• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নীৰ হাত কাটি দুচেও কৰি অনুতপ্ত নে স্বামী? কি ক’লে অভিযুক্ত নিৰ্দয় স্বামীয়ে?

পত্নীৰ হাত কাটি দুচেও কৰি অনুতপ্ত নে স্বামী? কি ক’লে অভিযুক্ত নিৰ্দয় স্বামীয়ে?

4 years ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, সাংবাদিকক ধমক অমৃতপ্ৰভাৰ অধিবক্তাৰ

33 minutes ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

56 minutes ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

2 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

4 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

4 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

12 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

13 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

14 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

14 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

15 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

15 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পত্নীৰ হাত কাটি দুচেও কৰি অনুতপ্ত নে স্বামী? কি ক’লে অভিযুক্ত নিৰ্দয় স্বামীয়ে?

editor by editor
June 14, 2022 - Updated on June 15, 2022
in অপৰাধ, ভাৰত
0
পত্নীৰ হাত কাটি দুচেও কৰি অনুতপ্ত নে স্বামী? কি ক’লে অভিযুক্ত নিৰ্দয় স্বামীয়ে?
0
SHARES
53.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পত্নীয়ে চৰকাৰী চাকৰি লাভ কৰাৰ পিছতে অতি নৃসংশতাৰে পত্নীৰ সোঁহাত কাটি দুচেও কৰিছিল শ্বেৰ মহম্মদ নামৰ এগৰাকীয়ে স্বামীয়ে৷

ইতিমধ্যে ভুক্তভোগী ৰেণু খাতুন নামৰ পত্নীগৰাকীৰ অভিযুক্ত স্বামী আৰু দুই সহযোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া চলাই আছে৷

আৰক্ষীৰ আগতে অভিযুক্ত স্বামীয়ে প্ৰকাশ কৰিছে যে চৰকাৰী চাকৰি লাভ কৰাৰ পিছতে তেওঁৰ পত্নীয়ে তেওঁক এৰি যোৱাৰ আশংকা কৰিয়েই আক্ৰমণ কৰা হৈছিল৷

লগতে পঢ়ক এখন দেশত সোণতকৈ কণ্ডমৰ দাম বেছি! এটা পেকেটৰ মূল্য ৬০ হাজাৰ টকা!

আক্ষীয়ে যোৱা বুধবাৰে গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত ৰাখি মাৰথান জেৰা চলাই থকা অভিযুক্ত স্বামীগৰাকীৰ বিষয়ে কিছু তথ্য প্ৰকাশ কৰিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰিছে যে অভিযুক্ত স্বামী শ্বেৰ মহম্মদে পত্নীৰ সোঁহাত কাটি দুচেও কৰিও কোনোধৰণৰ অনুশোচনাত ভোগা নাই৷ আৰক্ষীৰ মতে অভিযুক্ত স্বামীগৰাকীয়ে এই জঘন্য কাণ্ড সংঘটিত কৰি অকণো অনুতপ্ত হোৱা নাই৷ কোনো আক্ষেপ নাই বুলিও অভিযুক্ত স্বামীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে৷

যোৱা ৭ দিনৰ জেৰাৰ অন্তত আৰক্ষীয়ে মূল অভিযুক্ত শ্বেৰ মহম্মদক পুনৰ নিজৰ জিম্মাত বিচাৰি আদালতত জাহিৰ কৰাব৷ আৰক্ষীৰ মতে শ্বেৰ মহম্মদক চলোৱা জেৰা এতিয়াও অন্ত পৰা নাই৷

লগতে পঢ়ক নাৰীক পুৰুষতকৈ ক্ষীপ্ৰতাৰে চৰম যৌন সুখ দিব পাৰে এবিধ বিশেষ উদ্ভিদে!

এই সাত দিনৰ ভিতৰত শ্বেৰ মহম্মদক পৰ্যায়ক্ৰমে জেৰা কৰা হৈছিল। তদন্তকাৰীয়েও ইটোৰ পিছত সিটো প্ৰশ্ন কৰিছে। তদন্তকাৰীসকল বিশেষভাৱে উদ্বিগ্ন হৈ পৰিছে অপৰাধৰ কাৰণক লৈ। কিন্তু শ্বেৰ মহম্মদে এতিয়াও নিজৰ যুক্তিত অটল হৈয়ে আছে। ‘‘তেওঁ (ৰেণু খাতুনে) চাকৰি পোৱাৰ লগে লগে পৰিয়ালটো এৰি দিলেহেঁতেন।’’ অভিযুক্ত স্বামী শ্বেৰ মহম্মৰ ভাষ্য৷

উল্লেখ্য যে ৰেণুৰ লগত ডেৰ-দুবছৰ ধৰি শ্বেৰ মহম্মদৰ প্ৰেমৰ সম্পৰ্ক আছিল। ইয়াৰ পিছত তেওঁলোকৰ বিবাহ সম্পন্ন হয়। তেওঁলোকৰ দাম্পত্য জীৱনত কোনো তৃতীয় ব্যক্তিৰ প্ৰৱেশ ঘটিছিল নেকি তাৰো অনুসন্ধান কৰিছে আৰক্ষীয়ে৷ তদন্তকাৰী আৰক্ষীয়ে অদ্যপি তেনে কোনো তথ্যৰ সন্ধান লাভ কৰা নাই। তদন্তকাৰী আৰক্ষীয়ে লগতে কয় যে শ্বেৰ মহম্মদৰ সকলো প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা নাই। গতিকে শ্বেৰ মহম্মদক পুনৰ আৰক্ষীৰ জিম্মাত লোৱাৰ প্ৰবল সম্ভাৱনা আছে।

ইফালে শ্বেৰ মহম্মদ আৰক্ষীৰ জিম্মাত থাকোতে যোৱা সোমবাৰে ৰেণুৱে ৯ দিন চিকিৎসালয়ত কটোৱাৰ পিছত ঘৰলৈ উভতি আহে। বৰ্তমান তেওঁ বুঢ়ৱানৰ ভগ্নীৰ ঘৰত আছে। শ্বেৰ মহম্মদক পত্নী ৰেণুৱে চিকিৎসালয়ৰ পৰা ৰিলিজ লৈ ভগ্নীৰ ঘৰত আছে বুলি অৱগত কৰাৰ পিছতো তেওঁ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ তদন্তকাৰীৰ মতে, শ্বেৰ মহম্মদে পত্নীৰ স্বাস্থ্যৰ প্ৰতি আগ্ৰহী নহয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBardhaman Nurse Attackbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
Next Post
দুৰ্ঘটনাত বান্দৰ পোৱালিৰ মৃত্যু! গঞাক আক্ৰমণ মাতৃৰ, ২০ গৰাকীক চিকিৎসালয়ত ভৰ্তি

দুৰ্ঘটনাত বান্দৰ পোৱালিৰ মৃত্যু! গঞাক আক্ৰমণ মাতৃৰ, ২০ গৰাকীক চিকিৎসালয়ত ভৰ্তি

সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’! স্বামী-প্ৰেমিকাক উলংগ কৰি কিয় গাঁও ঘূৰালে পত্নীয়ে?

সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’! স্বামী-প্ৰেমিকাক উলংগ কৰি কিয় গাঁও ঘূৰালে পত্নীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.