• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অক্ষৰ কুমাৰৰ বেয়া দিন!

অক্ষৰ কুমাৰৰ বেয়া দিন!

4 years ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

6 minutes ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

3 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

4 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

5 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

6 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

7 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

8 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

8 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

8 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

9 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

9 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অক্ষৰ কুমাৰৰ বেয়া দিন!

অক্ষয় কুমাৰৰ বেয়া দিন! অক্ষয়ক “বড়ে মিঞা, চোটে মিঞা”ৰ তাৰিখ নিদিয়ে প্ৰযোজকে!

editor by editor
June 12, 2022
in চিনেমা, ফেশ্বন, ভাৰত
0
অক্ষৰ কুমাৰৰ বেয়া দিন!
0
SHARES
640
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিমাত্ৰা তোষামোদেই কাল হ’ল নেকি তেওঁলোকৰ ফিল্মী কেৰিয়াৰত। বেক টু বেক ফ্লপ চিনেমা।

চিন্তিত প্ৰযোজক-পৰিচালক। অনাকাংক্ষিত ফ্লপ চিনেমা উপহাৰ দি অনিশ্চিত ভৱিষ্যতৰ দিশে কংগনা ৰাণাৱাট।

ৰাজীৱ ভাটিয়া তথা ছুপাৰষ্টাৰ অক্ষয় কুমাৰ। বেক টু বেক ৩ খন ফ্লপ চিনেমা উপহাৰ দি এতিয়া পৰৱৰ্তী বিগ বাজেট চিনেমাৰ পৰা। নাম বাতিল হোৱাৰ সম্ভাৱনা অক্ষয় কুমাৰৰ।

মায়ানগৰী মুম্বাই।ষ্টাৰ, ছুপাৰষ্টাৰ, মেগাষ্টাৰৰ লগতে দেশৰ আগশাৰীৰ উদ্যোগপতিৰ বসতিস্থল এই মায়ানগৰী মুম্বাই।

কিমানজনে নিজক জ্বলাই প্ৰতিষ্ঠিত হৈছে  আৰু কিমানজনে মায়ানগৰীৰ জাক-জমকতাত নিজক জ্বলাই শেষ কৰিছে  সেয়া সকলোবোৰ নীৰৱ দৰ্শক হিচাপে কেৱল চাই আছে, শুনি ৰৈছে বিশ্বৰ অন্যতম চহকী চহৰ এই মায়ানগৰী মুম্বায়ে।

নিজক জ্বলাই পদে পদে বিভিন্ন চেলেঞ্জক প্ৰতিহত কৰি জুয়ে পোৰা সোণৰ দৰে নিজক উজলাবলৈ সক্ষম হোৱা লাখ লাখ ব্যক্তিৰ মাজত নাম সোমাই আছে এই দুজন ব্যক্তিৰ নামো।

এগৰাকী একালৰ হোটেলৰ ৰান্ধনী, ৱেটাৰ হিচাপে কাম কৰা ৰাজীৱ ভাটিয়া তথা বৰ্তমানৰ বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰ ।

আৰু আনগৰাকী বলীউডত কোনো গডফাডাৰ নোহোৱাকৈ নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী কংগনা ৰানাৱাট ।

এই দুয়োগৰাকী বলীউড নায়ক-নায়িকাই নিজৰ ধৈৰ্য, ক্ষমতা আৰু একগ্ৰতাৰে নিজক প্ৰতিষ্ঠা কৰিছিল। কিন্তু আজি এনে এটা দিনত উপনীত হ’ল যে তেওঁলোকৰে নিজৰে কিছুমান মূৰ্খামীৰ বাবে আজি সকলোফালে প্ৰতিপত্তি, মান-সন্মান লাহে লাহে খহি শেষ হোৱাৰ উপক্ৰম হৈছে।

ইয়াৰ প্ৰধান কাৰণ হ’ল জনতাৰ অন্তৰত দুখ দি ভুল-শুদ্ধৰে অত্যধিক শাসনাধিষ্ঠিত চৰকাৰক তোষামোদ কৰা। যাৰ বাবে তেওঁলোকক নাম, সন্মান,  প্ৰতিপত্তিৰ গৰাকী বনোৱা জনতাই এইবাৰ প্ৰতিশোধৰ পোতক তুলিছে তেওঁলোকৰ ওপৰতে।

আজিৰে দিনটোত পুনৰ দেখা পোৱা গ’ল জনতাৰ ওচৰত তেওঁলোকৰ সেই ৯০ দশকৰ নিৰুপায় অৱস্থা। ইতিমধ্যে হয়তো খবৰ পাইছেই যে কংগনা ৰানাৱাটৰ দ্বাৰা অভিনীত ‘ধাকৰ’ ছবিখনৰ বলীউডৰ সৰ্বকালৰ ফ্লপ ছবি হিচাপে চিহ্নিত হোৱাৰ পাছত কংগনা ৰানাৱটৰ পৰৱৰ্তী ছবি ‘তেজস্ব’ ছবিখনক ক্ৰয় কৰিবলৈ কোনো ড্ৰিষ্টিবিউটৰ আগবাঢ়ি নহাৰ লগতে OTT প্লেটফৰ্মসমূহেও কংগনা ৰানাৱটৰ পৰৱৰ্তী ‘তেজস্ব’ৰ ছবিৰ কপীৰাইটছক ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই।

আনহাতে বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰো একেই অৱস্থা।বিগত চিনেমাই ফ্লপ মৰাৰ লগে লগে অনুৰাগীৰ লগতে খোদ অক্ষয় কুমাৰেও আশা কৰিছিল প্ৰায় ২০০ কোটি টকাৰ বিগ বাজেটেৰে নিৰ্মাণ কৰা হিষ্টৰিক তথা পিৰিয়ডিক চিনেমা পৃথ্বিৰাজ চৌহানে বক্স অফিচত ছুপাৰহিট নহ’লেও কম-বেছি পৰিমাণে হিট চিনেমাৰ জোৱাৰ আনিব বুলি।

কিন্তু সেয়া নহ’ল। পূৰ্বৰ ভুলৰ কাৰণেই হওক বা অন্য কিবা কাৰণতে হওক। জনতাই আদৰি নল’লে অক্ষয় কুমাৰক। যাৰ বাবে ২০০ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা চিনেমাখনে মাত্ৰ প্ৰায় ৬০ কোটি টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হ’ল।

ফলত এনে ফ্লপৰ সন্মুখীন হোৱাৰ ভয়-শংকাত কম্পিত প্ৰযোজক-পৰিচালকে ছবি শ্বুটিঙৰ তাৰিখ দিয়াত অস্বস্তিবোধ কৰিছে অক্ষয় কুমাৰৰ পৰৱৰ্তী বিগ বাজেট চিনেমা বড়ে মিঞা,  চোটে মিঞা’ এই ‘বড়ে মিঞা, চোটে মিঞা’ ছবিৰ বাবে প্ৰযোজকে বাজেট ধাৰ্য কৰিছিল ৩০০ কোটি।

কিন্তু অক্ষয় কুমাৰৰ লগতে কিছুদিনৰ পূৰ্বে মহাফ্লপ ছবি চিহাপে চিহ্নিত হোৱা ‘হিৰ’পণ্টি-২’ৰ নায়ক টাইগাৰ শ্ৰফো অনিশ্চিত হৈ পৰিছে এই ছবিখনৰ বাবে।

ইতিমধ্যে অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফক লৈ ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব লাগিছিল যদিও প্ৰযোজক-পৰিচালকে ছবি শ্বুটিঙৰ তাৰিখক লৈ দুই ফ্লপ নায়কক লৈ অসন্তুষ্টিত ভুগিছে।

অন্যহাতে, সামাজিক মাধ্যমত একাংশৰ চৰ্চা ‘বড়ে মিঞা, চোটে মিঞা’ৰ পৰা নাম বাতিল হ’ব পাৰে অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

April 17, 2026
Next Post
আকৌ ৰেভ পাৰ্টিত ড্ৰাগছ! অন্য এক বলিউদ তাৰকাৰ পুত্ৰক গ্ৰেপ্তাৰ, অস্বস্তিত শ্ৰদ্ধা কাপুৰ!

আকৌ ৰেভ পাৰ্টিত ড্ৰাগছ! অন্য এক বলিউদ তাৰকাৰ পুত্ৰক গ্ৰেপ্তাৰ, অস্বস্তিত শ্ৰদ্ধা কাপুৰ!

‘Lipstick Under My Burkha’ পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে যুদ্ধ নহয় কিয়?

‘Lipstick Under My Burkha’ পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে যুদ্ধ নহয় কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.