• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰীক পুৰুষতকৈ ক্ষীপ্ৰতাৰে চৰম যৌন সুখ দিব পাৰে এবিধ বিশেষ উদ্ভিদে!

নাৰীক পুৰুষতকৈ ক্ষীপ্ৰতাৰে চৰম যৌন সুখ দিব পাৰে এবিধ বিশেষ উদ্ভিদে!

4 years ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

3 minutes ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

40 minutes ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

1 hour ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

2 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

2 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

3 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

4 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

6 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

14 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

15 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নাৰীক পুৰুষতকৈ ক্ষীপ্ৰতাৰে চৰম যৌন সুখ দিব পাৰে এবিধ বিশেষ উদ্ভিদে!

editor by editor
June 13, 2022 - Updated on June 15, 2022
in জীৱনশৈলী, বিবিধ
0
নাৰীক পুৰুষতকৈ ক্ষীপ্ৰতাৰে চৰম যৌন সুখ দিব পাৰে এবিধ বিশেষ উদ্ভিদে!
0
SHARES
154k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাৰীৰ যৌন সন্তুষ্টি সম্পৰ্কে আলোনচাৰ অন্ত নাই। চাবলৈ গ’লে আলোচনাৰ সমান্তৰালভাৱে সমালোচনাও কম নহয়। বহুতৰে মনত বহুতো প্ৰশ্ন থাকে যে যৌন সম্পৰ্কৰ সময়ত নাৰীয়ে আচলতে সুখৰ মুহূৰ্তত উপনীত হয় নে নহয়?

পুৰুষতান্ত্ৰিক সমাজত ৭০ৰ দশকলৈকে নাৰীৰ যৌন সন্তুষ্টিৰ প্ৰতি বিশেষ সজাগতা নাছিল। বহু নাৰীয়ে জনাই নাছিল যে তেওঁলোকৰ পুৰুষ সংগীৰ দৰেই তেওঁলোকেও একেধৰণৰ অৰ্গাজম পাব পাৰে!

কিন্তু ৭০ৰ দশকৰ পৰা নাৰীৰ যৌনতাকেন্দ্ৰিক কথাবোৰ সলনি হ’বলৈ আৰম্ভ কৰিছে৷ তেতিয়াৰ পৰাই নাৰীৰ যৌন সন্তুষ্টিৰ বিষয়ে আলোচনা আৰু গৱেষণাৰ আৰম্ভ হয়।

লগতে পঢ়ক কাৰোবাৰ শৰীৰত ৰং কাৰোবাৰ শৰীৰত নাই! এই উলংগ চাইকেল ৰেলী হৈছিল ক’ত?

এনে এক অধ্যয়নতে দেখা গৈছে যে পুৰুষতকৈ মহিলাৰ যৌন উত্তেজনাৰ সম্ভাৱনা বেছি। লগতে এইটো কোৱা হৈছে যে পুৰুষে দিব নোৱাৰা নাৰীৰ যৌন সুখ এক বিশেষ উদ্ভিদে দিবলৈ সক্ষম। অৰ্থাৎ পুৰুষৰ যৌনাংগ দিব নোৱাৰা সুখ এই বিশেষ উদ্ভিজে সহজে দিব পাৰে। পৃথিৱীৰ বহু ঠাইত এতিয়াও এই উদ্ভিদ বিধৰ ওপৰত গৱেষণা চলি আছে।

কোনবিধ বিশেষ উদ্ভিদে নাৰীক যৌন সন্তুষ্টি দিব পাৰে? নাৰীক যৌন সুখ দিব পৰা হাৱাইত পোৱা যায়৷ ই এবিধ কমলা ৰঙৰ কাঠফুলা। জানিব পৰা মতে, কাঠফুলাবিধৰ গোন্ধ লোৱাৰ লগে লগে আধাতকৈ অধিক মহিলাৰ ‘অৰ্গাজম’ হৈছিল। এই ক্ষেত্ৰত জৰীপও কৰা হৈছে। সেই সম্পৰ্কীয় গৱেষণা পত্ৰখন প্ৰকাশ পাইছিল ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ মেডিচিনেল মাশ্বৰুমত।

লগতে পঢ়ক ডাইনোছৰৰ কণীৰ ভিতৰত কণী! মধ্যপ্ৰদেশত আৱিষ্কাৰ বিৰল ডাইনোছৰৰ কণী

এই বিশেষ কাঠফুলা সদৃশ উদ্ভিদবিধৰ প্ৰকৃত নাম ‘ডিক্টোফ’ৰা’। কিন্তু এই চূড়ান্ত সুখদায়ক গুণটোৰ বিষয়ে জানিব পৰাৰ পাছৰে পৰা ইয়াৰ নাম একপ্ৰকাৰে সলনিয়েই হৈছে। এতিয়া সেই কাঠফুলাক ‘ফালুছ’ নামেৰে জনাজাত। ইয়াৰ অৰ্থ হৈছে পুৰুষৰ ‘লিংগ’।

হাৱাইৰ এটা আগ্নেয়গিৰিৰ চাৰিওফালে এই কাঠফুলাবোৰ দেখা যায়। আৰু অধ্যয়নত দেখা গৈছে যে কাঠফুলাৰ গোন্ধই কিছুমান মহিলাৰ দেহ-মন উষ্ণ তথা উত্তেজিত কৰে!

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ
ভাৰত

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

October 14, 2026
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক
জীৱনশৈলী

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

October 14, 2026
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
Next Post
এখন দেশত সোণতকৈ কণ্ডমৰ দাম বেছি! এটা পেকেটৰ মূল্য ৬০ হাজাৰ টকা!

এখন দেশত সোণতকৈ কণ্ডমৰ দাম বেছি! এটা পেকেটৰ মূল্য ৬০ হাজাৰ টকা!

সৰ্বসাধাৰণ চকুৰ ৰোগ আৰু ইয়াৰ যতন

সৰ্বসাধাৰণ চকুৰ ৰোগ আৰু ইয়াৰ যতন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.