• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একালৰ বৃন্দাবন একালত পৰে চন! লেডী সিংঘম এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ

একালৰ বৃন্দাবন একালত পৰে চন! লেডী সিংঘম এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ

1 month ago
পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

1 hour ago
বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

2 hours ago
ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

3 hours ago
আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

4 hours ago
দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

5 hours ago
কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

7 hours ago
জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

7 hours ago
ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

8 hours ago
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

1 day ago
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

1 day ago
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

1 day ago
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

1 day ago
  • About
  • Advertise
  • Careers
Wednesday, July 6, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

একালৰ বৃন্দাবন একালত পৰে চন! লেডী সিংঘম এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ

একাউণ্টত লক্ষ লক্ষ টকাৰ লেনদেন

editor by editor
June 4, 2022
in অপৰাধ, অসম
0
একালৰ বৃন্দাবন একালত পৰে চন! লেডী সিংঘম এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ
0
SHARES
229
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাজুলী আৰক্ষীয়ে অসমৰ বিতৰ্কিত আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰিছে৷ তিনিদিন ধৰি চলোৱা মাৰথান জেৰাৰ অন্তত শনিবাৰে মাজুলীৰ গড়মূৰ আৰক্ষীয়ে এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰে৷

ইতিমধ্যে মাজুলী আৰক্ষী অধীক্ষক গৌতম বৰাই এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷

জানিব পৰা মতে মাজুলীৰ গড়মুৰ থানাৰ আৰক্ষীয়ে যোৱা তিনিদিন ধৰি জোনমণি ৰাভাক জেৰা চলাই বহু আপত্তিজনক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে।

 

লগতে পঢ়ক উগাণ্ডাৰ মহিলাৰ শৰীৰত ৩ কোটি মূল্যৰ ড্ৰাগছ, মুম্বাইত গ্ৰেপ্তাৰ এনচিবিৰ

আৰক্ষীয়ে প্ৰকাশ কৰা মতে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীৰ দুটা বেংক একাউণ্টত ২০ লাখৰো অধিক টকা জমা হোৱাৰ তথ্য লাভ কৰিছে৷ আৰক্ষীয়ে লাভ কৰা বিভিন্ন আপত্তিজনক তথ্যৰ ভিত্তিতে আৰক্ষীয়ে আজি জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে বিহপুৰীয়াৰ বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞাৰ ফোন কলৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেল কৰি অসমত বিশেষভাৱে চৰ্চা লাভ কৰিছিল জোনমণি ৰাভাই৷ আনকি জোনমণি ৰাভাই অসমৰ লেডী সিংঘমৰো আখ্যা লাভ কৰিছিল৷

কিন্তু প্ৰৱঞ্চনাৰ গোচৰত ভাবী স্বামী ৰাণা পগাগক গ্ৰেপ্তাৰ কৰাৰ পিছতে পুনৰ সংবাদ মাধ্যমৰ চৰ্চালৈ আহে জোনমণি ৰাভা৷

 

লগতে পঢ়ক ব্যক্তিত্ব পৰীক্ষা : শুই থকাৰ কি অৱস্থাই ব্যক্তিত্বৰ কি বৈশিষ্ট্যবোৰ উন্মোচন কৰে?

ৰাণা প’গাগক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে উক্ত প্ৰৱঞ্চৱনাত জোনমণি ৰাভাৰ নামো সাঙুৰ খাই পৰে৷ ইতিমধ্যে ভাবী স্বামী ৰাণা প’গাগৰ সৈতে জোনমণি ৰাভাও ধন সংগ্ৰহ আৰু প্ৰৱঞ্চনাত জড়িত বুলি দুগৰাকী লোকে মাজুলীৰ গড়মূৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰে৷

গড়মূৰ আৰক্ষীয়ে উক্ত অভিযোগৰ ভিত্তিতে জোনমণি ৰাভাক থানালৈ তলব কৰি যোৱা তিনি ধৰি জোনমণি ৰাভাক জেৰা চলাই শনিবাৰে গ্ৰেপ্তাৰ কৰিছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMajuli PoliceSI Junmoni Rabha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ
ভাৰত

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

July 6, 2022
জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য
ভাৰত

জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

July 6, 2022
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক
অসম

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

July 5, 2022
পদত্যাগৰ পাছত উদ্ধৱ থাকৰেৰ সংবাদমেল। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ
অসম

পদত্যাগৰ পাছত উদ্ধৱ থাকৰেৰ সংবাদমেল। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

July 3, 2022
Next Post
গোৱাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত ল’লে এইসমূহ নতুন প্ৰচেষ্টা…

গোৱাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত ল’লে এইসমূহ নতুন প্ৰচেষ্টা...

কণীয়ে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? কি কয় গৱেষণাই?

কণীয়ে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? কি কয় গৱেষণাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.