• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মই বহু দিন যৌন সম্পৰ্কই কৰা নাই’, কিয় ক’লে বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তি এল’ন মাস্কে?

‘মই বহু দিন যৌন সম্পৰ্কই কৰা নাই’, কিয় ক’লে বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তি এল’ন মাস্কে?

4 years ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

20 minutes ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

32 minutes ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

56 minutes ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

1 hour ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

2 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

3 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

5 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

5 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

6 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

7 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

8 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

‘মই বহু দিন যৌন সম্পৰ্কই কৰা নাই’, কিয় ক’লে বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তি এল’ন মাস্কে?

editor by editor
July 26, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
‘মই বহু দিন যৌন সম্পৰ্কই কৰা নাই’, কিয় ক’লে বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তি এল’ন মাস্কে?
0
SHARES
43.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এল’ন মাস্কে প্ৰায়ে নিজৰ ব্যক্তিগত জীৱনক লৈ ৰাজহুৱাভাৱে চৰ্চা কৰি মুকলিকৈ নিজৰ ব্যক্তিগত জীৱনৰ কথা ছ’চিয়েল মিডিয়াটো প্ৰকাশ কৰে।

গুগলৰ সহ-প্ৰতিষ্ঠাপক ছাৰ্গেই ব্ৰিনৰ পত্নী নিকোল শ্বানাহানৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ থকা বুলি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে এল’ন মাস্কে পুনৰ নিজৰ স্বভাৱজাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এল’ন মাস্কে নিজৰ যৌন জীৱনৰ বিষয়েও প্ৰকাশ কৰিছে। ইয়াৰ লগতে তেওঁ নিকোল শ্বানাহানৰ সৈতে প্ৰেমৰ সম্পৰ্ক নাই বুলি স্পষ্ট কৰি কৰি কয় যে যোৱা তিনি বছৰত দুয়োজনে মাত্ৰ দুবাৰহে লগ পাইছে।

লগতে পঢ়ক প্ৰেমিকে কৰিলে প্ৰতাৰণা! প্ৰেমিকৰ পিতৃৰে বিয়াত বহিল প্ৰেমিকা, ইয়াৰ পিছত কি হ’ল?

ৱাল ষ্ট্ৰীট জাৰ্নেলৰ প্ৰতিবেদন অনুসৰি নিকোল শ্বানাহানৰ এল’ন মাস্ক আৰু গুগলৰ সহ-প্ৰতিষ্ঠাপক ছাৰ্গেই ব্ৰিনৰ পত্নীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে। উল্লেখ্য যে কেইমাহমানৰ আগতে ছাৰ্গেই ব্ৰিনে পত্নী নিকোল শ্বানাহানৰ পৰা বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল। এতিয়া প্ৰতিবেদনত প্ৰকাশ পাইছে যে ছাৰ্গেই তেওঁৰ পত্নী আৰু এল’ন মাস্কৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰি বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল।

নিকোল শ্বানাহানৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ খবৰ ওলোৱাৰ পিছত এল’ন মাস্কে স্পষ্ট কৰি দিয়ে আৰু কয় যে যোৱা ৩ বছৰত নিকোলে মাত্ৰ ২ বাৰহে লগ পাইছে। তেওঁ টুইট কৰি কয়, ‘‘এয়া সম্পূৰ্ণ আজেবাজে কথা। ছাৰ্গেই আৰু মই বন্ধু আৰু যোৱা নিশা একেলগে পাৰ্টিত আছিলো! যোৱা ৩ বছৰত নিকোলে মাত্ৰ ২ বাৰহে লগ পাইছে আৰু দুয়োবাৰেই আমাৰ লগত চাৰিওফালে বহু মানুহ উপস্থিত আছিল। একোৱেই ৰোমাণ্টিক পৰিৱেশ নাছিল।’’

লগতে পঢ়ক বিয়া পাতিবলৈ পলুৱাই অনা প্ৰেমিকাই প্ৰেমিকৰ ধন-সোণসহ সম্পদ লুটি উধাও

স্পষ্টীকৰণৰ পাছত এল’ন মাস্কে পুনৰ এটা টুইটৰ উত্তৰ দি লিখিলে, ‘‘মই বহুদিনৰ পৰা যৌন সম্পৰ্কও কৰা নাই।’’

প্ৰতিবেদন অনুসৰি গুগলৰ সহ-প্ৰতিষ্ঠাপক ছাৰ্গেই ব্ৰিন আৰু ইলন মাস্কৰ মাজত দীৰ্ঘদিন ধৰি বন্ধুত্ব আছিল যদিও নিকোল শ্বানাহানৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ পিছত তেওঁলোকৰ বন্ধুত্ব ভাঙি পৰে।

২০০৮ চনত ব্ৰিনে মাস্কৰ কোম্পানীটোক ডুব যোৱাৰ পৰা ৰক্ষা কৰিছিল আৰু অৰ্থনৈতিক সংকটৰ সময়ত তেওঁৰ ইলেক্ট্ৰিক গাড়ী কোম্পানী টেছলাত বিনিয়োগ কৰিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamElon Masknicole scherzinger
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ
জীৱনশৈলী

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

October 15, 2026
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে
বিশ্ব

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

October 15, 2026
Next Post
অসমৰ চাৰিখন টোলগেট অবৈধ! ভাঙি পেলোৱা হ’ব অতি শীঘ্ৰেই!

অসমৰ চাৰিখন টোলগেট অবৈধ! ভাঙি পেলোৱা হ’ব অতি শীঘ্ৰেই!

লাখ লাখ আধাৰ নম্বৰ বাতিল! আপোনাৰটো নিৰাপদ নে? কেনেকৈ জানিব?

লাখ লাখ আধাৰ নম্বৰ বাতিল! আপোনাৰটো নিৰাপদ নে? কেনেকৈ জানিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.