• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকে কৰিলে প্ৰতাৰণা! প্ৰেমিকৰ পিতৃৰে বিয়াত বহিল প্ৰেমিকা, ইয়াৰ পিছত কি হ’ল?

প্ৰেমিকে কৰিলে প্ৰতাৰণা! প্ৰেমিকৰ পিতৃৰে বিয়াত বহিল প্ৰেমিকা, ইয়াৰ পিছত কি হ’ল?

4 years ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

3 hours ago
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

4 hours ago
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

4 hours ago
২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

5 hours ago
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

6 hours ago
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

7 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

শাওনত ভুলতো নাখাব এইবোৰ খাদ্য, পাপে চুব আপোনাক!

8 hours ago
চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

8 hours ago
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

9 hours ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

10 hours ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰেমিকে কৰিলে প্ৰতাৰণা! প্ৰেমিকৰ পিতৃৰে বিয়াত বহিল প্ৰেমিকা, ইয়াৰ পিছত কি হ’ল?

editor by editor
July 26, 2022
in জীৱনশৈলী, বিবিধ
0
প্ৰেমিকে কৰিলে প্ৰতাৰণা! প্ৰেমিকৰ পিতৃৰে বিয়াত বহিল প্ৰেমিকা, ইয়াৰ পিছত কি হ’ল?
0
SHARES
40.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱ সমাজত প্ৰতি দিনে প্ৰতিটো মুহূৰ্ততে এনে কিছুমান ঘটনা ঘটি থাকে যিবোৰে আপোনাক আচৰিত কৰি তোলে৷ এনে কিছুমান প্ৰেম কাহিনীও ঘটি থাকে যিবোৰ শুনিলে আপুনি স্তম্ভিত হৈ পৰিব৷

আজি আমি ঠিক তেনে এটা প্ৰেম কাহিনীৰ কথাই ক’বলৈ আগবাঢ়িছো৷ সাধাৰণতে চ’ছিয়েল মিডিয়াৰ ব্যাপক প্ৰসাৰণে মানৱ জীৱনৰ প্ৰেম বিচ্ছেদলৈ এক ভাবিব নোৱাৰা পৰিবৰ্তন আনি দিছে৷

সংবাদ মাধ্যমত প্ৰকাশিত খবৰৰ মতে, এগৰাকী যুৱতীৰে এজন যুৱকৰ গভীৰ প্ৰেমৰ সম্পৰ্ক আছিল৷ সামাজিক মাধ্যমত যুৱতীগৰাকীয়ে এটা ভিডিঅ’ যোগে প্ৰকাশ কৰিছে যে তেওঁৰ প্ৰেমিকে তেওঁক দুবাৰকৈ প্ৰতাৰণা কৰিছিল৷

লগতে পঢ়ক বিয়া পাতিবলৈ পলুৱাই অনা প্ৰেমিকাই প্ৰেমিকৰ ধন-সোণসহ সম্পদ লুটি উধাও

এই যুৱতীগৰাকীৰ নাম হ’ল অগাষ্টা হাবল৷ তেওঁ আমেৰিকাৰ নিৱাসী। বয়স ২১ বছৰ৷ এজন ৩০ বছৰীয়া যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আগাষ্টাৰ।

যুৱতীগৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁলোকৰ দুবছৰীয়া সম্পৰ্কৰ অন্তত তেওঁ গম পালে যে প্ৰেমিকে তেওঁক প্ৰতাৰণা কৰি আহিছে৷ প্ৰেমিকে প্ৰেমিকাৰ বন্ধুৰ সৈতে মিলি প্ৰতাৰণা কৰি আহিছিল৷ প্ৰথমবাৰ প্ৰেমিকক ক্ষমা কৰি দিলেও প্ৰেমিকে পুনৰ প্ৰতাৰণা কৰি ধৰা পৰে৷ আৰু এইবাৰ প্ৰেমিকাই প্ৰেমিকক কোনো সুযোগ নিদিলে৷

লগতে পঢ়ক পৱিত্ৰ শাওণ মাহ আৰম্ভ; সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ব মাছ-মাংস-কণীসহ আমিষ খাদ্যৰ বিক্ৰী!

দুবাৰকৈ প্ৰতাৰণা কৰাৰ পিছত যুৱতীগৰাকীয়ে প্ৰেমিকৰ সৈতে বিচ্ছেদ ঘটায়। ইয়াৰ পিছত যুৱতীগৰাকীয়ে প্ৰেমিকৰ দেউতাকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ে৷ ইমানেই নহয়, যুৱতীগৰাকীয়ে সদ্য প্ৰাক্তন প্ৰেমিকৰ দেউতাককে বিয়া কৰায়৷

টিকটকৰ এটা ভিডিঅ’ত হাবলে কয় যে প্ৰাক্তন প্ৰেমিকাৰ পিতৃৰ সৈতে তেওঁ এইবাৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন কৰিছে আৰু এতিয়া এগৰাকী কন্যা সন্তানৰ সৈতে তেওঁৰ স্বামীৰ সৈতে অতি সুখী।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamviral news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক
জীৱনশৈলী

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

July 18, 2026
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

July 18, 2026
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?
বাণিজ্য

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

July 18, 2026
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!
জীৱনশৈলী

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

July 18, 2026
Next Post
‘মই বহু দিন যৌন সম্পৰ্কই কৰা নাই’, কিয় ক’লে বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তি এল’ন মাস্কে?

‘মই বহু দিন যৌন সম্পৰ্কই কৰা নাই’, কিয় ক’লে বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তি এল’ন মাস্কে?

অসমৰ চাৰিখন টোলগেট অবৈধ! ভাঙি পেলোৱা হ’ব অতি শীঘ্ৰেই!

অসমৰ চাৰিখন টোলগেট অবৈধ! ভাঙি পেলোৱা হ’ব অতি শীঘ্ৰেই!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.