• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পপষ্টাৰ ছাকিৰাৰ বিবাহ বিচ্ছেদ

পপষ্টাৰ ছাকিৰাৰ বিবাহ বিচ্ছেদ

1 month ago
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

9 hours ago
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

10 hours ago
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

10 hours ago
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

11 hours ago
১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

12 hours ago
পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

13 hours ago
বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

14 hours ago
আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

15 hours ago
দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

16 hours ago
এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

1 day ago
এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

1 day ago
প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ চাঞ্চল্যকৰ অডিঅ’ ক্লীপ লিক

প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ চাঞ্চল্যকৰ অডিঅ’ ক্লীপ লিক

1 day ago
  • About
  • Advertise
  • Careers
Wednesday, July 6, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পপষ্টাৰ ছাকিৰাৰ বিবাহ বিচ্ছেদ

পপষ্টাৰ ছাকিৰাৰ বিবাহ বিচ্ছেদ

editor by editor
June 5, 2022
in ভাৰত
0
পপষ্টাৰ ছাকিৰাৰ বিবাহ বিচ্ছেদ
0
SHARES
38
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পপষ্টাৰ ছাকিৰাৰ বিবাহ বিচ্ছেদ। ১২ বছৰ সংসাৰ কটোৱাৰ পাছত স্বামী জেৰাৰ্ড পিকিউৰ সৈতে বিবাহ বিচ্ছেদ হয় ৪৫ বছৰীয়া কলম্বিয়ান পপষ্টাৰগৰাকীৰ।

 

শনিবাৰে এক বিবৃতিযোগে দুয়োৰে বিচ্ছেদৰ কথা ঘোষণা কৰে। বিবৃতিত তেওঁলোকে উল্লেখ কৰে যে ‘আমি বিচ্ছেদ হোৱাটো নিশ্চিত কৰি আমি দুখ পাইছো৷

 

আমাৰ শিশুসকলৰ মংগলৰ বাবে, যিসকল আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ, আমি (আমাৰ) গোপনীয়তাৰ প্ৰতি সন্মান জনাইছো।’ ছাকিৰা বিশ্বৰ সংগীত জগতৰ অন্যতম জনপ্ৰিয় নাম।

 

বিক্ৰী কৰিছো ৬ কোটিৰো অধিক এলবাম। বিশেষকৈ ছাকিৰাই কণ্ঠদান কৰা ২০১০ চনৰ ফিফা বিশ্বকাপৰ টাইটেল ছং ৱাকা ৱাকা (দিছ টাইম ফৰ আফ্ৰিকা)ই জনপ্ৰিয়তাৰ শিখৰ চুইছিলগৈ।

 

জেৰাৰ্ড পিকিউ এগৰাকী ফুটবল তাৰকা। স্পেইনৰ ফুটবল নায়ক ৪৫ বছৰীয়া জেৰাৰ্ড ২০১০ চনৰ বিশ্বকাপ আৰু ২০১২ চনৰ ইউৰোপীয় চেম্পিয়নশ্বিপ জয় কৰাৰ উপৰি বাৰ্চিলোনাৰ সৈতে তিনিবাৰকৈ চেম্পিয়নছ লীগ বিজয়ী হৈছিল।

 

২০১০ চনত তেওঁৰ “ৱাকা ৱাকা (দিছ টাইম ফৰ আফ্ৰিকা)” মিউজিক ভিডিঅ’ৰ চিত্ৰগ্ৰহণৰ সময়ত দুয়ো প্ৰথমবাৰৰ বাবে চিনাকি হৈছিল। ২০১১ চনত ছাকিৰা আৰু জেৰাৰ্ডৰ সম্পৰ্কৰ কথা ৰাজহুৱা হৈছিল।

 

তাৰ পিছতে বাৰ্চিলোনাত দুয়ো একেলগে থাকিবলৈ লৈছিল যদিও তেওঁলোকে আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হোৱা নাছিল। তেওঁলোৰ জীৱনলৈ আহিছিল দুটিকৈ সন্তান।

 

২০১৩ চনৰ ২২ জানুৱাৰীত জন্ম পাইছিল প্ৰথম সন্তান মিলানৰ আৰু ২০১৫ চনৰ ২৯ জানুৱাৰীত জন্ম পাইছিল দ্বিতীয় সন্তান ছাছাৰ। কিন্তু বিগত কিছুদিন ধৰি দুয়োৰে সম্পৰ্ত ফাট মেলিছিল।

 

ইয়াৰ আঁৰত স্বামীৰ পৰকীয়া প্ৰেম। অভিযোগ অনুসৰি ছাকিৰাৰ অগোচৰে এগৰাকী ২০ বছৰীয়া সুন্দৰীৰ সৈতে ডেট কৰে স্বামী জেৰাৰ্ডে।

 

যাৰ বাবে দুয়োৰে সম্পৰ্কৰ অধিক অৱনতি ঘটে আৰু ছাকিৰাই দুই সন্তানৰ সৈতে অকলে থাকিবলৈ লয়। ইপিনে এক কৰ ফাকিৰ গোচৰতো অভিযুক্ত ছাকিৰা।

 

চাকিৰাৰ বিৰুদ্ধে ২০১২ চনৰ পৰা ২০১৪ চনৰ ভিতৰত উপাৰ্জন কৰা আয়ৰ পৰা ১৪.৫ মিলিয়ন ইউৰো (১৫.৫ মিলিয়ন ডলাৰ)ৰ ভিতৰত স্পেইনৰ কৰ কাৰ্যালয়ক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। আদালতত গোচৰো চলি আছে।

 

বিচাৰৰ দিন ওচৰ চাপি অহাৰ এসপ্তাহতকৈ অলপ বেছি সময় থকাৰ সময়তে দম্পতীহালে বিচ্ছেদৰ কথা ঘোষণা কৰে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assamassam ka newsassam ka tazza khabarassam live 24assam policeaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBollywooddaily horoscope for today in assamesePOPSTARSAKIRAsakira
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!
ভাৰত

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

July 5, 2022
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?
ৰাজনীতি

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

July 5, 2022
১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?
বিবিধ

১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

July 5, 2022
দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন
ভাৰত

দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

July 5, 2022
Next Post
১৮ বছৰ পিছত দৃশ্যমান হ’ব বিৰল মহাজাগতিক পৰিঘটনা !

১৮ বছৰ পিছত দৃশ্যমান হ'ব বিৰল মহাজাগতিক পৰিঘটনা !

‘বিজেপিয়ে কাশ্মীৰ চম্ভালিব নোৱাৰে, কাশ্মীৰক লৈ কেৱল লেতেৰা ৰাজনীতি কৰে’

‘বিজেপিয়ে কাশ্মীৰ চম্ভালিব নোৱাৰে, কাশ্মীৰক লৈ কেৱল লেতেৰা ৰাজনীতি কৰে’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.