• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাতি শুৱাৰ আগত নাভিত মাত্ৰ দুটোপাল তেল দিয়ক। পাওক ৭ টা চমৎকাৰী উপকাৰ

ৰাতি শুৱাৰ আগত নাভিত মাত্ৰ দুটোপাল তেল দিয়ক। পাওক ৭ টা চমৎকাৰী উপকাৰ

4 years ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

6 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

7 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

7 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

7 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

9 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

9 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

10 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

10 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

11 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

12 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

12 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাতি শুৱাৰ আগত নাভিত মাত্ৰ দুটোপাল তেল দিয়ক। পাওক ৭ টা চমৎকাৰী উপকাৰ

ৰাতি শুৱাৰ আগত নাভিত মাত্ৰ দুটোপাল তেল দিয়ক। পাওক ৭ টা চমৎকাৰী উপকাৰ

editor by editor
July 11, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
ৰাতি শুৱাৰ আগত নাভিত মাত্ৰ দুটোপাল তেল দিয়ক। পাওক ৭ টা চমৎকাৰী উপকাৰ
0
SHARES
1000
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কবৰী ডেকাঃ নাভি হৈছে শৰীৰৰ কেন্দ্রবিন্দু। নিশা শোৱাৰ আগে আগে যদি নাভিত তেল দিয়া হয়, তেতিয়া হলে ই আশ্চর্যকৰ লাভালাভ প্ৰদান কৰে। এই লাভালাভ সমূহ হৈছে

১/ নাভিত সৰিয়হৰ তেল প্ৰয়োগ কৰিলে আমাৰ মুখৰ ৰং বৃদ্ধি কৰে। সেয়েহে নাভিত প্ৰতিদিনে সৰিয়হৰ তেল প্ৰয়োগ কৰিব লাগে।

২/ আমাৰ শৰীৰৰ নাভিটো প্ৰজনন প্ৰণালীৰ সৈতে জড়িত। সেয়ে নাভিত তেল প্ৰয়োগ কৰিলে প্ৰজনন ক্ষমতা বিকশিত হয়।

৩/ নাভিত তেল প্ৰয়োগ কৰিলে পুৰুষৰ শৰীৰত শুক্ৰানুৰ সংখ্যা বৃদ্ধি হয়।

৪/ নাভিৰ ওপৰত নাৰিকলৰ তেল দিলে মহিলাৰ হৰমনৰ ভাৰসাম্য ৰক্ষা হয়। আৰু গৰ্ভধাৰণৰ সম্ভাৱনা বৃদ্ধি পায়।

৫/ ঋতুস্ৰাৱৰ সৈতে সম্পর্কিত সমস্যা আজিকালি প্ৰায় দ্বিতীয় তৃতীয়াংশ মহিলাৰ ক্ষেত্রত দেখা যায়। যদি ঋতুস্রাৱত অধিক বিষ হয়, তেন্তে নাভিত তেল লগালে বিষ আঁতৰ হয়।

৬/ নাভিত দৈনিক তেল দিলে ফটা ওঁঠ কোমল আৰু গুলপীয়া হয়।

৭/ নাভিত তেল লগালে, হজম, খাদ্যৰ বিষ, ডায়েৰিয়া, ওকালি অহাৰ দৰে ৰোগ উপশম হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiasom live 24assamassam bjpassam congressassam health deprtmentassam ka newsassam ka tazza khabarassam live 24Assam-Govtaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assambjpcentral health ministryCongresscoronahealth tipshealthcareindianarendra-modisarbananda sonowalshweta sangita healthcare
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ
জীৱনশৈলী

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

September 22, 2026
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু
ভাৰত

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

September 22, 2026
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক
জীৱনশৈলী

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

September 22, 2026
Next Post
ধাৰাষাৰ বৰষুণত বিধ্বস্ত গুজৰাটৰ জনজীৱন। বৰষুণে প্ৰাণ কাঢ়িলে ৬১জনৰ

ধাৰাষাৰ বৰষুণত বিধ্বস্ত গুজৰাটৰ জনজীৱন। বৰষুণে প্ৰাণ কাঢ়িলে ৬১জনৰ

প্ৰধানমন্ত্ৰীৰ এটা ফোন। মোদীৰ এটা টুইট

প্ৰধানমন্ত্ৰীৰ এটা ফোন। মোদীৰ এটা টুইট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.