• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰ্ধিত ওজনে নাৰী-পুৰুষ উভয়ৰে বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? জানিবলৈ চাওক…

বৰ্ধিত ওজনে নাৰী-পুৰুষ উভয়ৰে বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? জানিবলৈ চাওক…

2 weeks ago
বিহাৰত বিজেপি আৰু JDUৰ মধুচন্দ্ৰিকা অন্ত! RJDৰে গঢ়িব আকৌ সম্পৰ্ক! চাওক লাইভ আপডেট

বিহাৰত বিজেপি আৰু JDUৰ মধুচন্দ্ৰিকা অন্ত! RJDৰে গঢ়িব আকৌ সম্পৰ্ক! চাওক লাইভ আপডেট

3 mins ago
কি এই ‘জেহাদী লাভ’? প্ৰেমত পেলাই মুছলমান যুৱকক কেনেকৈ জেহাদী কৰে মহিলাই!

কি এই ‘জেহাদী লাভ’? প্ৰেমত পেলাই মুছলমান যুৱকক কেনেকৈ জেহাদী কৰে মহিলাই!

33 mins ago
প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

1 hour ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

19 hours ago
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

19 hours ago
ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

21 hours ago
এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

22 hours ago
তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

23 hours ago
যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

1 day ago
গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

1 day ago
লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

1 day ago
BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

1 day ago
  • About
  • Advertise
  • Careers
Tuesday, August 9, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

বৰ্ধিত ওজনে নাৰী-পুৰুষ উভয়ৰে বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? জানিবলৈ চাওক…

editor by editor
July 27, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
বৰ্ধিত ওজনে নাৰী-পুৰুষ উভয়ৰে বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? জানিবলৈ চাওক…
0
SHARES
12.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলো বিবাহিত দম্পতীয়ে সন্তান জন্ম দিয়াৰ দুৰ্বাৰ হাবিয়াস থাকে৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে কিছুমান দম্পতীয়ে নিজ ঔৰস আৰু গৰ্ভৰ সন্তানৰ পিতৃ-মাতৃ হোৱাৰ বঞ্চিত হ’বলগীয়া হয়৷

বিশেষকৈ কিছুসংখ্যক নাৰী আৰু কিছুমানে পুৰুষৰ প্ৰজনন ক্ষমতা নথকাৰ বাবেই মাতৃ-পিতৃ হোৱাৰ পৰা বঞ্চিত হৈ পৰে৷ ইয়াৰে কিছুসংখ্যকে জন্মগতভাৱে আৰু কিছুৱে অন্যান্য কাৰকৰ বাবে এনে সমস্যাৰ সন্মুখীন হয়৷

সাধাৰণতে বয়সত বিয়া হোৱা, অনিয়মীয়া খাদ্যাভ্যাস আৰু মানসিক চাপ আদিয়ে অৰ্থাৎ আধুনিক জীৱন চৰ্যাই প্ৰায়ে সন্তান জন্মৰ বাটত বাধাৰ সৃষ্টি কৰে। পুৰুষ-মহিলা উভয়ৰে সন্তানহীনতাৰ আঁৰত বৰ্তমানৰ জীৱনশৈলীকে বিশেষজ্ঞসকলে দাবী কৰে।

 

লগতে পঢ়ক দুগৰাকী পত্নী, ৬ টাকৈ সন্তানৰ পিতৃৰ কামনাৰ বলি নিজ কন্যা

এটা সময়ত নানান অন্ধবিশ্বাসৰ বাবে বন্ধ্যাত্বৰ বাবে কেৱল নাৰীকহে দায়ী কৰা হৈছিল। কিন্তু আধুনিক গৱেষণা আৰু বিজ্ঞানে দেখুৱাইছে যে কেৱল মহিলাই নহয়, পুৰুষৰো এই সমস্যা আছে।

বিভিন্ন গৱেষণাৰ মতে ডায়েবেটিছ আৰু মেদবহুলতা বন্ধ্যাত্বৰ মূল কাৰকসমূহৰ ভিতৰত অন্যতম।

বিশেষজ্ঞসকলে কয় যে মহিলাৰ মেদবহুলতা আৰু ডায়েবেটিছৰ ফলত অনিয়মিত মাহেকীয়া আৰু অকাল ৰজোনিবৃত্তি হ’ব পাৰে। তদুপৰি ডায়েবেটিছ হ’লে গৰ্ভপাত, অকালতে প্ৰসৱ আৰু বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি পায়।

 

লগতে পঢ়ক আহি আছে ভাল খবৰ! পুনৰ আৰম্ভ ৰন্ধন গেছৰ ৰাজসাহায্য!

বহু মহিলাই এতিয়া মেদবহুলতাৰ বাবে পলিচিষ্টিক অভেৰিয়ান চিনড্ৰমত ভুগিছে। এই ৰোগত আক্ৰান্ত হ’লে শৰীৰত হৰম’নৰ ভাৰসাম্যতা বিঘ্নিত হয়। ইয়াৰ ফলত বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি পায়।

পুৰুষৰ ক্ষেত্ৰতো ডায়েবেটিছ আৰু মেদবহুলতাই যৌনতাত বিশেষ প্ৰভাৱ পেলায়। এই দুই সমস্যাই ইৰেক্টিল ডিছঅৰ্ডাৰৰ দৰে ৰোগ সৃষ্টি কৰে। শৰীৰত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হ’লে বা ওজন বৃদ্ধি হ’লে পুৰুষৰ যৌন ইচ্ছাও কমি যায়।

ডায়েবেটিছ ৰোগীৰ শুক্ৰাণুৰ গুণাগুণ হ্ৰাস পোৱাৰ ফলত বন্ধ্যাত্বৰ সমস্যাৰ সৃষ্টি হয়। ইয়াৰ বাহিৰেও যদি মেদবহুলতা বেছি হয়, তেন্তে পুৰুষৰ শৰীৰত টেষ্টষ্টেৰন হৰম’নৰ ভাৰসাম্যতা বিঘ্নিত হয়, ইয়াৰ প্ৰভাৱ তেওঁলোকৰ যৌন জীৱনতো পৰে।

 

লগতে পঢ়ক লাখ লাখ আধাৰ নম্বৰ বাতিল! আপোনাৰটো নিৰাপদ নে? কেনেকৈ জানিব?

গতিকে যদি এহাল দম্পতীয়ে সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰে তেন্তে মহিলা আৰু পুৰুষ দুয়োজনেই তেওঁলোকৰ ওজনৰ বিষয়ে সচেতন হ’ব লাগে। অত্যধিক কম বা বেছি ওজন, দুয়োটা উৰ্বৰতাৰ বাবে ডাঙৰ সমস্যা।

উচ্চতা অনুসৰি ওজন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। প্ৰয়োজন হ’লে পুষ্টি বিশেষজ্ঞৰ পৰামৰ্শ, খাদ্যাভ্যাস আৰু ব্যায়াম মানি চলিব লাগে। ইয়াৰ উপৰিও তেজত শৰ্কৰাৰ মাত্ৰাও নিয়ন্ত্ৰণত ৰাখিব লাগে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamFemale FertilityFertilityMale Fertility
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু
স্বাস্থ্য

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

August 8, 2022
তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?
স্বাস্থ্য

তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

August 8, 2022
কইনাই দৰাৰ ভাতৃসকলকো কৰাব লাগে বিবাহ! ভাৰতৰ ক’ত প্ৰচলিত আছে এই প্ৰথা?
বিবিধ

কইনাই দৰাৰ ভাতৃসকলকো কৰাব লাগে বিবাহ! ভাৰতৰ ক’ত প্ৰচলিত আছে এই প্ৰথা?

August 5, 2022
অসমৰ এহাল আদৰ্শৱান শহু-শাহুৰ; কণিষ্ঠ পুত্ৰলৈ বিয়া পাতিলে বিধৱা বোৱাৰীয়েকক
বিবিধ

অসমৰ এহাল আদৰ্শৱান শহু-শাহুৰ; কণিষ্ঠ পুত্ৰলৈ বিয়া পাতিলে বিধৱা বোৱাৰীয়েকক

August 2, 2022
Next Post
ৰক্ষকেই ভক্ষক! ভুৱা গোচৰ ৰুজু কৰি ধন লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া!

ৰক্ষকেই ভক্ষক! ভুৱা গোচৰ ৰুজু কৰি ধন লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া!

ৰণবীৰৰ পিছত এইবাৰ বিখ্যাত দম্পতী! ভাইৰেল হ’ল দম্পতীৰ নগ্ন ফ’টো

ৰণবীৰৰ পিছত এইবাৰ বিখ্যাত দম্পতী! ভাইৰেল হ’ল দম্পতীৰ নগ্ন ফ’টো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.