• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়া পাতিবলৈ পলুৱাই অনা প্ৰেমিকাই প্ৰেমিকৰ ধন-সোণসহ সম্পদ লুটি উধাও

বিয়া পাতিবলৈ পলুৱাই অনা প্ৰেমিকাই প্ৰেমিকৰ ধন-সোণসহ সম্পদ লুটি উধাও

4 years ago
থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

3 minutes ago
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

9 minutes ago
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

1 hour ago
এছিয়ান গেমছত ওলাইছে জলপৰী

এছিয়ান গেমছত ওলাইছে জলপৰী

2 hours ago
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

3 hours ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

15 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

16 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

17 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

17 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

18 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

18 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিয়া পাতিবলৈ পলুৱাই অনা প্ৰেমিকাই প্ৰেমিকৰ ধন-সোণসহ সম্পদ লুটি উধাও

editor by editor
July 26, 2022
in অসম
0
বিয়া পাতিবলৈ পলুৱাই অনা প্ৰেমিকাই প্ৰেমিকৰ ধন-সোণসহ সম্পদ লুটি উধাও
0
SHARES
14k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱ সমাজত প্ৰতিদিনে কি কি যে বিচিত্ৰ ঘটনা ঘটি নাথাকে৷ এইবাৰ সুখৰ সংসাৰ কৰিম বুলি পলুৱাই অনা প্ৰেমিকাই প্ৰেমিকৰ ঘৰৰ পৰা ধন-সোণসহ বহু মূল্যৱান সম্পদ লুটি উধাও হোৱাৰ খবৰ পোৱা গৈছে৷

ঘটনাটো সংঘটিত হৈছে বিশ্বনাথৰ গহপুৰত৷ আৰু ঘটনাৰ বলি হোৱা দুৰ্ভগীয়া প্ৰেমিকজন হৈছে ডুবিয়া বড়িগাঁৱৰ জিতুল ৰাজখোৱা৷

ঘটনাৰ বিৱৰণীৰ মতে আজিৰ পৰা পাঁচদিন পূৰ্বে বিয়া পাতিম বুলি শিৱসাগৰৰ পৰা ভুক্তভোগী জিতুলে প্ৰেমিকাক পলুৱাই আনিছিল৷ প্ৰেমিকাগৰাকী হৈছে যে শিৱসাগৰৰ খনামুখ খুটৰাহাবীৰ প্ৰণামী গগৈ৷

লগতে পঢ়ক গেছ আৰু কোষ্ঠকাঠিন্যৰ পৰা ঘৰুৱা উপায়েৰে কেনেকৈ উপশম লাভ কৰিব?

দেওবাৰে দুয়োৰে সমাজক সাক্ষী কৰি বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল৷ ইতিমধ্যে সেই উপলক্ষ্যে বিবাহৰ প্ৰস্তুতি চলাই জিতুলৰ আত্মীয়-স্বজন, চুবুৰীয়া সকলোকে নিমন্ত্ৰণ কৰাৰ লগতে নকইনাৰ বাবে গহনাৰো অৰ্ডাৰ দিয়া হয়৷ ইফালে দেওবাৰৰ বিবাহৰ উপলক্ষ্যে শিৱসাগৰৰ আহি প্ৰণামীৰ কণিষ্ঠ ভগ্নীও আহি জিতুলৰ ঘৰত উপস্থিত হয়৷

কিন্তু ইয়াৰ পিছতে হঠাতে লাগে অথন্তৰ৷ দেওবাৰৰ পূৰ্বেই এদিন নিশা কইনা তথা প্ৰেমিকা প্ৰণামী আৰু ভগ্নীয়ে জিতুলৰ ঘৰৰ পৰা পলায়ন কৰে৷

প্ৰণামী আৰু ভগ্নীয়ে জিতুলৰ ঘৰৰ পৰা মূগাৰ কাপোৰ, সোণৰ অলংকাৰ, নগদ ১৫ হাজাৰ টকা, এটা মোবাইল ফোন লৈ উধাও হয়৷ তেতিয়াৰে পৰা দুই ভগ্নীৰ কোনো সন্ধান লাভ কৰা নাই দুৰ্ভগীয়া প্ৰেমিক জিতুল ৰাজখোৱাই৷

লগতে পঢ়ক ভাঙি পৰিছে অসম কন্যা বক্সাৰ লাভলীনা! মানসিক হাৰাশাস্তি কৰিছে দুই প্ৰশিক্ষকে

প্ৰেমিকা আৰু প্ৰেমিকাৰ ভগ্নীৰ শুংসূত্ৰ লাভ নকৰি ইতিমধ্যে দ্বাৰস্থ হৈছে৷ উল্লেখ্য যে প্ৰায় ডেৰ বছৰৰ পূৰ্বে প্ৰেমাপাশত আৱদ্ধ হোৱা প্ৰণামী গগৈ আৰু জিতুল ৰাজখোৱাই দুয়োগৰাকীয়ে পাৰস্পৰিক সন্মতি সাপেক্ষে বিবাহপাশত আৱদ্ধ হ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ আৰু সেই সূত্ৰেই প্ৰণামীয়ে নিজ গৃহ ত্যাগ কৰি প্ৰেমিক জিতুলৰ সৈতে গহপুৰলৈ পলাই আহিছিল৷

কিন্তু বিবাহৰ পূৰ্বেই প্ৰণামীয়ে ধন-সোণ সম্পদ লৈ উধাও হোৱা ঘটনাই এতিয়া জিতুল ৰাজখোৱাৰ গাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBoy FriendGirl Friend
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ
বিনোদন

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

September 25, 2026
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?
অসম

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

September 25, 2026
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!
অসম

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

September 24, 2026
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!
অসম

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

September 24, 2026
Next Post
নগ্ন ফ’টোশ্বুট, ৰণবীৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ, গ্ৰেপ্তাৰ নিশ্চিত নেকি ৰণবীৰৰ?

নগ্ন ফ’টোশ্বুট, ৰণবীৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ, গ্ৰেপ্তাৰ নিশ্চিত নেকি ৰণবীৰৰ?

প্ৰেমিকে কৰিলে প্ৰতাৰণা! প্ৰেমিকৰ পিতৃৰে বিয়াত বহিল প্ৰেমিকা, ইয়াৰ পিছত কি হ’ল?

প্ৰেমিকে কৰিলে প্ৰতাৰণা! প্ৰেমিকৰ পিতৃৰে বিয়াত বহিল প্ৰেমিকা, ইয়াৰ পিছত কি হ’ল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.