• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনতাৰে সম্পৰ্ক স্থাপনৰ বাবে কৌশল প্ৰধানমন্ত্ৰীৰ

জনতাৰে সম্পৰ্ক স্থাপনৰ বাবে কৌশল প্ৰধানমন্ত্ৰীৰ

4 years ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সৌভাগ্যই টোকৰ মাৰিব আপোনাৰ জীৱনত! জানক ৰাশিফল

5 minutes ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

16 minutes ago
মন্দিৰৰ পৰা ওভতাৰ সময়ত নবজাব ঘণ্টা! বিফল হ’ব পাৰে প্ৰাৰ্থনা!

মন্দিৰৰ পৰা ওভতাৰ সময়ত নবজাব ঘণ্টা! বিফল হ’ব পাৰে প্ৰাৰ্থনা!

21 minutes ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘জ্ঞানেশ কুমাৰে জে’ললৈ যাব লাগিব’, কঠোৰ সকীয়নি ৰাহুল গান্ধীৰ

34 minutes ago
ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

2 hours ago
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

2 hours ago
ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

3 hours ago
বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

4 hours ago
নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

5 hours ago
ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

6 hours ago
সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

6 hours ago
কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জনতাৰে সম্পৰ্ক স্থাপনৰ বাবে কৌশল প্ৰধানমন্ত্ৰীৰ

২৬ জুনত প্ৰধানমন্ত্ৰীৰ ৯০ সংখ্যক ‘মন কী বাত’

editor by editor
June 26, 2022
in ভাৰত, ৰাজনীতি
0
জনতাৰে সম্পৰ্ক স্থাপনৰ বাবে কৌশল প্ৰধানমন্ত্ৰীৰ
0
SHARES
112
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পাছত বিচক্ষণ ৰাজনীতিক নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো প্ৰান্তৰ আৰু সকলো স্তৰৰ নাগৰিকৰে সম্পৰ্ক স্থাপনৰ বাবে ৰচনা কৰে কৌশল৷ আৰু সেই কৌশলেৰে পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই কৌশল হৈছে ‘মন কী বাত’ অনুষ্ঠান৷ ২৬ জুনত এই অনুষ্ঠানটিৰ ৯০ সংখ্যক খণ্ডত সম্প্ৰচাৰিত হয়৷ কিন্তু প্ৰধানমন্ত্ৰীগৰাকীৰ এই সফল পৰীক্ষণৰ আঁৰত থকা অনুষ্ঠানটো কি?

 

আকাশবাণীৰ বাবেহে সফল হৈছে প্ৰধানমন্ত্ৰীৰ কৌশল। হয়, ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে দেশৰ সকলো প্ৰান্তৰ সকলো স্তৰৰ নাগৰিকৰ মাজলৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা প্ৰেৰণ কৰা অনুষ্ঠানটো হৈছে আকাশবাণী৷ অৰ্থাৎ ৰেডিঅ’ চেণ্টাৰ৷ ভাৰতত আকাশবাণীৰ ইতিহাসো বহু দীঘলীয়া৷

 

প্ৰথম পৰীক্ষামূলক ৰেডিঅ’ সম্প্ৰচাৰ ১৯২৩ চনত। চৰকাৰৰ আনুষ্ঠানিক ৰেডিঅ’ সম্প্ৰচাৰ ১৯২৭ চনত। ৯৪ বছৰীয়া হ’ল ভাৰতত ৰেডিঅ’ চেণ্টাৰৰ ইতিহাস। আকাশবাণী হিচাপে পৰিচয় লাভ ১৯৫৭ত । আকাশবাণী প্ৰতিষ্ঠা হৈছিল ১৯৩৬ চনত ।

 

ভাৰতৰ আকাশবাণী অৰ্থাৎ ৰেডিঅ’ চেণ্টাৰৰ ইতিহাস বহু দীঘলীয়া৷ পোনতে ব্যক্তিগত খণ্ডৰ বোম্বাই প্ৰেছিডেন্সী ৰেডিঅ’ ক্লাবে ১৯২৩ চনত ৰেডিঅ’ত পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ কৰিছিল৷ অৱশ্যে সেই উদ্যোগ সম্পূৰ্ণ ব্যক্তিগত আছিল৷

 

ইংৰাজ শাসিত ভাৰতত ১৯২৭ চনৰ ২৩ জুলাইত ৰেডিঅ’ চেণ্টাৰৰ আনুষ্ঠানিক সম্প্ৰচাৰ আৰম্ভ হয়৷ তেতিয়াৰে পৰা ভাৰতবৰ্ষত ৰেডিঅ’ অৰ্থাৎ আকাশবাণীয়ে পিছলৈ উভতি চাবলগীয়া হোৱা নাই৷

 

আজি তথ্য প্ৰযুক্তি আৰু ছ’চিয়েল মিডিয়াৰ লগতে দৃশ্য-শ্ৰব্য মাধ্যমৰ অভাৱনীয় উত্তৰণৰ মাজতো আকাশবাণী বা অল ইণ্ডিয়া ৰেডিঅ’ৰ এক বিশেষ মৰ্যাদা অক্ষুণ্ণ আছে৷

 

কেৱল সিমানেই নহয়, ভাৰতৰ জনগণৰ মাজত ৰেডিঅ’ চেণ্টাৰৰ প্ৰভাৱ আৰু ভূমিকাও উলাই কৰিব পৰা বিধৰ নহয়৷ আৰু সেইবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তা প্ৰেৰণৰ বাবে এই ৰেডিঅ’ পচন্দ কৰিছে৷ কিন্তু কিয়?

 

ভাৰতত আছে ৪৫০টা ৰেডিঅ’ চেণ্টাৰ। ৰেডিঅ’ চেণ্টাৰৰ প্ৰভাৱ থকা এলেকা ৯২ শতাংশ। ৯৯.১৯ শতাংশ জনতাৰ ওপৰত আছে ৰেডিঅ’ৰ প্ৰভাৱ । ২৩টা আঞ্চলিক ভাষাত পূৰ্ণাংগ ৰেডিঅ’ সম্প্ৰচাৰ। ১৭৯টা দোৱান বা কথিত ভাষাটো ৰেডিঅ’ সম্প্ৰচাৰ।

 

সমগ্ৰ দেশত বিজেপিৰ সৰ্বব্যাপি নেটৱৰ্ক থকাৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেডিঅ’ চেণ্টাৰক বাছি লৈছে কিয়? দেশত আৰ এছ এছৰ অৰ্ধশতাধিক বিবিধ ক্ষেত্ৰৰ সংগঠন আছে৷

 

সেই সংগঠনৰো পৰিসৰ আৰু ব্যাপকতা কম নহয়৷ কিন্তু তাৰ পাছতো ৰেডিঅ’ চেণ্টাৰত বাৰ্তা প্ৰেৰণৰ বাবে নিৰ্বাচন কৰাৰ মূল কাৰণটো হৈছে আকাশবাণীয়ে ভাৰতৰ সৰ্বমুঠ ভূখণ্ডৰ ৯২ শতাংশ ঠাইত বিস্তাৰিত হৈ আছে৷

 

আৰু আকাশবাণীয়ে স্পৰ্শ কৰা লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ ৯৯ শতাংশ৷ গতিকে ইমান বৃহৎ এলেকাত বৃহৎসংখ্যক জনতাৰ মাজলৈ নিজৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আকাশবাণীকে মূল অনুষ্ঠান হিচাপে লৈছে৷

 

অন্য অৰ্থত বিজেপিৰ জয়যাত্ৰা আৰু ৰাজনৈতিক প্ৰভাৱত আকাশবাণীৰ প্ৰভাৱো উল্লেখযোগ্য হিচাপে বিবেচিত হৈছে৷

 

✍️মানৱেন্দ্ৰ কুমাৰ দাস

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assamassam congressassam ka newsassam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assambjpBollywooddaily horoscope for today in assamesehimanta biswa sarmahimanta biswa sharmahoroscopehoroscope in assameseindianarendra-modisarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ভাৰত

‘জ্ঞানেশ কুমাৰে জে’ললৈ যাব লাগিব’, কঠোৰ সকীয়নি ৰাহুল গান্ধীৰ

November 1, 2026
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!
ভাৰত

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

October 31, 2026
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ
ভাৰত

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

October 31, 2026
কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড
অপৰাধ

কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

October 31, 2026
Next Post
নিবনুৱাৰ বাবে খালী আছে ৬০ লাখ চাকৰি। ভাৰতক দুৰ্বল কৰাৰ কৌশল কাৰ?

নিবনুৱাৰ বাবে খালী আছে ৬০ লাখ চাকৰি। ভাৰতক দুৰ্বল কৰাৰ কৌশল কাৰ?

দ্ৰৌপদী মূৰ্মু বনাম যশৱন্ত সিনহা। অসমত কোনে পাব সৰ্বাধিক ভোট?

দ্ৰৌপদী মূৰ্মু বনাম যশৱন্ত সিনহা। অসমত কোনে পাব সৰ্বাধিক ভোট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.