• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথম বিভাগ পালেই স্কুটি নাপায় ছাত্ৰীয়ে, কোনসকল ছাত্ৰীয়ে পাব স্কুটি? ক’লে শিক্ষা মন্ত্ৰীয়ে?

প্ৰথম বিভাগ পালেই স্কুটি নাপায় ছাত্ৰীয়ে, কোনসকল ছাত্ৰীয়ে পাব স্কুটি? ক’লে শিক্ষা মন্ত্ৰীয়ে?

4 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

10 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

10 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

11 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

12 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

12 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

13 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

14 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

15 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

16 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

16 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

17 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

প্ৰথম বিভাগ পালেই স্কুটি নাপায় ছাত্ৰীয়ে, কোনসকল ছাত্ৰীয়ে পাব স্কুটি? ক’লে শিক্ষা মন্ত্ৰীয়ে?

editor by editor
June 27, 2022
in অসম, শিক্ষা
0
প্ৰথম বিভাগ পালেই স্কুটি নাপায় ছাত্ৰীয়ে, কোনসকল ছাত্ৰীয়ে পাব স্কুটি? ক’লে শিক্ষা মন্ত্ৰীয়ে?
0
SHARES
27.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাই স্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ আনন্দৰাম বৰুৱা বঁটা আৰু লেপটপ প্ৰাদন বন্ধ কৰাৰ পিছতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলৰ স্কুটি প্ৰদান সম্পৰ্কত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷

সোমবাৰে উচ্চতৰ মাধ্যমিক কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ চূড়ান্ত বর্ষৰ ফলাফল ঘোষণা কৰাৰ পিছতে সংবাদ মেল সম্বোধন কৰি শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে কয় যে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰীয়ে স্কুটি লাভ নকৰে৷

চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া কাট অৱ মাৰ্ক থকা ছাত্ৰীসকলেহে স্কুটি লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ অৱশ্যে মন্ত্ৰীগৰাকীয়ে চৰকাৰে নিৰ্ধাৰণ কৰা কাট অৱ মাৰ্ক কিমান সেয়া উল্লেখ কৰাৰ পৰা বিৰত থাকে৷

লগতে পঢ়ক সৌ সিদিনা সম্পন্ন হৈছিলহে বিবাহ! গৰ্ভৱতী হ’লেই ৰণবীৰৰ আলিয়া!

‘‘সোমবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ–ছাত্ৰীয়ে স্কুটী নাপাব, তেওঁলোকৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা কাট অৱ মাৰ্ক থাকিব লাগিব’’— শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়।

মহানগৰীৰ কাহিলিপাৰাস্থিত সৰ্বশিক্ষা মিছন সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদ মেলত চলিত বৰ্ষৰ পৰীক্ষাত  উত্তীৰ্ণ আৰু স্থানপ্ৰাপ্ত সকলো ছাত্ৰ–ছাত্ৰীকে অভিনন্দন জনাই শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷

সংবাদ মেলতে মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, অসমৰ শিক্ষাৰ গুণগত মান উন্নত কৰিবলৈ চৰকাৰে সকলো প্ৰকাৰৰ চেষ্টা কৰিছে আৰু অসমত এতিয়া  বিদ্যালয় একত্ৰীকৰণৰ কামো চলি আছে। ইফালে শিক্ষা ক্ষেত্ৰতো ডিজিটেল ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব বুলি উল্লেখ কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে অসমত মেট্ৰিকৰ স্থান পদ্ধতি চৰকাৰে উঠাই নিদিয়ে বুলিও স্পষ্টভাৱে ঘোষণা কৰে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamDr. Ranoj Peguhs result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত
জীৱনশৈলী

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

August 13, 2026
long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
Next Post
পুত্ৰই লাভ কৰিলে বাণিজ্যত দশম স্থান : ছিকিউৰিটী গাৰ্ডৰূপে কৰ্মৰত পিতৃৰ সুখৰ কান্দোন…

পুত্ৰই লাভ কৰিলে বাণিজ্যত দশম স্থান : ছিকিউৰিটী গাৰ্ডৰূপে কৰ্মৰত পিতৃৰ সুখৰ কান্দোন...

ঘৰুৱা উপায়েৰে ডায়েবেটিছ ৰোগীয়ে কেনেকৈ ব্লাড চুগাৰ কেনেকৈ নিয়ন্ত্ৰণ হ্ৰাস কৰিব?

ঘৰুৱা উপায়েৰে ডায়েবেটিছ ৰোগীয়ে কেনেকৈ ব্লাড চুগাৰ কেনেকৈ নিয়ন্ত্ৰণ হ্ৰাস কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.