• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
KKRৰ পিছত এইবাৰ মহিলা ক্ৰিকেট দলৰ মালিক হ’ল বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান

KKRৰ পিছত এইবাৰ মহিলা ক্ৰিকেট দলৰ মালিক হ’ল বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান

4 years ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

19 minutes ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

1 hour ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

1 hour ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

2 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

3 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

4 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

4 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

4 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

5 hours ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

6 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

6 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

KKRৰ পিছত এইবাৰ মহিলা ক্ৰিকেট দলৰ মালিক হ’ল বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান

editor by editor
June 18, 2022
in ক্ৰীড়া, চিনেমা
0
KKRৰ পিছত এইবাৰ মহিলা ক্ৰিকেট দলৰ মালিক হ’ল বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান
0
SHARES
759
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘চক দে ইণ্ডিয়া’ ছবিখনত মহিলা হকী দলৰ প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা শ্বাহৰুখ খান কলকতা নাইট ৰাইডাৰ্ছৰ পিছত এতিয়া এটা মহিলা ক্ৰিকেট দলৰ মালিক হৈছে। জানিব পৰা মতে আই পি এল দল KKRৰ স্বত্বাধিকাৰী শ্বাহৰুখ খান এতিয়া মহিলা ক্ৰিকেট দল এটাও ক্ৰয় কৰিছে। শ্বাহৰুখ খানেও তেওঁৰ মহিলা ক্ৰিকেট দলটোৰ নাম KKRৰ দৰেই ৰাখিছে।

শ্বাহৰুখ খানে নিজৰ মহিলা ক্ৰিকেট দলৰ নাম TKR (Trinbago Knight Riders) ৰাখিছে। দলটোৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত টুইট কৰা হৈছে, ‘‘প্ৰথমে নাইট ৰাইডাৰ্ছৰ মহিলা দলটোক নমস্কাৰ জনাওক। ৩০ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া মহিলা চিপিএলৰ উদ্বোধনী অনুষ্ঠানতো এই দলটোৱে যুঁজ দিব।’’ শ্বাহৰুখ খানে এই টুইটটো ৰিটুইট কৰিছে।

This is such a happy moment for all of us at @KKRiders @ADKRiders & of course the lovely set of people at @TKRiders Hope I can make it there to see this live!! https://t.co/IC9Gr96h92

— Shah Rukh Khan (@iamsrk) June 17, 2022

লগতে পঢ়ক হোটেলৰ সুন্দৰী মহিলা কৰ্মীৰ সৈতে যৌন সম্পৰ্ক! বিতৰ্কৰ সূত্ৰপাত অভিনেতা ছিদ্দিকীৰ

এই টুইটটো ৰিটুইট কৰি শ্বাহৰুখ খানে আৰু লিখিছে, ‘KKRত আমাৰ সকলোৰে বাবে এয়া এক সুখৰ কথা। আশাকৰো এই মেচখন চাবলৈ মই তাত লাইভ উপস্থিত থাকিব পাৰিম। আপোনালোকক জনাওঁ যে শ্বাহৰুখ খানৰ এই মহিলা ক্ৰিকেট দলটোৱে মহিলা Women’s Caribbean Premier League (WCPL)ত প্ৰথমখন মেচ খেলিব।’’

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে শ্বাহৰুখ খান বহুদিনৰ পৰা ডাঙৰ পৰ্দাৰ পৰা নিৰুদ্দেশ হৈ আছিল। বহু বেক টু বেক ফ্লপৰ পিছত শ্বাহৰুখ খানে দীঘলীয়া বিৰতি লৈছিল আৰু এতিয়া খৰখেদাকৈ তেওঁৰ বহু প্ৰজেক্ট ঘোষণা কৰিছে। শীঘ্ৰেই শ্বাহৰুখ খানক পাঠান, টাইগাৰ, ব্ৰহ্মাস্ত্ৰ, ডংকি, লাল সিং চদ্ধা আদি বহু ছবিত দেখা যাব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamKRRshahrukh khanTKRWCPL
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?
বিনোদন

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

August 18, 2026
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই
বিনোদন

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

August 18, 2026
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক
বিনোদন

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

August 17, 2026
Next Post
টাটাই শ্বেয়াৰ মাৰ্কেটত দিব দ্বিগুণ লাভ, শীঘ্ৰেই ক্ৰয় কৰক টাটাৰ এই শ্বেয়াৰ

টাটাই শ্বেয়াৰ মাৰ্কেটত দিব দ্বিগুণ লাভ, শীঘ্ৰেই ক্ৰয় কৰক টাটাৰ এই শ্বেয়াৰ

‘হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীৰ বান সমস্যাৰ বাবে মূল জগৰীয়া’ কিয় ক’লে অখিল গগৈয়ে?

‘হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীৰ বান সমস্যাৰ বাবে মূল জগৰীয়া’ কিয় ক’লে অখিল গগৈয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.