• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কণীয়ে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? কি কয় গৱেষণাই?

কণীয়ে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? কি কয় গৱেষণাই?

4 years ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

22 minutes ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

55 minutes ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

2 hours ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

3 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

3 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

12 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

12 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

13 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

13 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

14 hours ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

15 hours ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

কণীয়ে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? কি কয় গৱেষণাই?

editor by editor
June 4, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
কণীয়ে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? কি কয় গৱেষণাই?
0
SHARES
376
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কণী খালে মানুহৰ ওজন অনুসৰি শৰীৰৰ শক্তি বৃদ্ধি হয় বুলি কোৱা হয়। কিন্তু হৃদযন্ত্ৰৰ সমস্যাত ভুগি থকা বহু লোকে কণী নাখায়। হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰাৰ বাবে কণী খোৱা বন্ধ কৰা দেখা যায়।

কিন্তু চীনৰ পেকিং বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কৰা এক অধ্যয়নত কোৱা হৈছে যে কণীয়ে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায়হে কৰে।

অভিজ্ঞ গৱেষকৰ এই অধ্যয়নটো ৪৭৭৮ গৰাকী লোকৰ ওপৰত কৰিছিল। ইয়াৰ মাজৰে মুঠ ৩৪০১ জন লোকৰ হৃদযন্ত্ৰৰ সমস্যা আছিল। বাকী ১৩৬ জন হৃদৰোগমুক্ত আছিল।

লগতে পঢ়ক একালৰ বৃন্দাবন একালত পৰে চন! লেডী সিংঘম এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ

অধ্যয়নত দেখা গৈছে যে যিসকল লোকে দৈনিক পৰ্যাপ্ত পৰিমাণে কণী খাই তেওঁলোকৰ শৰীৰত ‘এপলিপ’প্ৰটিন-১’ নামৰ এবিধ প্ৰটিনৰ পৰিমাণ অধিক থাকে। এইচ ডি এল নামৰ এবিধ পদাৰ্থৰ অন্যতম প্ৰধান উপাদান এই প্ৰ’টিন। অত্যধিক HDL কলেষ্টেৰল নিয়ন্ত্ৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ।

ডায়েবেটিছ, ক’লেষ্টেৰল, উচ্চ ৰক্তচাপ আদি সমস্যাই হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। ফলত কণীয়ে যদি ক’লেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰে তেন্তে হৃদযন্ত্ৰৰ সমস্যাও নিয়ন্ত্ৰণত থাকিব।

অৱশ্যে গৱেষকসকলে কয় যে কণী নিঃসন্দেহে স্বাস্থ্যকৰ। এই সন্দৰ্ভত মতভেদ নাই। কিন্তু হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত কণীৰ ভূমিকাক লৈ এতিয়াও অধিক গৱেষণাৰ প্ৰয়োজন আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী
বিবিধ

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

July 25, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 25, 2026
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত
জীৱনশৈলী

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

July 24, 2026
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক
জীৱনশৈলী

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

July 24, 2026
Next Post
বিজেপি চৰকাৰত প্ৰথম কাৰ্বি মন্ত্ৰী! কাৰ্বি পাহাৰৰ কোনে লাভ কৰিব মন্ত্ৰীত্ব?

বিজেপি চৰকাৰত প্ৰথম কাৰ্বি মন্ত্ৰী! কাৰ্বি পাহাৰৰ কোনে লাভ কৰিব মন্ত্ৰীত্ব?

পপষ্টাৰ ছাকিৰাৰ বিবাহ বিচ্ছেদ

পপষ্টাৰ ছাকিৰাৰ বিবাহ বিচ্ছেদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.