• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিজেপিয়ে কাশ্মীৰ চম্ভালিব নোৱাৰে, কাশ্মীৰক লৈ কেৱল লেতেৰা ৰাজনীতি কৰে’

‘বিজেপিয়ে কাশ্মীৰ চম্ভালিব নোৱাৰে, কাশ্মীৰক লৈ কেৱল লেতেৰা ৰাজনীতি কৰে’

4 years ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

33 minutes ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

1 hour ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

2 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

2 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

3 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

20 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

21 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

21 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

22 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

22 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

23 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘বিজেপিয়ে কাশ্মীৰ চম্ভালিব নোৱাৰে, কাশ্মীৰক লৈ কেৱল লেতেৰা ৰাজনীতি কৰে’

‘বিজেপিয়ে কাশ্মীৰ চম্ভালিব নোৱাৰে, কাশ্মীৰক লৈ কেৱল লেতেৰা ৰাজনীতি কৰে’

editor by editor
June 5, 2022
in ভাৰত, ৰাজনীতি
0
‘বিজেপিয়ে কাশ্মীৰ চম্ভালিব নোৱাৰে, কাশ্মীৰক লৈ কেৱল লেতেৰা ৰাজনীতি কৰে’
0
SHARES
51
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাশ্মীৰী পণ্ডিত হত্যা সন্দৰ্ভত অৱশেষত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰিলে কেতবোৰ বিস্ফোৰক মন্তব্য।

যন্তৰ-মন্তৰত আয়োজিত ‘জন আক্ৰোশ’ ৰেলীত অংশগ্ৰহণ কৰি কেজৰিৱালে কয়- ‘কাশ্মীৰত পুনৰ উভতি আহিছে ৯০ দশকৰ পৰিৱেশ।’

কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰি এই হত্যাযজ্ঞ বন্ধ কৰিবলৈ দাবী জনায় কেজৰিৱালে। লগতে তেওঁ কয়- ‘বিজেপিয়ে কাশ্মীৰ চম্ভালিব নোৱাৰে, তেওঁলোকে কেৱল লেতেৰা ৰাজনীতিহে কৰিব জানে।’

কাশ্মীৰক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি প্ৰদান কৰে কেজৰিৱালে। কেন্দ্ৰীয় চৰকাৰৰ অমনোযোগিতাৰ বাবে কাশ্মীৰী পণ্ডিতসকলে পুনৰ কাশ্মীৰ উপত্যকা এৰি যাবলৈ বাধ্য হৈছে বুলিও অভিযোগ উত্থাপন কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি কাশ্মীৰত হিন্দু আৰু অনাকাশ্মীৰী লোকক টাৰ্গেট কৰি হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে।

২ জুনৰ দিনটোতো দুজনকৈ লোকক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছে।

বিগত কিছুদিন ধৰি কাশ্মীৰ উপত্যকাত সংঘটিত এইসমূহ হত্যাকাণ্ডই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assamassam ka newsaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamdaily horoscope for today in assamesehimanta biswa sarmahoroscope in assameseindia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?
ভাৰত

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

August 14, 2026
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!
প্ৰযুক্তি

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

August 14, 2026
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
Next Post
ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিকাণ্ডত ভস্মীভূত হ’ল ৪০ জন লোক! কিন্তু ক’ত? জানিবলৈ পঢ়ক

ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিকাণ্ডত ভস্মীভূত হ’ল ৪০ জন লোক! কিন্তু ক’ত? জানিবলৈ পঢ়ক

হজৰত মহম্মদক অপমান! কোন এই সুন্দৰী নূপুৰ শৰ্মা? কিয় বিজেপিয়ে নিলম্বিত কৰিলে?

হজৰত মহম্মদক অপমান! কোন এই সুন্দৰী নূপুৰ শৰ্মা? কিয় বিজেপিয়ে নিলম্বিত কৰিলে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.