৰ এনচিবিৰ

editor by editor
June 4, 2022
in অপৰাধ, ভাৰত
0
উগাণ্ডাৰ মহিলাৰ শৰীৰত ৩ কোটি মূল্যৰ ড্ৰাগছ, মুম্বাইত গ্ৰেপ্তাৰ এনচিবিৰ
0
SHARES
75
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰো (এনচিবি) মুম্বাই জ’নেল ইউনিটে উগাণ্ডাৰ এগৰাকী মহিলাৰ শৰীৰৰ বিভিন্ন অংগ তথা অংশত লুকুৱাই অনা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে৷

এনচিবিৰ বিষয়াসকলে প্ৰকাশ কৰা মতে মহিলাগৰাকীৰ নিজৰ শৰীৰৰ ভিতৰত কেপচুলত কোকেইন আৰু হেৰ’ইনৰ দৰে ড্ৰাগছ লুকুৱাই ৰাখিছিল। বিষয়াসকলে তেওঁৰ শৰীৰৰ পৰা ৬৪ টা কেপচুল উদ্ধাৰ কৰে৷ উক্ত কেপচুলখিনিত ৫৩৫ গ্ৰাম হেৰ’ইন আৰু ১৭৫ গ্ৰাম কোকেইন আছিল যাৰ মূল্য আছিল ৩ কোটি টকা।

এক গোপন সূত্ৰৰ ভিত্তিত কাম কৰি এনচিবিয়ে ২৮ মে’ত উগাণ্ডাৰ পৰা মুম্বাইত অৱতৰণ কৰাৰ পিছত অভিযুক্ত মহিলাগৰাকীক আটক কৰে। মিড-ডে’ৰ বাতৰি অনুসৰি তেওঁৰ লাগেজত সন্দেহজনক একো পোৱা নগ’লেও ভালদৰে পৰীক্ষা কৰোতে তেওঁৰ শৰীৰৰ ভিতৰত নিষিদ্ধ সামগ্ৰী লুকুৱাই ৰখা ধৰা পৰে।

লগতে পঢ়ক একেলগে ৩ টা কন্যা সন্তান জন্ম দি গৰ্বিত কোন মাতৃ?

এজন তদন্তকাৰী বিষয়াৰ মতে, জেৰাৰ অন্তত মহিলাগৰাকীয়ে স্বীকাৰ কৰে যে বিভিন্ন ধৰণৰ আঠাযুক্ত টেপ সাৱধানে ব্যৱহাৰ কৰি তেওঁৰ শৰীৰত ১১ টা কেপচুল লুকুৱাই ৰখা হৈছে। প্ৰথমে মহিলাগৰাকীৰ শৰীৰৰ পৰা ১১০ গ্ৰাম হেৰ’ইন থকা কমেও ১০টা কেপচুল এৰুৱাই পেলোৱা হয়। ইয়াৰ পিছতে অধিক কেপচুল উদ্ধাৰৰ বাবে মহিলাগৰাকীক মুম্বাইৰ জে জে হাস্পতালত ভৰ্তি কৰা হয়।

‘‘যদিও একেদিনাই মহিলাগৰাকীৰ পৰা ১১০ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হৈছিল, মহিলাগৰাকীৰ শৰীৰত আৰু কোনো ড্ৰাগছ নাই নে নাই সেইটো পৰীক্ষা কৰিবলৈ যোৱা ২৮ মে’ৰ পৰা ২ জুনলৈকে সম্পূৰ্ণ পৰীক্ষাৰ বাবে মুম্বাইৰ জে জে হাস্পতালত ভৰ্তি কৰা হৈছিল৷ আৰু এই সময়ছোৱাত তেওঁৰ শৰীৰৰ ভিতৰত লুকুৱাই থোৱা ড্ৰাগছযুক্ত আন ৫৪টা কেপচুল উদ্ধাৰ কৰা হয়৷,” এনচিবিৰ বিষয়াগৰাকীয়ে কয়।

ড্ৰাগছৰ কেপচুলসমূহৰ মহিলাগৰাকীৰ শৰীৰৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াৰ পিছত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰা হয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamncb
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!
প্ৰযুক্তি

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

August 14, 2026
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
Next Post
সিদ্ধু মুছেৱালাৰ হত্যা! কি ক’লে অভিনেত্ৰী ছাৰা আৰু অনন্যাই?

সিদ্ধু মুছেৱালাৰ হত্যা! কি ক’লে অভিনেত্ৰী ছাৰা আৰু অনন্যাই?

একালৰ বৃন্দাবন একালত পৰে চন! লেডী সিংঘম এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ

একালৰ বৃন্দাবন একালত পৰে চন! লেডী সিংঘম এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.