• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৌ সিদিনা সম্পন্ন হৈছিলহে বিবাহ! গৰ্ভৱতী হ’লেই ৰণবীৰৰ আলিয়া!

সৌ সিদিনা সম্পন্ন হৈছিলহে বিবাহ! গৰ্ভৱতী হ’লেই ৰণবীৰৰ আলিয়া!

4 years ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

9 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

10 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

10 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

11 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

12 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

12 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

13 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

13 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

14 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

15 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

15 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

সৌ সিদিনা সম্পন্ন হৈছিলহে বিবাহ! গৰ্ভৱতী হ’লেই ৰণবীৰৰ আলিয়া!

editor by editor
June 27, 2022
in Uncategorized
0
সৌ সিদিনা সম্পন্ন হৈছিলহে বিবাহ! গৰ্ভৱতী হ’লেই ৰণবীৰৰ আলিয়া!
0
SHARES
15.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ মোহময়ী অভিনেত্ৰী তথা ৰণবীৰ কাপুৰৰ পত্নী আলিয়া ভাটে চ’ছিয়েল মিডিয়াৰ যোগে এটা অতি ভাল খবৰ শ্বেয়াৰ কৰিছে৷ নিজৰ অনুৰাগীসকলক উদ্দেশ্যি আলিয়া ভাটে কয় যে তেওঁ গৰ্ভ ধাৰণ কৰিছে৷ অতি সোনকালে মাতৃত্ব লাভ কৰিব তেওঁ৷

আল্ট্ৰাছাউণ্ড কৰা সময়ৰ এখন ফটো শ্বেয়াৰ কৰি আলিয়াই ফটোখনৰ কেপচনত লিখিছে যে ‘‘আমাৰ কেঁচুৱা ….. অতি সোনকালে আহি আছে।’’

লগতে পঢ়ক উঃ মাঃৰ চূড়ান্ত ফলাফল : কলাত ছাত্ৰীৰ, বাণিজ্যত ছাত্ৰৰ আৰু বিজ্ঞানত আধিপত্য কাৰ?

উল্লেখ্য বহু জল্পনা কল্পনাৰ অন্তত প্ৰায় পাঁচটা বছৰৰ প্ৰেমৰ সম্পৰ্কত থকা আলিয়াই বলিউদৰ অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে চলিত বৰ্ষৰ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল৷ তেওঁলোকৰ বিবাহে দুটা মাহ অতিক্ৰম কৰাৰ পিছতে তেওঁলোক যে পিতৃ-মাতৃ হ’বলৈ গৈ আছে সেই কথা সামাজিক মাধ্যমত প্ৰকাশ কৰিছে৷

View this post on Instagram

A post shared by Alia Bhatt 🤍☀️ (@aliaabhatt)

এই খবৰটোৱে সকলোকে আচৰিত কৰি তুলিলেও তেওঁলোকৰ অনুৰাগীসকলে দুয়োকে শুভেচ্ছাৰে উপচাই পেলাইছে৷ নিজৰ ইনষ্টাগ্ৰামত আলিয়া ভাটে এখন ফ’টোৰ সৈতে এই খবৰটো শ্বেয়াৰ কৰাৰ লগে লগে প্ৰায় চাৰে তিনি লাখ লোকে লাইক কৰাৰ লগতে প্ৰায় ষাঠি হাজাৰ লোকে শুভেচ্ছামূলক মন্তব্য কৰিছে৷

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
‘মোৰ শৰীৰত মোৰ অধিকাৰ নাই যদি পুৰুষৰো নাই’ : পুৰুষৰ লগত মহিলাই নকৰে যৌন সম্পৰ্ক! কিন্তু কিয়?

‘মোৰ শৰীৰত মোৰ অধিকাৰ নাই যদি পুৰুষৰো নাই’ : পুৰুষৰ লগত মহিলাই নকৰে যৌন সম্পৰ্ক! কিন্তু কিয়?

প্ৰথম বিভাগ পালেই স্কুটি নাপায় ছাত্ৰীয়ে, কোনসকল ছাত্ৰীয়ে পাব স্কুটি? ক’লে শিক্ষা মন্ত্ৰীয়ে?

প্ৰথম বিভাগ পালেই স্কুটি নাপায় ছাত্ৰীয়ে, কোনসকল ছাত্ৰীয়ে পাব স্কুটি? ক’লে শিক্ষা মন্ত্ৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.