• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সিদ্ধু মুছেৱালাৰ হত্যা! কি ক’লে অভিনেত্ৰী ছাৰা আৰু অনন্যাই?

সিদ্ধু মুছেৱালাৰ হত্যা! কি ক’লে অভিনেত্ৰী ছাৰা আৰু অনন্যাই?

4 years ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

8 minutes ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

2 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

2 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

3 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

12 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

12 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

13 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

13 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

14 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

15 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

15 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন সংগীত

সিদ্ধু মুছেৱালাৰ হত্যা! কি ক’লে অভিনেত্ৰী ছাৰা আৰু অনন্যাই?

editor by editor
June 4, 2022
in চিনেমা, সংগীত
0
সিদ্ধু মুছেৱালাৰ হত্যা! কি ক’লে অভিনেত্ৰী ছাৰা আৰু অনন্যাই?
0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ আবুধাবিৰ ইয়াছ দ্বীপত অনুষ্ঠিত হৈছে IIFA Awards 2022। যোৱা সন্ধিয়া বলিউদৰ সকলো চেলিব্ৰিয়ে নিজৰ ষ্টাইলিছ পোছাক পিন্ধি অনুষ্ঠানত উপস্থিত হয় আৰু সকলোৱে নিজৰ গ্লেমাৰাছ লুকেৰে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ প্ৰয়াস কৰা দেখা যায়।

অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা সকলো চেলিব্ৰিয়ে প্ৰথমে ফটোশ্বুটটো কৰি তাৰ পিছত সংবাদ মাধ্যমৰ সৈতে কথা বাৰ্তালাপ কৰে।

অভিনেত্ৰী ছাৰা আলী খানেও অনুষ্ঠানত উপস্থিত হৈ সংবাদ মাধ্যমৰ বহু প্ৰশ্নৰ উত্তৰ দিয়ে। কণ্ঠশিল্পী কে কে আৰু সিদ্ধু মুছেৱালাৰ মৃত্যুৰ সন্দৰ্ভতো ছাৰা আলী খান সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখে৷

লগতে পঢ়ক ব্যক্তিত্ব পৰীক্ষা : শুই থকাৰ কি অৱস্থাই ব্যক্তিত্বৰ কি বৈশিষ্ট্যবোৰ উন্মোচন কৰে?

অভিনেত্ৰীগৰাকীয়ে কয় যে দুয়োগৰাকী কিংবদন্তিৰ মৃত্যুৱে তেওঁক গভীৰ শোকস্তব্ধ কৰি তুলিছে৷ ছাৰাই দুয়োৰে পৰিয়াললৈ সমবেদনাও জ্ঞাপন কৰে।

ছাৰাই কয়, ‘‘বৰ হৃদয় বিদাৰক। বৰ কষ্টকৰ৷ ইয়াৰ বাহিৰে মই কি আৰু ক’ম? তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো।’’

ইপিনে শ্বাহিদ কাপুৰেও দুয়োগৰাকী শিল্পীৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শ্বাহিদে কয় ‘‘অত্যন্ত কষ্টকৰ। যোৱা ১-২ বছৰত বহু এনেকুৱা হৈছে৷ সম্পূৰ্ণ সুস্থ হৈ থকা মানুহবোৰ হঠাতে মৃত্যুমুখত পৰিছে। তেওঁলোকৰ গীতবোৰ আমি সকলোৱে শুনিছো। বহুত মিছ কৰিম৷’’

এই সন্দৰ্ভত অনন্যা পাণ্ডেয়ে কয়, ‘‘দুয়োজনেই আছিল মোৰ প্ৰিয় শিল্পী। তেওঁলোকৰ মৃত্যুৱে মোৰ হৃদয় ভাঙিছে৷’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ananya Pandeyasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodsara ali khanshahid kapoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?
বিনোদন

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

September 25, 2026
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ
বিনোদন

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

September 25, 2026
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!
অসম

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

September 24, 2026
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ
ভাৰত

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

September 22, 2026
Next Post
একালৰ বৃন্দাবন একালত পৰে চন! লেডী সিংঘম এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ

একালৰ বৃন্দাবন একালত পৰে চন! লেডী সিংঘম এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ

গোৱাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত ল’লে এইসমূহ নতুন প্ৰচেষ্টা…

গোৱাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত ল’লে এইসমূহ নতুন প্ৰচেষ্টা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.