• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

3 weeks ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

6 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

7 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

8 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

9 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

9 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

9 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

10 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

11 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

12 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

12 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

13 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ক'ত আৰু কিয় সংঘটিত হল এই ঘটনা?

editor by editor
September 23, 2026
in বিবিধ, ভাৰত, লেখা
0
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিহাৰৰ ৰাজধানী পাটনাৰ দনাপুৰ অঞ্চলত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। দনাপুৰৰ নাছৰিগঞ্জৰ মিথিলা কলনীত বিহাৰ আৰক্ষীৰ এজন কনিষ্টবলে নিজৰ বিবাহিত ভগ্নীক গু*লীয়াই হ*ত্যা কৰাৰ পিছত ছাৰ্ভিচ ৰিভলভাৰেৰে নিজৰ জীৱনো শেষ কৰে। ঘটনাটো সংঘটিত হৈছে মিথিলা কলনীৰ এটা অট্টালিকাৰ তৃতীয় মহলাৰ এটা কোঠাত। আৰক্ষীয়ে একেখন বিছনাতে ভাতৃ-ভগ্নীৰ মৃ*তদেহ উদ্ধাৰ কৰে। খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কনিষ্টবলজনৰ ছাৰ্ভিচ ৰিভলভাৰ, ৩৩টা সক্ৰিয় গু*লী আৰু দুটা ব্যৱহৃত কাৰ্টিজ উদ্ধাৰ কৰে। নি*হত কনিষ্টবলজনক ওম চন্দ্ৰ ওৰফে সোণু (৩০) আৰু তেওঁৰ ভগ্নী গায়ত্ৰী দেৱী (২১) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, ওম চন্দ্ৰ মূলতঃ মুজফ্ফৰপুৰ জিলাৰ ঔৰৈ থানা এলেকাৰ মাৰ্থুৱা গাঁৱৰ বাসিন্দা আছিল। পিতৃৰ মৃ*ত্যুৰ পিছত তেওঁ দয়ালু ভিত্তিত বিহাৰ আৰক্ষীত চাকৰি লাভ কৰিছিল। বৰ্তমান তেওঁ মতিহাৰী জিলাত কনিষ্টবল হিচাপে কৰ্মৰত আছিল। ঘটনাটোৰ আঁৰত ভগ্নীৰ মানসিক স্বাস্থ্য আৰু আৰ্থিক চাপৰ বিষয় জড়িত থকাৰ কথা পৰিয়ালৰ লোকে জানিবলৈ দিছে।

ওম চন্দ্ৰৰ কনিষ্ঠ ভাতৃ উমানাথে কয় যে গায়ত্ৰী দেৱীৰ বিৱাহ বাক্সাৰ জিলাৰ গাইঘাটত হৈছিল। কিন্তু তেওঁৰ মানসিক অৱস্থাৰ বাবে শহুৰেকৰ পৰিয়ালে তেওঁক নিজৰ লগত ৰাখিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল। পিছত গায়ত্ৰী মুজফ্ফৰপুৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছত প্ৰায় তিনিমাহ পূৰ্বে ওম চন্দ্ৰই ভগ্নীক দনাপুৰলৈ আনিছিল।

পৰিয়ালৰ মতে, গায়ত্ৰীয়ে ওচৰৰ কেইবাখনো দোকানৰ পৰা বিভিন্ন সামগ্ৰী ধাৰে লৈছিল। সেই ধাৰৰ ধন দোকানীসকলে ওম চন্দ্ৰৰ পৰা পৰিশোধ কৰিবলৈ দাবী কৰিছিল। শেহতীয়াকৈ একাংশ দোকানীয়ে ধাৰৰ ধন বিচাৰি চাপ দিয়াত ওম চন্দ্ৰ মানসিকভাৱে যথেষ্ট চাপত পৰিছিল বুলি তেওঁৰ ভাতৃ উমানাথে দাবী কৰে।

চিটিৰ আৰক্ষী অধীক্ষক (পশ্চিম) সংকেত কুমাৰে ঘটনাটো নিশ্চিত কৰি কয় যে ঘটনাৰ সময়ত ঘৰত ভাতৃ-ভগ্নী দুয়োগৰাকীহে উপস্থিত আছিল। প্ৰাথমিক তদন্ত অনুসৰি, বিবাদ আৰু চৰম মানসিক চাপৰ পৰিপ্ৰেক্ষিতত কনিষ্টবলজনে প্ৰথমে তেওঁৰ ভগ্নীক গু*লীয়াই হ*ত্যা কৰে আৰু তাৰ পিছত একেটা ছাৰ্ভিচ ৰিভলভাৰেৰে নিজকে গু*লীয়াই শেষ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24suicide case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?
বিনোদন

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
Next Post
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.