• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দ্ৰৌপদী মূৰ্মু বনাম যশৱন্ত সিনহা। অসমত কোনে পাব সৰ্বাধিক ভোট?

দ্ৰৌপদী মূৰ্মু বনাম যশৱন্ত সিনহা। অসমত কোনে পাব সৰ্বাধিক ভোট?

4 years ago
বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

30 minutes ago
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

1 hour ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

2 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

3 hours ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

4 hours ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

5 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

6 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

6 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

7 hours ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home গুৱাহাটী

দ্ৰৌপদী মূৰ্মু বনাম যশৱন্ত সিনহা। অসমত কোনে পাব সৰ্বাধিক ভোট?

দ্ৰৌপদী মূৰ্মু বনাম যশৱন্ত সিনহা। অসমত কোনে পাব সৰ্বাধিক ভোট?

editor by editor
June 26, 2022
in গুৱাহাটী, ভাৰত, ৰাজনীতি
0
দ্ৰৌপদী মূৰ্মু বনাম যশৱন্ত সিনহা। অসমত কোনে পাব সৰ্বাধিক ভোট?
0
SHARES
403
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৮ জুলাইত হ’ব দেশৰ প্ৰথমগৰাকী নাগৰিকৰ নিৰ্বাচন৷ ১৯৭১ চনৰ লোকপিয়ল অনুসাৰে হোৱা জনসংখ্যাৰ আধাৰত দেশৰ ৰাজ্যসমূহৰ বিধায়কৰ ভোটৰ মূল্য নিৰ্ণয় হয় ৰাষ্ট্ৰপতি নিৰ্বাচনত৷

এই হিচাপত অসমৰ এজন বিধায়কৰ ভোটৰ মূল্য ১১৬। মুঠ বিধায়ক আছে ১২৬ জন। সৰ্বমুঠ ভোটৰ মূল্য হ’ল ১২৬x১১৬=১৪,৬১৬

৭১ৰ জনসংখ্যা অনুসাৰে উত্তৰ-পূবৰ আন ৰাজ্যকেইখনৰ ভোটৰ মূল্য এনেধৰণৰ- অৰুণাচল ৮, মিজোৰাম ৮, নাগালেণ্ড ৯, মেঘালয় ১৭, ত্ৰিপুৰা ২৬,মণিপুৰ ১৮

অসম বিধানসভাত বৰ্তমান বিজেপিৰ বিধায়কৰ সংখ্যা ৬৩, কংগ্ৰেছৰ ২৫, অগপৰ ৯, aiudfৰ ১৫, bfpৰ ৩, upplৰ ৭, বাঁওমৰ্চাৰ ১, নিৰ্দলীয়ৰ ১

কংগ্ৰেছৰ পৰা নিলম্বিত হৈ আছে বাঘবৰৰ শ্বেৰমান আলী আহমেদ আৰু ৰহাৰ শশীকান্ত দাস৷ শ্বেৰমান আৰু শশীকান্ত দাসৰ প্ৰসংগলৈ যোৱাৰ পূৰ্বে চাই লওক এই পৰিসংখ্যা৷

ndaৰ পক্ষত সৰ্বমুঠ বিধায়ক হ’ল ৮২ জন। ভোটৰ মূল্য ১১৬x৮২=৯,৫১২, বিজেপিৰ ৭১ জনৰ বিধায়কৰ লগতে অগপৰ ৯ জন, upplৰ ৭ জন আৰু bpfৰ তিনিওজনৰে ভোট লাভ কৰিব দ্ৰৌপদী মূৰ্মুৱে৷

মূৰ্মুই লাভ কৰা ভোটৰ মূল্য হ’ব ৯,৫১২, ইয়াৰ বিপৰীতে বিৰোধী শিবিৰত আছে কংগ্ৰেছ, aiudf, বাঁওমৰ্চাৰ এজন বিধায়ক আৰু ৰাইজৰ দলৰ অখিল গগৈ৷ বিৰোধীৰ ভোট যশৱন্ত সিনহাই লাভ কৰাৰ সম্ভাৱনা আছে৷

ভোটৰ মূল্য ৪২x১১৬=৪,৮৭২, বিদ্ৰোহী বিধায়ক শশীকান্ত দাসৰ ভোট দ্ৰোপদী মূৰ্মুৱে লাভ কৰিলে আৰু ১১৬টা ভোটৰ মূল্য বাঢ়িব ndaৰ৷ ইয়াৰ বিপৰীতে শ্বেৰমান আলীৰ ভোট লাভ কৰাৰ সম্ভাৱনা আছে বিৰোধী শিবিৰৰ প্ৰাৰ্থী যশৱন্ত সিনহাৰ৷

উল্লেখ্য যে দেশৰ ভিতৰত আটাইতকৈ ভোটৰ মূল্য উত্তৰ প্ৰদেশৰ বিধায়কৰ সৰ্বাধিক৷ ইয়াত এজন বিধায়কৰ ভোটৰ মূল্য ২০৮। আটাইতকৈ কম মূল্যৰ ভোট হ’ল ছিকিমৰ বিধায়কৰ৷ ৩২ জনীয়া বিধানসভাৰ এজন বিধায়কৰ ছিকিমত ভোটৰ মূল্য মাত্ৰ ৭৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiassamassam ka newsassam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamdaily horoscope for today in assamesehimanta biswa sarmahimanta biswa sharmahoroscopeindianarendra-modisarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

April 26, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?
জীৱনশৈলী

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

April 26, 2026
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে
জীৱনশৈলী

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

April 26, 2026
Next Post
উঃ মাঃৰ চূড়ান্ত ফলাফল : কলাত ছাত্ৰীৰ, বাণিজ্যত ছাত্ৰৰ আৰু বিজ্ঞানত আধিপত্য কাৰ?

উঃ মাঃৰ চূড়ান্ত ফলাফল : কলাত ছাত্ৰীৰ, বাণিজ্যত ছাত্ৰৰ আৰু বিজ্ঞানত আধিপত্য কাৰ?

প্ৰথম বিভাগত উত্তীৰ্ণ : পৰিয়াল আৰু বিদ্যালয়ত শোকৰ ছাঁ, ৰিজাল্ট চাবলৈ নাই অভিজিত

প্ৰথম বিভাগত উত্তীৰ্ণ : পৰিয়াল আৰু বিদ্যালয়ত শোকৰ ছাঁ, ৰিজাল্ট চাবলৈ নাই অভিজিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.