• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰণবীৰৰ পিছত এইবাৰ বিখ্যাত দম্পতী! ভাইৰেল হ’ল দম্পতীৰ নগ্ন ফ’টো

ৰণবীৰৰ পিছত এইবাৰ বিখ্যাত দম্পতী! ভাইৰেল হ’ল দম্পতীৰ নগ্ন ফ’টো

4 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

10 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

10 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

10 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

11 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

12 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

12 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

13 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

14 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

15 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

16 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

16 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰণবীৰৰ পিছত এইবাৰ বিখ্যাত দম্পতী! ভাইৰেল হ’ল দম্পতীৰ নগ্ন ফ’টো

editor by editor
July 27, 2022
in জীৱনশৈলী, বিবিধ
0
ৰণবীৰৰ পিছত এইবাৰ বিখ্যাত দম্পতী! ভাইৰেল হ’ল দম্পতীৰ নগ্ন ফ’টো
0
SHARES
6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শেহতীয়াকৈ বলিউদৰ অভিনেতা ৰণবীৰ সিঙৰ নগ্ন ফটোশ্বুটে সমগ্ৰ ভাৰতজুৰি বিতৰ্কৰ সৃষ্টি কৰি থকাৰ সময়তে আন এক বিখ্যাত দম্পতীৰ নগ্ন ফ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

অৱশ্যে এইবাৰৰ নগ্ন ফ’টো কেন্দ্ৰবিন্দু ভাৰত নহয়, ব্ৰিটেইনহে৷ এগৰাকী ব্ৰিটিছ যুৱতীৰ জীৱনশৈলীয়ে ছ’চিয়েল মিডিয়াত শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে।

আচলতে এই যুৱতীগৰাকীয়ে কাপোৰ পিন্ধি একেবাৰে ভাল নাপায়। প্ৰকাশিত খবৰ মতে যুৱতীগৰাকীয়ে কাপোৰ পিন্ধিলেই অস্থিৰ হৈ পৰে৷ সেয়ে যুৱতীগৰাকীয়ে বেছিভাগ সময়ে কাপোৰ পৰিধান নোহোৱাকৈয়ে থাকে। এই যুৱতীগৰাকীৰ নাম হৈছে ছেডী টেন।

লগতে পঢ়ক বৰ্ধিত ওজনে নাৰী-পুৰুষ উভয়ৰে বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? জানিবলৈ চাওক…

চৰ্চাত থকা এই ছেডী টেনৰ বয়স ৩২ বছৰ৷ ছেডীয়ে আনকি তেওঁৰ প্ৰেমিক কলিনক কাপোৰ নিপিন্ধা তথা নথকাকৈয়ে জীয়াই থাকিবলৈ পতিয়ন নিয়াইছিল।

যুৱতীগৰাকীয়ে কয় যে তেওঁ আৰম্ভণিৰে পৰাই নগ্ন হৈ ভাল পায়। ই এগৰাকী নাৰীক এনেকৈ জীয়াই থাকিবলৈ নিঃসংকোচে অনুভৱ কৰায়। উল্লেখ্য যে দম্পতীহালে ব্ৰিটেইনত কাপোৰ অবিহনে চাইকেলো চলায়।

যদিও তেওঁলোকৰ কিছুমান নগ্ন ফ’টো দেখি মানুহে বিভিন্ন ধৰণৰ সমালোচনা কৰে, কিন্তু এই দম্পতীহালে কাপোৰ নিপিন্ধাটো আচহুৱা বুলি নাভাবে। প্ৰকাশিত খবৰ মতে দম্পতীহালে বজাৰলৈ যাবলৈ ভাল নাপায়, সেয়ে তেওঁলোকে হাবিৰ পৰা খাদ্য সংগ্ৰহ কৰি জীৱিকা নিৰ্বাহ কৰে।

ইতিমধ্যে তেওঁলোকৰ ফ’টো ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে। বহুতে তেওঁলোকক ট্ৰ’ল কৰা দেখা গৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza kahabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamNude Photosnude photoshoot
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
মানৱতাৰ উকৃষ্ট নিৰ্দশন! পাকিস্তানী কিশোৰীক সুস্থ কৰি তুলিলে ভাৰতীয় চিকিৎসকে

মানৱতাৰ উকৃষ্ট নিৰ্দশন! পাকিস্তানী কিশোৰীক সুস্থ কৰি তুলিলে ভাৰতীয় চিকিৎসকে

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ জনতাৰ হাহাকাৰ! পত্নীৰে উষ্ণ অলিংগনৰ ফ’টোশ্বুট ৰাষ্ট্ৰপতি জেলেনস্কিৰ

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ জনতাৰ হাহাকাৰ! পত্নীৰে উষ্ণ অলিংগনৰ ফ’টোশ্বুট ৰাষ্ট্ৰপতি জেলেনস্কিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.