• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি আছে ভাল খবৰ! পুনৰ আৰম্ভ ৰন্ধন গেছৰ ৰাজসাহায্য!

আহি আছে ভাল খবৰ! পুনৰ আৰম্ভ ৰন্ধন গেছৰ ৰাজসাহায্য!

4 years ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

11 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

11 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

12 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

13 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

14 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

14 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

15 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

16 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

16 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

18 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

19 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আহি আছে ভাল খবৰ! পুনৰ আৰম্ভ ৰন্ধন গেছৰ ৰাজসাহায্য!

editor by editor
July 26, 2022
in অসম, ভাৰত
0
আহি আছে ভাল খবৰ! পুনৰ আৰম্ভ ৰন্ধন গেছৰ ৰাজসাহায্য!
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গ্ৰাহকক এক বিশেষ উপহাৰ প্ৰদান কৰিব পাৰে৷ চৰকাৰে এল পি জি চিলিণ্ডাৰৰ ৰাজসাহায্য পুনৰ প্ৰদান কৰিব পাৰে।

ফাইনেন্সিয়েল এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি অনুসৰি ২০২২ বিত্তীয় বৰ্ষত তৰলীকৃত পেট্ৰলিয়াম গেছ (এল পি জি)ৰ ওপৰত বাজেট ৰাজসাহায্য প্ৰায় শেষ হোৱাৰ পিছত এতিয়া কেন্দ্ৰীয় চৰকাৰে ২০২৩ বিত্তীয় বৰ্ষত পুনৰ আৰম্ভ কৰিব পাৰিব।

যদি চৰকাৰে পুনৰ ৰাজসাহায্য প্ৰদান কৰে তেতিয়া প্ৰায় ৯ কোটি লোকে ব্যয়বহুল এল পি জিৰ পৰা কিছু সকাহ পাব।

 

লগতে  পঢ়ক অসমৰ চাৰিখন টোলগেট অবৈধ! ভাঙি পেলোৱা হ’ব অতি শীঘ্ৰেই!

উল্লেখ্য যে দুবছৰ পূৰ্বে ঘৰুৱা গেছ চিলিণ্ডাৰৰ ৰাজসাহায্য চৰকাৰে বন্ধ কৰা কৰিছিল। ২০২০ বৰ্ষত কৰ’না মহামাৰীৰ প্ৰথম ঢৌৰ সময়ত চৰকাৰে জুন মাহৰ পৰা গেছ চিলিণ্ডাৰত দিয়া ৰাজসাহায্য বন্ধ কৰি দিয়ে।

২০২০ চনৰ জুন মাহৰ পৰা এল পি জি ৰাজসাহায্যৰ ৰূপত বেংক একাউণ্টলৈ কোনো ধৰণৰ ৰাজসাহায্য হস্তান্তৰ কৰা হোৱা নাই। কিন্তু উজ্জ্বলা যোজনাৰ অধীনত যিসকল লোকক গেছ চিলিণ্ডাৰ দিয়া হৈছিল, তেওঁলোককহে ২০০ টকাৰ ৰাজসাহায্য প্ৰদান কৰা হৈছে।

ইফালে, শেহতীয়া তথ্য অনুসৰি ২০২১-২২ বৰ্ষত এল পি জি ৰাজসাহায্য বন্ধ কৰি চৰকাৰে ১১,৬৫৪ কোটি টকা ৰাহি কৰিছে। উজ্জ্বলা আঁচনিৰ অধীনত চৰকাৰে এই সময়ছোৱাত এল পি জি ৰাজসাহায্য ৰূপত মাত্ৰ ২৪২ কোটি টকাহে ৰাজসাহায্য প্ৰদান কৰিছে।

 

লগতে  পঢ়ক ‘মই বহু দিন যৌন সম্পৰ্কই কৰা নাই’, কিয় ক’লে বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তি এল’ন মাস্কে?

পেট্ৰলিয়াম মন্ত্ৰালয়ে বিশ্বব্যাপী খাৰুৱা তেল আৰু এলপিজিৰ মূল্যবৃদ্ধিৰ কথা উল্লেখ কৰি H2FY22 আৰু চলিত বিত্তীয় বৰ্ষত OMCসমূহৰ এলপিজিৰ অভাৱনীয় পুনৰুদ্ধাৰ পূৰণৰ বাবে প্ৰায় ৪০ হাজাৰ কোটি টকাৰ প্ৰয়োজন হ’ব বুলি অনুমান কৰা হৈছে।

নোমুৰাই কেৱল ২০২৩ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত এল পি জিৰ ওপৰত অ’এমচিৰ অণ্ডাৰ-ৰিকুৱেৰি ৯ হাজাৰ কোটি টকা বুলি অনুমান কৰিছে। এই অনুসৰি যোৱা বছৰৰ H2ত অণ্ডাৰ-ৰিকুৱেৰী আছিল ৬৫০০-৭৫০০ কোটি টকা।

২০২৩ বিত্তীয় বৰ্ষৰ বাজেটত কেন্দ্ৰই এলপিজি ৰাজসাহায্যৰ বাবে ৫৮০০ কোটি টকাৰ ব্যৱস্থা কৰিছিল। ইয়াৰ ভিতৰত আছে ঘৰুৱা ব্যৱহাৰৰ বাবে ৪ হাজাৰ কোটি টকাৰ প্ৰত্যক্ষ সুবিধা হস্তান্তৰ আৰু উজ্জ্বলা আঁচনিৰ অধীনত দৰিদ্ৰ লোকৰ বাবে আন ৮০০ কোটি টকা।

 

লগতে  পঢ়ক প্ৰেমিকে কৰিলে প্ৰতাৰণা! প্ৰেমিকৰ পিতৃৰে বিয়াত বহিল প্ৰেমিকা, ইয়াৰ পিছত কি হ’ল?

সূত্ৰৰ উদ্ধৃতিৰে ফাইনেন্সিয়েল এক্সপ্ৰেছে জনোৱা মতে, ২৩ বিত্তীয় বৰ্ষৰ বাবে বাজেট আবণ্টন অপৰ্যাপ্ত। অতিৰিক্ত আবণ্টনৰ প্ৰয়োজন হ’ব।

এল পি জিৰ ওপৰত ৰাজসাহায্য অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ পৰা মানুহক দিয়া হয়। যিসকলৰ বাৰ্ষিক আয় ১০ লাখ বা ​​তাতোকৈ অধিক তেওঁলোকক ৰাজসাহায্য দিয়া নহয়। এই বাৰ্ষিক আয় ১০ লাখ টকা স্বামী আৰু দুয়োৰে আয় যোগ কৰি হিচাপ কৰা হয়। এল পি জি চিলিণ্ডাৰত পোৱা ৰাজসাহায্যও ভাৰতৰ সকলো ৰাজ্যতে বেলেগ বেলেগ।

বৰ্তমান ঘৰুৱা এল পি জিৰ মূল্য ১৪.২ কেজি চিলিণ্ডাৰত ১০৫৩ টকা। ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা ১১% আৰু ২০২০ চনৰ জুন মাহৰ পৰা ৭৮% বৃদ্ধি পাইছে এই মূল্য।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamLPGlpg cylinderLPG Cylinder subsidy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’
অসম

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

October 19, 2026
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!
অসম

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

October 18, 2026
Next Post
দুগৰাকী পত্নী, ৬ টাকৈ সন্তানৰ পিতৃৰ কামনাৰ বলি নিজ কন্যা

দুগৰাকী পত্নী, ৬ টাকৈ সন্তানৰ পিতৃৰ কামনাৰ বলি নিজ কন্যা

ৰণবীৰৰ নগ্ন ফ’টোশ্বুট কোনে কৰিছিল? ক’ত কৰা হৈছিল? কিমান সময় লাগিছিল?

ৰণবীৰৰ নগ্ন ফ’টোশ্বুট কোনে কৰিছিল? ক’ত কৰা হৈছিল? কিমান সময় লাগিছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.