• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এখন দেশত সোণতকৈ কণ্ডমৰ দাম বেছি! এটা পেকেটৰ মূল্য ৬০ হাজাৰ টকা!

এখন দেশত সোণতকৈ কণ্ডমৰ দাম বেছি! এটা পেকেটৰ মূল্য ৬০ হাজাৰ টকা!

4 years ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

48 minutes ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

1 hour ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

2 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

3 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

4 hours ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

4 hours ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

6 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

7 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

7 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

7 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

8 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এখন দেশত সোণতকৈ কণ্ডমৰ দাম বেছি! এটা পেকেটৰ মূল্য ৬০ হাজাৰ টকা!

editor by editor
June 14, 2022
in বিবিধ, বিশ্ব
0
এখন দেশত সোণতকৈ কণ্ডমৰ দাম বেছি! এটা পেকেটৰ মূল্য ৬০ হাজাৰ টকা!
0
SHARES
33.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিজ্ঞানৰ অন্যান্য বিভাগসমূহৰ অৱদানৰ দৰেই চিকিৎসা বিজ্ঞানে মানুহৰ জীৱন যাত্ৰাত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে৷ এটা সময় আছিল মানুহে অবাঞ্চিত গৰ্ভধাৰণ পৰা ৰক্ষা পাবলৈ কোনো পথ খোলা নাছিল৷

একমাত্ৰ পথটো আছিল বনৌষধিৰ দ্বাৰা গৰ্ভপাত কৰা৷ কিন্তু এই পথটো আছিল অতি বিপদজনক৷ ইয়াৰ পিছতে চিকিৎসা বিজ্ঞানে গৰ্ভনিৰোধক বড়ি প্ৰস্তুত কৰিলে৷ এই বড়িয়েও মানৱ সমাজলৈ এক ৰূপান্তৰ আনিবলৈ সক্ষম হ’ল৷ কিন্তু গৰ্ভনিৰোধক বড়ি নিয়মীয়াকৈ সেৱন কৰাতো স্বাস্থ্যৰ পক্ষে হানিকাৰক ৷ অৰ্থাৎ অত্যধিক সেৱনে নাৰীৰ শৰীৰত পাশ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷

ইফালে আধুনিক বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে গৰ্ভপাত নিষিদ্ধ তথা বেআইনী ঘোষণা কৰা হৈছে৷ ইয়াক দণ্ডনীয় অপৰাধ বুলিও গণ্য কৰা হ’ল৷

লগতে পঢ়ক এই পৃথিৱীত অসম্ভৱ একো নাই! পক্ষাঘাতগ্ৰস্ততাক পৰাস্ত কৰি সেনাত ভৰ্তি যুৱক

ইয়াৰ পিছতে আগতীয়াকৈ গৰ্ভ নিৰোধৰ বিকল্প হিচাপে উদ্ভাৱন কৰা হ’ল কণ্ডম৷ যিয়ে মানুহৰ যৌন জীৱনলৈ বৈপ্লৱিক ৰূপান্তৰ আনিবলৈ সক্ষম হ’ল৷ ইয়ে মহিলাক অবাঞ্চিত গৰ্ভ ধাৰণৰ পৰা ৰক্ষা কৰাৰ লগতে অসুৰক্ষিত যৌন সম্পৰ্কৰ পৰা সংক্ৰমণ ঘটা যৌন ৰোগৰ পৰা নাৰী-পুৰুষক সুৰক্ষিত কৰিও ৰাখে৷

সেয়ে প্ৰায়বোৰ দেশতে ব্যাপক হাৰত কণ্ডম ব্যৱহাৰ তথা প্ৰচলন আৰম্ভ হয়৷ আনকি বহু দেশতে চৰকাৰীভাৱে বিবাহিত দম্পতীৰ মাজত কণ্ডম বিনামূলীয়াকৈ বিতৰণো কৰা হয়৷ আমাৰ দেশ ভাৰততো স্বাস্থ্য বিভাগ বিশেষকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে অবাঞ্চিত গৰ্ভধাৰণৰ পৰা ৰক্ষা পৰা আৰু জন্ম নিয়ন্ত্ৰণ কৰিবলৈ বিনামূলীয়াকৈ কণ্ডম বিতৰণ কৰা হয়৷

কিন্তু এনে সময়তে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত এক বাতৰিয়ে মানুহক আচৰিত কৰি তুলিছে৷ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি অনুসৰি এখন দেশত কণ্ডমৰ মূল্য কেৱল আকাশলংঘীয়ে নহয় ইয়াৰ মূল্য সোণতকৈ বেছি৷

লগতে পঢ়ক বিদেশ ভ্ৰমণত পুটিনৰ সৈতে থাকে বিশেষ দেহৰক্ষী! মল-মূত্ৰ সংগ্ৰহ কৰি প্ৰেৰণ কৰে ৰাছিয়ালৈ!

বাতৰিৰ মতে সংশ্লিষ্ট দেশখনত এপেকেত কণ্ডমৰ দাম ৬০ হাজাৰ টকা৷ আনহাতে, গৰ্ভনিৰোধক বড়িৰ দামো ৬ ৰপৰা ৭ হাজাৰ টকা৷

ইয়াৰ পিছতো দেশখনত গৰ্ভ নিৰোধকৰ লগতে কণ্ডমৰ চাহিদা বহু বেছি৷ দেশখনত গৰ্ভপাত আইনীভাৱে দণ্ডনীয় অপৰাধ, অৰ্থাৎ নিষিদ্ধ৷ সম্ভৱতঃ জে’ললৈ যোৱাৰ ভয়তে দেশখনৰ সাধাৰণ নাগৰিকে এইদৰে অভাৱনীয় মূল্যত কণ্ডমৰ লগতে গৰ্ভনিৰোধক ঔষধ ক্ৰয় কৰি আহিছে৷

সোণতকৈ কণ্ডমৰ দাম বেছি এই দেশখন হৈছে দক্ষিণ আফ্ৰিকাৰ দেশ ভেনিজুৱেলা, যিখন দেশত যিকোনো পৰিস্থিতিতে গৰ্ভপাত কৰাতো আইনী মতে দণ্ডনীয় অপৰাধ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcondom
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ
বিজ্ঞান

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

October 14, 2026
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা
অসম

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

October 14, 2026
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ
অপৰাধ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

October 14, 2026
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য
ভাৰত

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

October 14, 2026
Next Post
সৰ্বসাধাৰণ চকুৰ ৰোগ আৰু ইয়াৰ যতন

সৰ্বসাধাৰণ চকুৰ ৰোগ আৰু ইয়াৰ যতন

পত্নীৰ হাত কাটি দুচেও কৰি অনুতপ্ত নে স্বামী? কি ক’লে অভিযুক্ত নিৰ্দয় স্বামীয়ে?

পত্নীৰ হাত কাটি দুচেও কৰি অনুতপ্ত নে স্বামী? কি ক’লে অভিযুক্ত নিৰ্দয় স্বামীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.