• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

33 seconds ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

34 minutes ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

46 minutes ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

1 hour ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

3 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

3 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

4 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

4 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

5 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

6 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

6 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

7 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

কিয় পুৰোহিতৰ আধাৰকাৰ্ড বিচাৰিছিল হ*ত্যাকাৰীয়ে?

editor by editor
September 22, 2026
in অপৰাধ, ভাৰত, লেখা
0
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা
0
SHARES
0
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ আজমগড় জিলাৰ আহৰাউলা থানা এলেকাৰ শম্ভুপুৰ গাঁৱত এখন পূজাক কেন্দ্ৰ কৰি সংঘটিত এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, পূজাৰ সময়ত আধাৰ কাৰ্ড বিচৰাক লৈ পুৰোহিতৰ সৈতে হোৱা তৰ্কৰ পিছত অৰবিন্দ সিং নামৰ এজন ব্যক্তিয়ে গু*লীচালনা কৰে। এই ঘটনাত অৰবিন্দ সিঙৰ পত্নী ববিতাসহ দুজন পুৰোহিতৰ মৃ*ত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ সময়ত অৰবিন্দৰ ঘৰত নাৰায়ণী বালি পূজা চলি আছিল। পূজাত চাৰিজন পুৰোহিত, অৰবিন্দৰ পত্নী ববিতা, পুত্ৰ আৰু এগৰাকী কন্যা উপস্থিত আছিল। জানিব পৰা মতে, বিগত দুদিন ধৰি অৰবিন্দৰ ঘৰত এই পূজা চলি আছিল।

প্ৰায় দুবছৰ পূৰ্বে অৰবিন্দ সিঙৰ ভাতৃ গুদ্দু সিঙক গু*লীয়াই হ*ত্যা কৰা হৈছিল। ইয়াৰ পিছত পৰিয়ালৰ লোকে তেওঁৰ আত্মাৰ শান্তিৰ বাবে নাৰায়ণী বলি পূজা কৰাৰ সিদ্ধান্ত লৈছিল বুলি জানিব পৰা গৈছে। কিন্তু অভিযোগ অনুসৰি, অৰবিন্দ এই পূজাৰ বিৰোধী আছিল। তেওঁ পত্নী আৰু মাতৃক পূজা নকৰিবলৈ অনুৰোধো কৰিছিল। তথাপিও পৰিয়ালৰ লোকে ঘৰত পূজা অনুষ্ঠিত কৰে।

মঙলবাৰে সন্ধিয়া প্ৰায় ৬ বজাত অৰবিন্দ বজাৰৰ পৰা ঘৰলৈ উভতি আহে। ঘৰলৈ আহি পূজা চলি থকা দেখি তেওঁ পুৰোহিতসকলক পূজাৰ বিষয়ে সোধা-পোছা কৰে। পুৰোহিতসকলে তেওঁক অনুষ্ঠানটোৰ বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে অৰবিন্দে পুৰোহিতসকলৰ আধাৰ কাৰ্ড বিচাৰে। আধাৰ কাৰ্ড দেখুওৱাক লৈ তেওঁৰ সৈতে পুৰোহিতসকলৰ তৰ্ক-বিতৰ্ক আৰম্ভ হয়।

অভিযোগ অনুসৰি, এই বিবাদৰ মাজতে অৰবিন্দে ঘৰত ৰখা পি*ষ্টল উলিয়াই গু*লীচালনা কৰে। গু*লীচালনাত অৰবিন্দৰ পত্নী ববিতা, পুৰোহিত মহেন্দ্ৰ পাঠক আৰু আন এজন পুৰোহিত আহত হয়। পিছত তিনিওজনৰ মৃ*ত্যু হোৱা বুলি জানিব পৰা গৈছে। গু*লীচালনা আৰম্ভ হোৱাৰ লগে লগে পূজাত উপস্থিত থকা আন পুৰোহিতসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাটোৰ পিছত সমগ্ৰ গাঁওখনতে আতংকৰ সৃষ্টি হয়। ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাস্থলী পৰীক্ষা কৰাৰ লগতে গু*লীচালনাত ব্যৱহৃত অ*স্ত্ৰ আৰু অন্যান্য প্ৰমাণ সংগ্ৰহ আৰম্ভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24murdertriple murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল
অপৰাধ

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

September 22, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.