• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথম বিভাগত উত্তীৰ্ণ : পৰিয়াল আৰু বিদ্যালয়ত শোকৰ ছাঁ, ৰিজাল্ট চাবলৈ নাই অভিজিত

প্ৰথম বিভাগত উত্তীৰ্ণ : পৰিয়াল আৰু বিদ্যালয়ত শোকৰ ছাঁ, ৰিজাল্ট চাবলৈ নাই অভিজিত

4 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

10 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

11 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

11 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

11 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

12 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

12 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

12 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

13 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

15 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

16 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

16 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

প্ৰথম বিভাগত উত্তীৰ্ণ : পৰিয়াল আৰু বিদ্যালয়ত শোকৰ ছাঁ, ৰিজাল্ট চাবলৈ নাই অভিজিত

editor by editor
June 27, 2022
in অসম, শিক্ষা
0
প্ৰথম বিভাগত উত্তীৰ্ণ : পৰিয়াল আৰু বিদ্যালয়ত শোকৰ ছাঁ, ৰিজাল্ট চাবলৈ নাই অভিজিত
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ আনন্দ উল্লাসৰ মাজতে এটা পৰিয়াল আৰু এখন বিদ্যালয়ত শোকৰ ছাঁই আচ্ছন্ন কৰি ৰাখিছে৷

দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে বিদ্যালয়খনৰ সদ্য ঘোষিত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীগৰাকীৰ মাত্ৰ দুটা দিনৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি ঘটিছে!

যোৱা শনিবাৰে নিশা ব্ৰহ্মপুত্ৰৰ পানী চাবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি ঘটা এই দুৰ্ভগীয়া পৰীক্ষাৰ্থীগৰাকী আছিল অভিজিত সূত্ৰধৰ৷

লগতে পঢ়ক দ্ৰৌপদী মূৰ্মু বনাম যশৱন্ত সিনহা। অসমত কোনে পাব সৰ্বাধিক ভোট?

জানিব পৰা মতে যোৱা শনিবাৰে নিশা বন্ধুৰ সৈতে অভিজিত সূত্ৰধৰে ব্ৰহ্মপুত্ৰৰ পানী চাবলৈ গৈ সন্ধানহীন হয়৷ অভিজিত সূত্ৰধৰ সন্ধানহীন হোৱাৰ পিছতে তেওঁ ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি ঘটা বুলি ধাৰণা কৰা হৈছে৷

ইফালে ঘটনাৰ পিছৰে পৰা SDRF আৰু BSF বিগত ২৪ ঘন্টায় উদ্ধাৰ অভিযান চলাইয়ো সন্ধানহীন অভিজিতৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বিজ্ঞান শাখাত অভিজিত সূত্ৰধৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।

লগতে পঢ়ক নিবনুৱাৰ বাবে খালী আছে ৬০ লাখ চাকৰি। ভাৰতক দুৰ্বল কৰাৰ কৌশল কাৰ?

অভিজিতে ইংৰাজীত ৬৪, ঐচ্ছিক ইংৰাজী ৭৪, পদাৰ্থ বিজ্ঞানত ৪৯, ৰসায়ন বিজ্ঞান ৬৯, সাধাৰণ গণিত ৫৪ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হয়।

কিন্তু ফলাফল চাবলৈ নাই অভিজিত। ফলাফল ঘোষণাৰ কৰাৰ পিছতে অভিজিত সূত্ৰধৰৰ পৰিয়াল আৰু শিক্ষাগ্ৰহণ কৰা শিক্ষানুষ্ঠানখনৰ লগতে ধুবুৰীতো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ahsecasom live 24assam ka tazza khabarassam live 24axom lie 24 digitalaxom live 24best news channel in assamBest news channel of assamBest News Portal in Assamhs examhs result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!
অসম

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

September 5, 2026
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
Next Post
সৌ সিদিনা সম্পন্ন হৈছিলহে বিবাহ! গৰ্ভৱতী হ’লেই ৰণবীৰৰ আলিয়া!

সৌ সিদিনা সম্পন্ন হৈছিলহে বিবাহ! গৰ্ভৱতী হ’লেই ৰণবীৰৰ আলিয়া!

‘মোৰ শৰীৰত মোৰ অধিকাৰ নাই যদি পুৰুষৰো নাই’ : পুৰুষৰ লগত মহিলাই নকৰে যৌন সম্পৰ্ক! কিন্তু কিয়?

‘মোৰ শৰীৰত মোৰ অধিকাৰ নাই যদি পুৰুষৰো নাই’ : পুৰুষৰ লগত মহিলাই নকৰে যৌন সম্পৰ্ক! কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.