• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেট্ৰিকত কোনোমতে পাছ কৰিছিল! এতিয়া IAS বিষয়া তুষাৰ

মেট্ৰিকত কোনোমতে পাছ কৰিছিল! এতিয়া IAS বিষয়া তুষাৰ

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মেট্ৰিকত কোনোমতে পাছ কৰিছিল! এতিয়া IAS বিষয়া তুষাৰ

মেট্ৰিকত কোনোমতে পাছ কৰিছিল! এতিয়া IAS বিষয়া তুষাৰ

editor by editor
June 12, 2022
in অসম, শিক্ষা
0
মেট্ৰিকত কোনোমতে পাছ কৰিছিল! এতিয়া IAS বিষয়া তুষাৰ
0
SHARES
353
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেট্ৰিকত ভাল ফলাফল লাভ নকৰিলেই বুলি কেতিয়াও নিৰাশ নহ’ব। কিয়নো এটা পৰীক্ষাৰ ফলাফলে কেৰিয়াৰৰ সকলো দুৱাৰ কেতিয়াও বন্ধ নকৰে

আজি ক’বলৈ বিচাৰিছো এজন IAS বিষয়া তুষাৰ ছুমেৰাৰ বিষয়ে, যিগৰাকী বিষয়াই মেট্ৰিকত ইংৰাজীত লাভ কৰিছিল ৩৫ নম্বৰ, গণিতত ৩৬ আৰু বিজ্ঞানত লাভ কৰিছিল ৩৮ নম্বৰ। তাৰ পাছতো UPSCত সফলতা।

এতিয়া কালেক্টৰ আৰু জিলা দণ্ডাধীশৰূপে কৰ্মৰত। IAS বিষয়া অৱনীশ শৰণে তেওঁৰ টুইটাৰ হেণ্ডলত তুষাৰ ছুমেৰাৰ মেট্ৰিকৰ মাৰ্কশ্বীট শ্বেয়াৰ কৰি লিখিছে যে তেওঁ মেট্ৰিকত কেৱল উত্তীৰ্ণৰ নম্বৰহে পাইছে।

তুষাৰ ছুমেৰাই ১০০ৰ ভিতৰত ইংৰাজীত ৩৫ নম্বৰ, গণিতত ৩৬ আৰু বিজ্ঞানত ৩৮ নম্বৰহে লাভ কৰিছিল। IAS বিষয়া অৱনীশ শৰণে আৰু লিখে যে তুষাৰ ছুমেৰৰ ৰিজাল্ট দেখি তেওঁৰ গাঁৱতে নহয় স্কুলতো কৈছিল যে তেওঁ একো কৰিব নোৱাৰে।

কিন্তু তুষাৰ ছুমেৰাই কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ দ্বাৰা এনে সাফল্য অৰ্জন কৰিলে যে সমালোচকসকলৰ মুখ বন্ধ হৈ পৰিছিল।

মেট্ৰিক পাছৰ পাছতে তেওঁ কলা বিভাগত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈছিল। তাৰ পাছত স্নাতক ডিগ্ৰী লাভ কৰে আৰু তেওঁ এটা শিক্ষকৰ চাকৰি লাভ কৰে।

ইয়াৰ মাজতে তেওঁ কালেক্টৰ হ’ব মন কৰে আৰু UPSCৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। আৰু ২০১২ চনত তুষাৰে UPSCত সফলতা লাভ কৰে।

তুষাৰ ছুমেৰা বৰ্তমান গুজৰাটৰ ভাৰুচ জিলাত কালেক্টৰ আৰু জিলা দণ্ডাধীশৰূপে কৰ্মৰত। ভাৰুচত উৎকৰ্ষ পহল অভিযানৰ অধীনত কৰা কামৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে টুইটাৰত তুষাৰ ছুমেৰাক প্ৰশংসা কৰিছে।

ভালকৈ লক্ষ্য কৰিলে হয়তো তুষাৰ ছুমেৰাৰ দৰে অসংখ্য সফল লোক ওলাব, যিয়ে মেট্ৰিকত ভাল ফলাফল লাভ কৰা নাছিল।

গতিকে মেট্ৰিকত ভাল ফলাফল কৰিব নোৱৰাসকলে নিৰাশ নহ’ব। কিয়নো আপোনাৰ আৱেগ থাকিলে একো অসম্ভৱ নহয়।

কঠোৰ পৰিশ্ৰম তথা অধ্যৱসায়ৰ জৰিয়তে হয়তো আপুনিও এজন সফল ব্যক্তি হিচাপে উজলি উঠিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24assam policeaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamdaily horoscope for today in assamesehimanta biswa sarmaindianarendra-modisarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী
জীৱনশৈলী

ঝাড়ু লৈ ৰাস্তা চাফা কৰিবলৈ সদায়ে ওলায় ৮৮ বছৰীয়া প্ৰাক্তন IPS অফিচাৰ, অৱশেষত পালে পদ্মশ্ৰী

January 26, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
Next Post
অক্ষৰ কুমাৰৰ বেয়া দিন!

অক্ষৰ কুমাৰৰ বেয়া দিন!

আকৌ ৰেভ পাৰ্টিত ড্ৰাগছ! অন্য এক বলিউদ তাৰকাৰ পুত্ৰক গ্ৰেপ্তাৰ, অস্বস্তিত শ্ৰদ্ধা কাপুৰ!

আকৌ ৰেভ পাৰ্টিত ড্ৰাগছ! অন্য এক বলিউদ তাৰকাৰ পুত্ৰক গ্ৰেপ্তাৰ, অস্বস্তিত শ্ৰদ্ধা কাপুৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.