• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোটেলৰ সুন্দৰী মহিলা কৰ্মীৰ সৈতে যৌন সম্পৰ্ক! বিতৰ্কৰ সূত্ৰপাত অভিনেতা ছিদ্দিকীৰ

হোটেলৰ সুন্দৰী মহিলা কৰ্মীৰ সৈতে যৌন সম্পৰ্ক! বিতৰ্কৰ সূত্ৰপাত অভিনেতা ছিদ্দিকীৰ

4 years ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

7 minutes ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

31 minutes ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

2 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

2 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

4 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

5 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

13 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

14 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

14 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

15 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হোটেলৰ সুন্দৰী মহিলা কৰ্মীৰ সৈতে যৌন সম্পৰ্ক! বিতৰ্কৰ সূত্ৰপাত অভিনেতা ছিদ্দিকীৰ

editor by editor
June 17, 2022
in চিনেমা, বিবিধ
0
হোটেলৰ সুন্দৰী মহিলা কৰ্মীৰ সৈতে যৌন সম্পৰ্ক! বিতৰ্কৰ সূত্ৰপাত অভিনেতা ছিদ্দিকীৰ
0
SHARES
19.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ প্ৰতিভাৱান অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ অভিয়ন সংগ্ৰামৰ কথা তেওঁৰ অনুৰাগীসকল ভাল দৰেই অৱগত৷ কঠোৰ ধৈৰ্য, সংগ্ৰামৰ ফলত বলিউদত প্ৰতিষ্ঠা লাভ কৰা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নীয়ে বিচ্ছেদ বিচৰাৰ লগতে তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতে অভিনেতাগৰাকী অনাহূত বিতৰ্কত সোমাই পৰে৷

সেই বিতৰ্কই আগুৰি ধৰা অভিনেতাগৰাকীয়ে পিছত নিজৰ ব্যক্তিগত জীৱনৰ অন্য এক বিতৰ্কও নিজেই সূত্ৰপাত ঘটাইছিল৷

মুম্বাইৰ এক সংবাদ পত্ৰৰ মতে অভিনেতা ছিদ্দিকীয়ে তেওঁৰ আত্মজীৱনী ‘এন অৰ্ডিনেৰী লাইফ: এ মেময়াৰ’ত নিজৰ একান্ত ব্যক্তিগত জীৱনৰ ৰহস্য ফাদিল কৰিছে৷

লগতে পঢ়ক মৃত্যুৰ পিছতে গ্লোবেল সন্মান লাভ সিদ্ধু মুছেৱালাৰ, কি সন্মান লাভ কৰিলে প্ৰয়াত শিল্পীগৰাকীয়ে?

ছিদ্দিকীয়ে প্ৰকাশ কৰিছে যে নিউয়ৰ্কৰ এখন হোটেলত তেওঁ হোটেলখনৰ এগৰাকী সুন্দৰী মহিলা কৰ্মচাৰীৰ সৈতে নৈশ যাপন কৰি যৌনতা উপভোগ কৰিছিল৷

অভিনেতাগৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁৰ ‘লাঞ্চবক্স’ ছবিখন চাই হোটেলৰ সুন্দৰী কৰ্মচাৰীগৰাকী আকৃষ্ট হৈছিল৷ ছবিখনৰ বিষয়ে কথা বতৰা পতাৰ পিছতে হোটেলৰ মহিলা কৰ্মচাৰীগৰাকীৰ সৈতে এটা নিশা কটাই যৌনতা উপভোগ কৰি ছবিখনৰ সফলতাৰ মিঠা সোৱাদ লোৱা বুলিও ছিদ্দিকীয়ে প্ৰকাশ কৰে৷

ছিদ্দিকীয়ে আত্মজীৱনীখনত প্ৰকাশ কৰিছে যে ২০০৬ ৰ পৰা ২০১০ চনলৈ তেওঁৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ আছিল৷ তেতিয়াৰ পৰাই তেওঁক সকলোৱে চিনি পাবলৈ ধৰাৰ লগতে তেওঁ চলচ্চিত্ৰ মহোৎসৱসমূহলৈ আমন্ত্ৰিত হোৱা বুলিও প্ৰকাশ কৰে৷

লগতে পঢ়ক মুক্তিৰ পূৰ্বেই ৰণবীৰ-আলিয়াৰ ‘ব্ৰহ্মাস্ত্ৰ’ক বৰ্জনৰ হুংকাৰ! কিয় এই বৰ্জনৰ আহ্বান?

ছিদ্দিকীয়ে গ্ৰন্থখনত কেৱল নিউয়ৰ্কৰ কাহিনীয়েই নহয় তেওঁৰ জীৱনৰ আৰু ৰহস্যঘন কথা প্ৰকাশ কৰিছিল৷ সহ-অভিনেত্ৰী নীহাৰিকা সিঙৰ সৈতে গঢ়ি উঠা প্ৰেম আৰু অন্তৰংগতাৰ বিষয়েও উল্লেখ কৰিছিল৷

অৱশ্যে তেওঁৰ আত্মজীৱনীখনে বিতৰ্কৰ সোঁত বৃ্দ্ধি কৰাৰ পিছতে নৱাজুদ্দিন ছিদ্দিকীয়ে গ্ৰন্থখন বজাৰত বিক্ৰী বন্ধ কৰিবলৈ বাধ্য হয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodbollywood actornawazuddin siddiqui
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস
ক্ৰীড়া

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

September 29, 2026
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ
নিয়োগ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

September 29, 2026
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ
অসম

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

September 29, 2026
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
Next Post
কপাল ফুলিব বেচেল’ৰ চলমান খানৰ! এইবাৰ ১০ নায়িকাৰে ৰোমাঞ্চ ভাইজানৰ!

কপাল ফুলিব বেচেল’ৰ চলমান খানৰ! এইবাৰ ১০ নায়িকাৰে ৰোমাঞ্চ ভাইজানৰ!

KKRৰ পিছত এইবাৰ মহিলা ক্ৰিকেট দলৰ মালিক হ’ল বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান

KKRৰ পিছত এইবাৰ মহিলা ক্ৰিকেট দলৰ মালিক হ’ল বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.